অসম লাইভ ২৪ঃ বলিউডৰ ষ্টাৰ তথা বিজেপিৰ সাংসদ ছানি দেউলৰ আজি জন্ম দিন। ৬৪ বছৰত ভৰি দিলে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ জন্মদিনটো তেওঁৰ বন্ধু-বান্ধৱীয়েও উদযাপন কৰাৰ লগতে শুভেচ্ছাৰে উপচাই দিছে। তাৰ মাজতে ছানি দেউলৰ ভাতৃ ববী দেউলে জন্মদিনৰ দিনাই ইনষ্টাগ্ৰাম একাউণ্টত দিয়ে এটি পোষ্ট। পোষ্টটোত তেওঁ লিখিছে ‘সকলোতকৈ ভাল আত্মাৰ আজি জন্মদিন’। ছানিদেউলক জন্মদিনৰ শুভেচ্ছা জনায় ক্ৰিক্ৰেটাৰ যুৱৰাজ সিঙে কয় – ‘২.৫০ কিলোৰ হাতে ২০২০ত মাৰিছে’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















