• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ, খেলিব নোৱাৰিব ‘ইৰাণী কাপ’

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ, খেলিব নোৱাৰিব ‘ইৰাণী কাপ’

2 years ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

13 minutes ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

2 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

2 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

3 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

4 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

5 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

6 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

7 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

8 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

8 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ, খেলিব নোৱাৰিব ‘ইৰাণী কাপ’

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ, খেলিব নোৱাৰিব ‘ইৰাণী কাপ’

editor by editor
September 28, 2024
in ক্ৰীড়া, জীৱনশৈলী
0
ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ, খেলিব নোৱাৰিব ‘ইৰাণী কাপ’
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পথ দুৰ্ঘটনাত গুৰুতৰ আঘাত পাইছে ক্ৰিকেটাৰ মুছিৰ খানে৷ আজমগড়ৰ পৰা লক্ষ্ণৌ যোৱাৰ পথত তেওঁৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত ধাক্কা মাৰিছে৷ মুছিৰৰ সৈতে আছিল তেওঁৰ পিতৃ নৌছাদ খানসহ আৰু দুগৰাকী যাত্ৰী৷ প্ৰত্যেকৰেই কমবেছি পৰিমানে আঘাত লাগিছে৷ ইফালে ক্ৰিকেটাৰ মুছিৰৰ মূৰত আঘাত লাগিছে৷ ইয়াৰোপৰি আঁঠুতো আঘাত লাগিছে৷ দ্ৰুতভাৱে তেওঁক হাস্পতাললৈ লৈ যোৱা হয়৷

চিকিৎসকে জনাইছে যে মুছিৰৰ একাধিক হাড় ভাঙিছে৷ মূৰতো আঘাত পাইছে৷ তেওঁ সুস্থ হৈ উঠিবলৈ কমপক্ষেও ১৬ সপ্তাহ সময় লাগিব৷ দেওবাৰে তেওঁক মুম্বাইলৈ এয়াৰ এম্বুলেঞ্চেৰে লৈ যোৱা হ’ব৷ তাতেই তেওঁৰ চিকিৎসা চলিব৷ মুম্বাই ক্ৰিকেট সংস্থাৰ এগৰাকী কৰ্তাই কয়, ‘মুছিৰে ইৰাণি কাপ খেলিব নোৱাৰিব৷ দেওবাৰে মুম্বাইলৈ তেওঁক লৈ অহা হ’ব৷ মুম্বাই ক্ৰিকেট সংস্থা আৰু ভাৰতীয় ক্ৰিকেট বৰ্ডৰ চিকিৎসকে তেওঁক চোৱাচিতা কৰিব৷ বৰ্ডে তেওঁৰ চিকিৎসাৰ যাৱতীয় খৰচ বহন কৰিব৷ শাৰীৰিক পৰীক্ষাসমূহ তেওঁৰ সম্পন্ন কৰাত বৰ্ডেই চিকিৎসাৰ খৰচ বহন কৰিব৷’

উল্লেখ্য আগন্তুক ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইৰানি কাপ৷ মুম্বাইৰ দলত আছিল মুছিৰ৷ সেই মেছ খেলাৰ বাবে লক্ষ্ণৌলৈ গৈছিল ১৯বছৰীয়া এজন বেটাৰ৷ কিন্তু এই পথ দুৰ্ঘটনাৰ বাবে তেওঁ ইৰানি কাপ খেলা নহ’ব৷ আনকি ৰঞ্জি ট্ৰফিৰ পূৰ্বে সুস্থ হ’ব পাৰিব নে নাই তাতো অনিশ্চয়তাই দেখা দিছে৷

১১ অক্টোবৰৰ পৰা আৰম্ভ হৈছে ৰঞ্জি ট্ৰফি৷ তাৰ পূৰ্বে আঘাত পৰীক্ষা কৰিহে সেই কথা স্পষ্ট হ’ব মুছিৰৰ৷ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বৰ্তমান পৰ্যন্ত ৯খন মেচ খেলিছে মুছিৰ খানে৷ ৭১৬ ৰান আহিছে তেওঁৰ বেটৰ পৰাই৷ তেওঁ কৰিছে তিনিটাকৈ শতৰান৷

দলীপ ট্ৰফীত ভাৰতৰ বি টিমৰ হৈ প্ৰথম মেচত তেওঁ ১৮১ ৰানৰ ইনিংছৰ নজৰ কাঢ়িছিল৷ মুছিৰৰ ককায়েক ছৰফৰাজ খানে ভাৰতীয় দলত সুযোগ পাইছে৷ বাংলাদেশৰ বিৰুদ্ধে টিম ইণ্ডিয়াত তেওঁ ঠাই পাইছিল৷ কিন্তু প্ৰথম একাদশত তেওঁক ৰখা হোৱা নাছিল৷ মুছিৰ খানৰ ঘটনাই এতিয়া আকৌ এবাৰ ২০২২ চনৰ ডিচেম্বৰ মাহত ঋষভ পন্থৰ পথ দুৰ্ঘটনাৰ স্মৃতি৷ পথ দুৰ্ঘটনাত শৰীৰৰ একাধিক স্থানত আঘাত পাইছিল ঋষভ পন্থে৷ দুৰ্ঘটনাৰ পাছতেই জ্বলি উঠিছিল ঋষভৰ বাহন৷ এই দুৰ্ঘটনাত তেওঁৰ সোঁ আঠুৰ লিগামেণ্ট চিঙি যায়৷ বাওঁ হাতৰ বিভিন্ন স্থানৰ ওপৰিও ভৰিৰ পতাতো তেওঁ দুখ পাইছিল৷ প্ৰায় ডেৰ বছৰ পাছত ঋষভ ২২ গজলৈ উভতিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
Next Post
PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

মন গ’লেই কিশোৰ-কিশোৰীয়ে খুলিব নোৱাৰিব ইনষ্টাগ্ৰাম একাউণ্ট, একাউণ্ট খুলিবলৈ লাগিব এইকেইটা তথ্য

মন গ’লেই কিশোৰ-কিশোৰীয়ে খুলিব নোৱাৰিব ইনষ্টাগ্ৰাম একাউণ্ট, একাউণ্ট খুলিবলৈ লাগিব এইকেইটা তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.