• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বছৰীয়া কেৰিয়াৰ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী ডিস্কো ডান্সাৰৰ জীৱনৰ অজানা কথা

৫০ বছৰীয়া কেৰিয়াৰ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী ডিস্কো ডান্সাৰৰ জীৱনৰ অজানা কথা

2 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

4 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

5 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

6 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

6 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

6 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

7 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

8 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

9 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

9 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

10 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

10 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৫০ বছৰীয়া কেৰিয়াৰ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী ডিস্কো ডান্সাৰৰ জীৱনৰ অজানা কথা

৫০ বছৰৰ কেৰিয়াৰ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী ডিস্কো ডান্সাৰৰ জীৱনৰ অজানা কথা

editor by editor
September 30, 2024
in চিনেমা, জীৱনশৈলী, ভাৰত, লেখা
0
৫০ বছৰীয়া কেৰিয়াৰ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী ডিস্কো ডান্সাৰৰ জীৱনৰ অজানা কথা
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মিথুন চক্ৰবৰ্তী, ভাৰতীয় চলচ্চিত্ৰ জগতত তেওঁ ডিস্কো ডান্সাৰ৷ যাক কেন্দ্ৰ কৰি বাৰে বাৰে বক্স অফিচ এসময়ত গৰম হৈ থাকিছিল৷ প্ৰেক্ষাগৃহৰ সন্মুখত উপচি পৰিছিল ভিৰ, টিকত ব্লেকত বিক্ৰি হৈছিল৷ শুক্ৰবাৰ বুলিলেই ডিস্কো ডান্সাৰৰ চিনেমা চাবলৈ ৰৈ থাকে চিনেমাপ্ৰেমী৷ তেঁৱেই মিথুন চক্ৰবৰ্তী৷

বাংলা চিনেমাৰ পৰা হিন্দী চিনেমাৰ জগতত তেওঁ ছিক্স কোবাইছিল৷ চন তেতিয়া ১৮৭৬ মান হ’ব৷ কিংবদন্তি পৰিচালক মৃণাল সেনৰ হাতত ধৰি মৃগয়া ছবিৰে বলীউডত প্ৰৱেশ মিথুন চক্ৰবৰ্তীৰ৷ প্ৰথম ছবিতেই তেওঁ জনপ্ৰিয় হৈ উঠিল৷ হাতলৈ আহিল জাতীয় পুৰস্কাৰ৷ তাৰপাছতেই লেথাৰিকৈ ১৮ বছৰৰ সফল কেৰিয়াৰ৷ ১৯৮৬ চনত ডিস্কো ডান্সাৰ মিথুন হৈ উঠে বলীউডৰ সফল অভিনেতা৷ অন্যতম ছুপাৰষ্টাৰ৷

ইয়াৰপাছতেই সুৰক্ষা, হাম পাঁচ, ছহচ, ৱাৰদাত, শৌকিন, ৱাণ্টেড, বক্সাৰ, কছম, প্যাৰ ঝুকতা না, গুলামি, দিলৱাৰচি, শেওৱালা, ছোৱালা আণ্ডাৰ, অবিনাশ, ডান্স ডান্স, প্যায় কা মন্দিৰ, প্ৰেম প্ৰতিজ্ঞা, দাতা, মুজাৰিম, অগ্নিপথ, ৰাৱন ৰাজ ইত্যাদি একাধিক ছবি দৰ্শকক উপহাৰ দিছে তেওঁ৷

অৱশ্যে সফলতাৰ সমান্তৰালকৈ ব্যৰ্থতাও দেখিছে তেওঁ৷ ফ্লপ ছবিও কেইবাখনো আছে তেওঁৰ৷ নব্বৈৰ দশকৰ শেষৰ দিশত সলনি হৈ গৈছে তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ৷ তাৰপাছতেই আৰম্ভ হয় পতন৷ অৱশ্যে পতন খুব বেছি স্থায়ী নহয়৷ কাৰণ তেতিয়া টলীউডত তেওঁৰ ছবি চলি আছিল৷ বলীউডৰ কেৰিয়াৰক অৱশ্যে তেওঁ বিদায় দিয়া নাই৷ গোলমাল-৩, হাউছফুল-২, ওএমি, অহ মাই গড, খিলাড়ী ৭৮৬, কিক, দ্যা তাছখন্দ ফাইলছ আৰু দ্যা কাশ্মীৰ ফাইলছ আদি ছবিত অভিনয় কৰিছে৷ ইয়াৰোপৰি টেলিভিছনতো তেওঁ বহু ৰিয়েলিটি শ্বত অংশগ্ৰহণ কৰি আহিছে৷

সেই সময়ত মৃগয়া ছবিৰ বাবে তেওঁ স্বামী বিবেকানন্দ ছবিৰ বাবে জাতীয় পুৰস্কাৰ পাইছে৷ এইবাৰ তেওঁ লাভ কৰিছে দাদা চাহেব ফাল্কে বঁটা৷ এই খবৰ প্ৰকাশ্যে অহা মাত্ৰকেই শুভেচ্ছাবাৰ্তাৰে সকলোৱে ভৰাই দিছে ফেছবুকৰ পৃষ্ঠা৷ চলিত বছৰৰ পূজাতো তেওঁৰ ছবি আহি আছে৷ তেওঁ অভিনয় কৰা ছবি শাস্ত্ৰীয়ে পূজাতেই মুক্তি লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
Next Post
টকাৰ নোটত গান্ধীজী নহয় অনুপম খেৰহে! ডেৰ কোটিৰ জাল নোট বাজেয়াপ্ত কৰিলে আৰক্ষীয়ে, কি কৈছে অনুপম খেৰে?

টকাৰ নোটত গান্ধীজী নহয় অনুপম খেৰহে! ডেৰ কোটিৰ জাল নোট বাজেয়াপ্ত কৰিলে আৰক্ষীয়ে, কি কৈছে অনুপম খেৰে?

ভুলতো কাকো দান নকৰিব এই ৫সামগ্ৰী, অভাৱে জুৰুলা কৰিব আপোনাক

ভুলতো কাকো দান নকৰিব এই ৫সামগ্ৰী, অভাৱে জুৰুলা কৰিব আপোনাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.