• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ

ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ

2 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

3 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

3 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

4 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

5 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

6 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

6 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

7 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

8 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

8 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

9 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

10 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ

editor by editor
September 11, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ

সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ এনে দুটা জ্যোতিৰ্বিজ্ঞানৰ ঘটনা, যিয়ে সমগ্ৰ বিশ্বৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। ক’ৰবাত বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা আৰু ক’ৰবাত আধ্যাত্মিকতাৰ দৃষ্টিকোণৰ পৰা। ছেপ্টেম্বৰ মাহত হ’বলৈ গৈ আছে আৰু এটা গ্ৰহণ। চলিত বৰ্ষৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ ১৭ ছেপ্টেম্বৰত সংঘটিত হ’ব। এয়া হ’ব আংশিক চন্দ্ৰগ্ৰহণ।

১৭ ছেপ্টেম্বৰত সংঘটিত হ’ব আংশিক চন্দ্ৰগ্ৰহণ। বহু ঠাইত ১৮ ছেপ্টেম্বৰতো দেখা যায়। ভাৰতীয় সময় অনুসৰি পুৱা ৬.১১ বজাৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ।

যি মুহূৰ্তত গ্ৰহণ আৰম্ভ হ’ব, সেই মুহূৰ্তত ভাৰতত ৰাতিপুৱা হ’ব। ইয়াৰ বাবেই ভাৰতত চন্দ্ৰগ্ৰহণ দেখা নাযায়। তথ্য অনুসৰি উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আফ্ৰিকাৰ কিছু অংশৰ লগতে এছিয়া আৰু ৰাছিয়াৰ পশ্চিম অঞ্চল আৰু এন্টাৰ্কটিকাৰ কিছু অঞ্চলত এই আংশিক চন্দ্ৰগ্ৰহণ দেখা যাব।

ভাৰতত এই গ্ৰহণ দেখা নাযায় যাৰ বাবে ইয়াৰ প্ৰভাৱো ভাৰতত নপৰে, কিন্তু যদি জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাৰ ফালৰ পৰা চোৱা যায় তেন্তে চন্দ্ৰগ্ৰহণ গুৰুত্বপূৰ্ণ। ভাৰতীয় সময় অনুসৰি ১৮ ছেপ্টেম্বৰৰ পুৱা ৬:১১ বজাৰ পৰা গ্ৰহণ আৰম্ভ হ’ব। সময় আৰু তাৰিখ অনুসৰি ইয়াৰ সৰ্বোচ্চ প্ৰভাৱ পুৱা ৮.১৪ বজাত দেখা যাব। পুৱা ১০:১৭ বজাত শেষ হ’ব গ্ৰহণ।

২০২৪ চনৰ প্ৰথম চন্দ্ৰগ্ৰহণ ২৫ মাৰ্চত দেখা গৈছিল। ই আছিল এক পেনুমব্ৰেল চন্দ্ৰগ্ৰহণ। এনেধৰণৰ গ্ৰহণত চন্দ্ৰই পৃথিৱীৰ ছাঁৰ বাহিৰৰ অঞ্চল এটাৰ মাজেৰে পাৰ হৈ যায় যাক পেনুম্ব্ৰা বুলি কোৱা হয়। ইউৰোপ, অষ্ট্ৰেলিয়া, আফ্ৰিকা, উত্তৰ-পূব এছিয়া, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আদিত এই চন্দ্ৰগ্ৰহণ দেখা গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyindiaLunar EclipseLunar Eclipse 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ’ব সময়

শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ'ব সময়

কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ

কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.