• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

2 years ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

12 minutes ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

44 minutes ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

1 hour ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

2 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

2 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

2 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

5 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

5 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

5 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

6 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

editor by editor
October 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহিন মাহৰ কৃষ্ণ পক্ষৰ অমাবস্যা তিথিত সৰ্বপিতৃ অমাবস্যা৷ এই তিথিতেই মহালয়া৷ এই দিনটোতেই পিতৃপক্ষৰ অৱসান ঘটি দেৱীপক্ষৰ সূচনা হয়৷ হিন্দু ধৰ্মত মহালয়াৰ বিশেষ মাহাত্ম্য আছে৷ কাৰণ এই দিনটোতেই পূৰ্বপুৰুষৰ উদ্দেশ্যে তৰ্পণ, শ্ৰাদ্ধকৰ্ম, দানপূণ্য কৰা হয়৷ শাস্ত্ৰমতে সৰ্বপিতৃ অমাবস্যা বা মহালয়াত নিজৰ ৰাশি মানি দান কৰাটো অত্যন্ত শুভ৷ ইয়াৰ ফলত পূৰ্বপুৰুষসকল শীঘ্ৰেই প্ৰসন্ন হয়৷ ব্যক্তিৰ জীৱনৰ পৰা সকলো সমস্যাৰেই অৱসান ঘটে৷ কাইলৈ মহালয়া৷ মহালয়াৰ দিনটোত কোন ৰাশিৰ জাতকে কি দান কৰিলে শুভ ফল পাব?

মেষ ৰাশি

মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙল৷ সৰ্বপিতৃ অমাবস্যাত মাটি, ৰঙা বস্তু, ফল, পোছাক, তামৰ বাচন দান কৰিব পাৰে৷ ইয়াৰোপৰি এই দিনটোত আপুনি দৰিদ্ৰসকলকো খাদ্য দিব পাৰে৷

বৃষ ৰাশি

জ্যোতিষ পৰামৰ্শ অনুসৰি বৃষ ৰাশিৰ জাতকে মহালয়াৰ দিনা পায়স, চাউল, গাখীৰ দান কৰাটো শুভ৷ বগা কাপোৰো দান কৰিব পাৰে৷

মিথুন ৰাশি

সৰ্বপিতৃ অমাবস্যাৰ দিনা আমলখি, আঙুৰ, মগু দাইল, প্ৰবাল দান কৰিলে শুভ৷ চৰাইকো খাদ্য খোৱাব কৰিব পাৰে৷

কৰ্কট ৰাশি

সৰ্বপিতৃ অমাবস্যাৰ দিনা কৰ্কট ৰাশিৰ জাতকে নাৰিকল, ধান দান কৰাৰ ওপৰিও গোটা বাদাম প্ৰবাহিত পানীত উটোৱাই দিলে সুফল পাব৷ দৰিদ্ৰলোকক খাদ্য খোৱাব পাৰে৷

সিংহ ৰাশি

এই ৰাশিৰ অধিপতি হৈছে সূৰ্য৷ এই ৰাশিৰ লোকে সৰ্বপিতৃ অমাবস্যাত সোন, খেজুৰ, অন্ন দান কৰাটো শুভ৷ ইয়াৰোপৰি এই তিথিত পূৰ্বপুৰুষৰ নামত শ্ৰাদ্ধ আৰু তৰ্পণ কৰক৷

কন্যা ৰাশি

কন্যা ৰাশিৰ লোকে মহালয়াৰ দিনা গুড় দান কৰিব পাৰে৷ ইয়াৰোপৰি আমলখি, মগু দাইল, আঙুৰ আৰু বগা পোছাক দান কৰিব পাৰে৷ এই তিথিত কাপোৰ দান কৰাটো শুভ৷ দৰিদ্ৰ অসহায় লোকক ভোজন আগবঢ়াব পাৰে৷

তুলা ৰাশি

শুক্ৰ এই ৰাশিৰ অধিপতি৷ এই ৰাশিৰ লোকে বগা কাপোৰ, ফল, ৰসগোল্লা, চাউল, গাখীৰেৰে তৈয়াৰী ভোজন আগবঢ়াব পাৰে৷ পায়সো দান কৰিব পাৰে৷

বৃশ্চিক ৰাশি

সৰ্বপিতৃ অমাবস্যাত দক্ষিণাসহ মাটিৰ ঢেলা দান কৰক৷ সম্ভৱ হ’লে ভূমি দানো কৰিব পাৰে৷ ইয়াৰোপৰি মছুৰ দাইল, ৰঙা পোছাক, গুড় দান কৰাটো শুভ৷ পূৰ্বপুৰুষৰ নামেৰে ৫গৰাকী দৰিদ্ৰ ব্যক্তিক দুই ৰঙৰ কম্বল বা গৰম পোছাক বিতৰণ কৰক৷

ধনু ৰাশি

এই ৰাশিৰ অধিপতি বৃহস্পতি৷ সৰ্বপিতৃ অমাবস্যাৰ দিনা ৰাম লিখা পোছাক, ধৰ্মীয় গ্ৰন্থ দান কৰক৷ তীৰ্থক্ষেত্ৰত দৰিদ্ৰসকলক খাদ্য দিয়ক৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে সৰ্বপিতৃ অমাবস্যাত তিলৰ তেল, ক’লা তিল দান কৰক৷ পূৰ্বপুৰুষৰ নামত শনি মন্দিৰত দৃষ্টিহীন আৰু দিব্যাংগসকলক খাদ্য খোৱাওক৷

কুম্ভ ৰাশি

শনিৰ প্ৰিয় ৰাশি কুম্ভৰ জাতকসকলে মহালয়াত তিল তেল, কলা তিল, তেলেৰে তৈয়াৰ কৰা খাদ্যদ্ৰব্য দান কৰা উচিত৷ ইয়াৰোপৰি ১১টা নাৰিকল লৈ পূৰ্বপুৰুষৰ স্মৰণ কৰি এই নাৰিকল প্ৰবাহিত পানীত উটোৱাই দিয়ক৷

মীন ৰাশি

মীন ৰাশিৰ অধিপতি বৃহস্পতি৷ সৰ্বপিতৃ অমাবস্যাৰ দিনা গীতা, ৰামায়ণ দান কৰক৷ ইয়াৰোপৰি হালধীয়া ৰঙৰ পোছাক দান কৰিব পাৰে৷ দৰিদ্ৰ অসহায়সকলক গাখীৰেৰে তৈয়াৰ কৰা খাদ্য দান কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
অসমলৈ ৭১৬ কোটি টকা মুকলি কেন্দ্ৰৰ, বান পৰিস্থিতিৰ বুজ ল’বলৈ আহিব বিশেষ পৰ্যবেক্ষক দলো

অসমলৈ ৭১৬ কোটি টকা মুকলি কেন্দ্ৰৰ, বান পৰিস্থিতিৰ বুজ ল’বলৈ আহিব বিশেষ পৰ্যবেক্ষক দলো

সূৰ্যগ্ৰহণে এই ৩ৰাশিৰ জীৱনলৈ আনিছে শুভ বাৰ্তাঃ জীৱনত উন্নতি খাটাং

সূৰ্যগ্ৰহণে এই ৩ৰাশিৰ জীৱনলৈ আনিছে শুভ বাৰ্তাঃ জীৱনত উন্নতি খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.