• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধোনী অনিশ্চিত, ২০২৫ৰ মেগা নিলামত কোন প্লেয়াৰক ধৰি ৰাখিব চেন্নাই চুপাৰ কিংছে?

1 year ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

1 hour ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

2 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

24 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ধোনী অনিশ্চিত, ২০২৫ৰ মেগা নিলামত কোন প্লেয়াৰক ধৰি ৰাখিব চেন্নাই চুপাৰ কিংছে?

ধোনী অনিশ্চিত, ২০২৫ৰ মেগা নিলামত কোন প্লেয়াৰক ধৰি ৰাখিব চেন্নাই চুপাৰ কিংছে?

editor by editor
October 3, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ধোনী অনিশ্চিত, ২০২৫ৰ মেগা নিলামত কোন প্লেয়াৰক ধৰি ৰাখিব চেন্নাই চুপাৰ কিংছে?
0
SHARES
383
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেন্নাই ছুপাৰ কিংছৰ জাৰ্ছিত প্লেয়াৰ হিচাপে মহেন্দ্ৰ সিং ধোনীক দেখা যাব নে নাযায় সেয়া নিশ্চিত নহয়৷ ২০২৫ চনৰ আইপিএলৰ পূৰ্বে ধোনীয়ে এতিয়াও নিশ্চিত কৰা নাই তেওঁ এইবাৰ আইপিএল খেলিবনে? CSK আনকেপড প্লেয়াৰক ঘৰি ৰখাৰ নিয়ম ব্যৱহাৰ কৰিবনে সেয়াও নিশ্চিত নহয়৷ এই পৰিস্থিতিত CSKয়ে ধৰি ৰখা চূড়ান্ত প্লেয়াৰ কোন কোন হ’ব সেয়াও এক প্ৰশ্ন হৈ পৰিছে৷  চেন্নাইৰ সমৰ্থকসকলৰ প্ৰিয় খেলুৱৈ ধোনীক লৈ এতিয়া উদগ্ৰীব বহু ক্ৰিকেটপ্ৰেমী৷ সকলোকে এটাই প্ৰশ্ন তেওঁ থাকিবনে? নতুন নিয়ম অনুযায়ী প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে সৰ্বাধিক ৬জন প্লেয়াৰক ধৰি ৰাখিব পাৰিব৷ বিদেশী বা ভাৰতীয় প্লেয়াৰৰ সংখ্যাৰ কোনো নিৰ্দিষ্ট লিমিট অৱশ্যে নাই৷ আনকেপড প্লেয়াৰৰ ক্ষেত্ৰত সৰ্বাধিক ২জন প্লেয়াৰ ৰাখিব পাৰিব প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে৷ সেই ক্ষেত্ৰত ধোনী এজন আনকেপড প্লেয়াৰ হিচাপে থাকিব৷

জানি থওক CSKৰ সাম্ভাব্য তালিকা

ঋতুৰাজ গায়কোয়াড, ৰবীন্দ্ৰ জাদেজা, শিৱম ডুবে, ৰাচিন ৰবীন্দ্ৰা, মথিছা পাথিৰানা, দীপক চাহাৰ৷ ধোনীৰ পাছত অধিনায়ক হৈছিল ৰবীন্দ্ৰ জাডেজা৷ কিন্তু তেওঁ দলটোক সুচাৰুৰূপে চলোৱাত ব্যৰ্থ হয়৷ অধিনায়কৰ দিশটোক যদি বাদ দি চোৱা হয় তেন্তে জাদেজা দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য৷ তেওঁ টি-২০ এৰিলেও তেওঁৰ ষ্টাইল টি-২০ৰ দৰেই৷ তেওঁক এৰাৰ কথা সেয়ে দলে ভাৱিবই নোৱাৰে৷

শিৱম ডুবেই এজন ফিনিছাৰ হিচাপে বিগত বছৰ দলক বহু জয়ৰ সোৱাদ দিছে৷ তেওঁৰ বলিঙো যথেষ্ট উন্নত৷ ফলত IPLৰ টুৰ্নামেণ্টত তেওঁ অতি গুৰুত্বপূৰ্ণ খেলুৱৈ৷ ৰাচিন ৰবীন্দ্ৰৰ ক্ষেত্ৰতো একেই ছবি৷ তেওঁৰ ভাল অপেনাৰ৷ পাথিৰানাক বিগত কেইবাবছৰ ধৰি নিজেই গঢ় দি লৈছে মহেন্দ্ৰ সিং ধোনীয়ে৷ ফলত এই শ্ৰীলংকান পেছাৰকো বাদ দিব নোৱাৰি৷ দীপক চাহাৰৰ ক্ষেত্ৰতো ছবি একেইটাই৷ যদি ধোনীয়ে শেষ পৰ্যন্ত ২০২৫ চনৰ আইপিএল খেলে তেন্তে দীপক চাহাৰ বাদ পৰিবলগা হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 IPLasom live 24axom live 24axom live 24 digitalBest news channel of assamcricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
Next Post
লেবাননত ৰক্তক্ষয়ী আক্ৰমণত নিহত ৮ইজৰাইলী সেনা, পশ্চিম এছিয়াত জটিল পৰিস্থিতি

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন