• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্কুললৈ যোৱাত নিষেধাজ্ঞা ১৪ লাখ কন্যা শিশুক, অধিক বেয়াৰ ফালে পৰিস্থিতি

স্কুললৈ যোৱাত নিষেধাজ্ঞা ১৪ লাখ কন্যা শিশুক, অধিক বেয়াৰ ফালে পৰিস্থিতি

2 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

14 minutes ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

1 hour ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

2 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

3 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

4 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

5 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

5 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

6 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

6 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

7 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

7 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

স্কুললৈ যোৱাত নিষেধাজ্ঞা ১৪ লাখ কন্যা শিশুক, অধিক বেয়াৰ ফালে পৰিস্থিতি

editor by editor
September 5, 2024
in বিবিধ, বিশ্ব, লেখা, শিক্ষা
0
স্কুললৈ যোৱাত নিষেধাজ্ঞা ১৪ লাখ কন্যা শিশুক, অধিক বেয়াৰ ফালে পৰিস্থিতি
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্কুললৈ যোৱাত নিষেধাজ্ঞা ১৪ লাখ কন্যা শিশুক, অধিক বেয়াৰ ফালে পৰিস্থিতি

২০২১ চনত আফগানিস্তানত তালিবান পুনৰ ক্ষমতালৈ আহে। তেতিয়াৰ পৰা এতিয়ালৈকে দেশখনত কমেও ১৪ লাখ কন্যা শিশু তথা ছোৱালীক স্কুললৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সাংস্কৃতিক সংস্থা ইউনেস্ক’ৰ এক প্ৰতিবেদন অনুসৰি আফগানিস্তানৰ এটা সম্পূৰ্ণ প্ৰজন্মৰ ভৱিষ্যত বৰ্তমানে অন্ধকাৰত পৰিছে।

বিগত মাহত দেশখনত তালিবানৰ শাসনৰ তিনি বছৰ সম্পূৰ্ণ হয়। এই তিনি বছৰৰ ভিতৰত আফগানিস্তানত কেৱল ছোৱালীয়েই নহয় ১১ লাখৰো অধিক ল’ৰা আৰু ছোৱালীয়ে বিদ্যালয় এৰিছে৷

ইউনেস্ক’ই কয় যে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ইমান হ্ৰাস পোৱাটো চাঞ্চল্যকৰ। ইয়াৰ ফলত শিশু শ্ৰমিক আৰু বাল্যবিবাহৰ সমস্যা বৃদ্ধি পাব পাৰে। সংস্থাটোৱে জনোৱা মতে, প্ৰায় ২০ বছৰ ধৰি ভাল গতিৰে বৃদ্ধি পোৱা আফগানিস্তানৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানে মাত্ৰ তিনি বছৰৰ ভিতৰতে উন্নয়নৰ অন্ত পেলাইছে।

উল্লেখ্য যে, আফগানিস্তান পৃথিৱীৰ একমাত্ৰ দেশ য’ত ছোৱালীক মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পঢ়িবলৈ দিয়া নহয়। বিশ্বৰ কোনো দেশৰ পৰা স্বীকৃতি লাভ কৰা নাই তালিবান প্ৰশাসনে। ইয়াৰ দ্বাৰা মহিলাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক ৰাষ্ট্ৰসংঘই লিংগ বৈষম্য বুলি অভিহিত কৰিছে। ২০২১ চনৰ পৰা আফগানিস্তানৰ প্ৰায় ১৪ লাখ ছোৱালী স্কুললৈ যোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ কৰা গণনাৰ তুলনাত এইবাৰ এই সংখ্যা ৩ লাখ বৃদ্ধি পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: educationGirl childGirl Child EducationSchool ban
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ
বিনোদন

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
Next Post
৪ মাহলৈ সুখেই সুখ, শুক্ৰৰ বক্ৰী হোৱাৰ ফলত জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য

৪ মাহলৈ সুখেই সুখ, শুক্ৰৰ বক্ৰী হোৱাৰ ফলত জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য

ভাৰতীয় অলৰাউণ্ডাৰৰ নতুন ইনিংছ, বিজেপিত যোগদান ৰবীন্দ্ৰ জাদেজাৰ

ভাৰতীয় অলৰাউণ্ডাৰৰ নতুন ইনিংছ, বিজেপিত যোগদান ৰবীন্দ্ৰ জাদেজাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.