• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালীপুজাৰ পাছতেই বক্ৰীদশা এৰি মাৰ্গী হ’ব শনি! অৰ্থ-খ্যাতিৰে ভৰিব ৫ৰাশিৰ জীৱন

কালীপুজাৰ পাছতেই বক্ৰীদশা এৰি মাৰ্গী হ’ব শনি! অৰ্থ-খ্যাতিৰে ভৰিব ৫ৰাশিৰ জীৱন

2 years ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

3 minutes ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

44 minutes ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

2 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

3 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

3 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

4 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

5 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

7 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

7 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

8 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

9 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কালীপুজাৰ পাছতেই বক্ৰীদশা এৰি মাৰ্গী হ’ব শনি! অৰ্থ-খ্যাতিৰে ভৰিব ৫ৰাশিৰ জীৱন

কালীপুজাৰ পাছতেই বক্ৰীদশা এৰি মাৰ্গী হ’ব শনি! অৰ্থ-খ্যাতিৰে ভৰিব ৫ৰাশিৰ জীৱন

editor by editor
September 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কালীপুজাৰ পাছতেই বক্ৰীদশা এৰি মাৰ্গী হ’ব শনি! অৰ্থ-খ্যাতিৰে ভৰিব ৫ৰাশিৰ জীৱন
0
SHARES
57.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পূৰ্ণ ১৩৯ দিন বক্ৰীদশাত থকাৰ পাছত আগন্তুক ১৫ নৱেম্বৰত মাৰ্গী হ’ব শনি৷ কালীপুজা আৰু দীপাৱলীৰ পাছতেই কুম্ভ ৰাশিত শনি চিধা পথেৰে চলিবলৈ আৰম্ভ কৰিব৷ বিভিন্ন গ্ৰহৰ বক্ৰীদশাৰ অৰ্থ, চিধা পথ এৰি ওলোটাফালে ঘূৰিবলৈ আৰম্ভ কৰা৷ আকৌ এই গ্ৰহই নিজৰ চিধাপথলৈ ওভতি আহোতে বৈদিক জ্যোতিষ অনুসৰি গ্ৰহটো মাৰ্গী হয় বা মাৰ্গীদশাত আহে৷

শনিয়ে বৰ্তমান কুম্ভ ৰাশিত বক্ৰী চলনত আছে৷ শনি মাৰ্গী হ’লে কেইবাটাও ৰাশিৰ জাতকৰ অত্যন্ত লাভবান হয়৷ জানি থওক শনিয়ে মাৰ্গীদশালৈ আহি কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ অৰ্থ, খ্যাতি আৰু প্ৰতিপত্তি কঢ়িয়াই আনিব?

মেষ ৰাশি

শনিৰ মাৰ্গী চলনত অহাটোৱে অত্যন্ত লাভৰ খবৰ আনিব মেষ ৰাশিৰ জাতকলৈ৷ সেই সময়ত আপুনি ব্যৱসায়ত বৃহৎ লাভ কৰাৰ সুযোগ পাব৷ কেৰিয়াৰত কাংখিত সাফল্য পাব মেষ ৰাশিৰ জাতকে৷ ছিনিয়ৰসকলৰ সহযোগিতা লাভ কৰিব৷ নতুন আইডিয়াই আপোনাৰ কেৰিয়াৰত উন্নতিত সহায় কৰিব৷ শনিৰ শুভ প্ৰভাৱ পাবলৈ ওপাল ধাৰণ আপোনাৰ বাবে শুভ৷

কৰ্কট ৰাশি

শনি মাৰ্গী হ’লে আৰ্থিক দিশৰ পৰা বৃহৎ উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ বিশেষকৈ যিসকলে লোহা বা সৰিয়হ তেলৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময় বিশেষ লাভজনক৷ ব্যৱসায়ত নতুন কাম কৰাৰ সুযোগ পাব৷ ভায়েক ভনীয়েকৰ সহায় পাব৷ শনি মাৰ্গী হ’লে কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ স্বাস্থ্যও পূৰ্বতকৈ ভাল হ’ব৷

কন্যা ৰাশি

শনিয়ে চিধা পথেৰে যাত্ৰা কৰাত সমস্যাৰ পৰা মুক্তি পাব কন্যা ৰাশিৰ জাতকে৷ পুৰণি কোনো অসুখ থাকিলে এই সময়ত দূৰ হ’ব৷ আইনী জটিলতাৰ পৰা মুক্তি পাব কন্যা ৰাশিৰ জাতকে৷ আমদানি ৰফতানিৰ কামত যুক্তসকলে এই সময়ত লাভ অৰ্জন কৰিব৷ আৰ্থিকভাৱে কালীপুজাৰ পৰা বৃহৎ লাভ কৰিব আপুনি৷ দাম্পত্য জীৱনত সমস্যাৰ পৰা মুক্তি পাব৷

মকৰ ৰাশি

শনিৰ চাৰে সাতিৰ শেষ পৰ্যায়ৰ মাজেৰে গৈছে মকৰ ৰাশিৰ জাতক৷ এই পৰিস্থিতিত শনিৰ মাৰ্গী চলন আপোনাৰ বাবে লাভজনক হ’ব৷ আৰ্থিকভাৱে মোটা টকা লাভ কৰাৰ সুযোগ পাব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা আপুনি লাভৱান হ’ব পাৰে৷ চাকৰি বিচাৰি থকাসকলে নতুন চাকৰি পাব পাৰে৷ সন্তানৰ দিশত অলপমান যত্নশীল হওক৷

কুম্ভ ৰাশি

শনিৰ মাৰ্গী চলনত সকলোতকৈ বেছি লাভৱান কুম্ভ ৰাশিৰ জাতক৷ কাৰণ কুম্ভ ৰাশিতেই বক্ৰী চলনত মাৰ্গী হ’ব শনি৷ এই সময়ত আপুনি শ শ ৰাজযোগৰ উপকাৰী ফল পাব৷ আপোনাৰ ব্যক্তিত্বই বহুতৰ মন জয় কৰিব৷ আত্মবিশ্বাস বৃদ্ধি পাব কুম্ভ ৰাশিৰ জাতকৰ৷ আৰ্থিকভাৱেও উন্নতিৰ সুযোগ পাব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?
জীৱনশৈলী

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

July 8, 2026
Next Post
পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

সৌৰধুমুহা… সুনীতা, উইলমোৰৰ উদ্ধাৰকাৰী মহাকাশযানৰ উৎক্ষেপণক লৈ দুশ্চিন্তা

সৌৰধুমুহা... সুনীতা, উইলমোৰৰ উদ্ধাৰকাৰী মহাকাশযানৰ উৎক্ষেপণক লৈ দুশ্চিন্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.