• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাড়ত বন গজিলেও বিদ্যুৎ বিভাগৰ বিলে ৰেহাই দিয়া নাই, কোনে পৰিশোধ কৰিব এই বিল?

হাড়ত বন গজিলেও বিদ্যুৎ বিভাগৰ বিলে ৰেহাই দিয়া নাই, কোনে পৰিশোধ কৰিব এই বিল?

2 years ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

43 minutes ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

1 hour ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

2 hours ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

2 hours ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

3 hours ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

4 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

13 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

14 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

14 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

15 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

15 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাড়ত বন গজিলেও বিদ্যুৎ বিভাগৰ বিলে ৰেহাই দিয়া নাই, কোনে পৰিশোধ কৰিব এই বিল?

হাঁড়ত বন গজিলেও বিদ্যুৎ বিভাগৰ বিলে ৰেহাই দিয়া নাই, কোনে পৰিশোধ কৰিব এই বিল?

editor by editor
September 26, 2024
in অসম, জীৱনশৈলী, বিবিধ, লেখা
0
হাড়ত বন গজিলেও বিদ্যুৎ বিভাগৰ বিলে ৰেহাই দিয়া নাই, কোনে পৰিশোধ কৰিব এই বিল?
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চামগুৰিত বিদ্যুত বিভাগৰ আজৱ কাণ্ড। ১৫বছৰৰ আগতেই মৃত্যু হোৱা এগৰাকী মহিলাৰ নামত বিদ্যুত বিভাগৰ পৰা আহিল প্ৰায় ১০ হাজাৰ টকাৰ বিল পৰিশোধ কৰিবলৈ দিয়াৰ এখন চমন। এই আজৱ ঘটনা সংঘটিত হৈছে চামগুৰিৰ গেন্ধালী আদৰ্শ গাঁৱত।

১৫বছৰৰ আগতেই মৃত্যু হোৱা মহিলা গৰাকীৰ নাম প্ৰমীলা দাস। মৃত মহিলাগৰাকীৰ মৃত্যুৰ পাছত তেঁওৰ জীয়ৰী ৰেনুমাই দাসে পৰিশোধ কৰি আহিছিল বিল। পাঁচ বছৰ পূৰ্বে মৃত্যু হৈছে মৃত প্ৰমীলা দাসৰ জীয়ৰি ৰেনুমাই দাসৰো। ৰেনুমাই দাসৰ মৃত্যুৰ পাছতেই পৰিয়ালটোত আৰু কোনো নথকাৰ বাবেই বিদ্যুত বিভাগৰ ফালৰ পৰা মহিলা গৰাকীৰ ঘৰৰ বৈদ্যুতিক সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰা হৈছিল।

ঘৰৰ বিদ্যুতৰ মিটাৰ জৰাজীৰ্ণ অৱস্থা। নাই কোনো বৈদ্যুতিক সংযোগ। আৰ্চয্যজনকভাৱে এতিয়া বিগত বহু বছৰৰ পাছত কাষৰে প্ৰতিবেশীৰ বাসগৃহলৈ মৃত মহিলাগৰাকীৰ নামত বিদ্যুত বিভাগে প্ৰেৰণ কৰিছে এখন চমন। চমনখনত উল্লেখিত প্ৰায় ১০হাজাৰ টকাৰ বিল পৰিশোধ কৰিবলৈ প্ৰতিবেশীৰ পৰিয়ালটোক হাৰাশাস্তি বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ।

অতি সোনকালে বিদ্যুতৰ মাছুল পৰিশোধ নকৰিলে প্ৰতিবশী ঘৰৰ বৈদ্যুতিক সংযোগ কৰ্তন কৰিব বুলি ভয়-ভাবুকি প্ৰদান কৰা বুলি বিদ্যুত বিভাগৰ বিৰুদ্ধে অভিযোগ পৰিয়ালটোৰ। বিদ্যুত বিভাগৰ এনে কাণ্ড-জ্ঞানহীনতাৰ আজৱ কাণ্ড দেখি হতবাক স্থানীয় ৰাইজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

May 4, 2026
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!
বাণিজ্য

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

May 4, 2026
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

May 4, 2026
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি
ৰাজনীতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

May 4, 2026
Next Post
হিন্দু যুৱতীক প্ৰেম কৰিবলৈকে কোৰাণ আলি হ’ল কৰণ সিং, প্ৰেমৰ অন্তত ঠিকনা কাৰাগাৰ, মাজৰ ঘটনা কি?

হিন্দু যুৱতীক প্ৰেম কৰিবলৈকে কোৰাণ আলি হ’ল কৰণ সিং, প্ৰেমৰ অন্তত ঠিকনা কাৰাগাৰ, মাজৰ ঘটনা কি?

আধাৰ কাৰ্ড দেখুৱাই আপুনি ল’ব পাৰে কোটি টকাৰ ঋণ, কিন্তু কেনেকৈ?

আধাৰ কাৰ্ড দেখুৱাই আপুনি ল’ব পাৰে কোটি টকাৰ ঋণ, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.