• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দহহাতে দহ অস্ত্ৰ, ত্ৰিনয়নত অভয়জ্যোতি, শাস্ত্ৰমতে কি অৰ্থ বহন কৰে মা দুৰ্গাৰ এই ৰূপে?

দহহাতে দহ অস্ত্ৰ, ত্ৰিনয়নত অভয়জ্যোতি, শাস্ত্ৰমতে কি অৰ্থ বহন কৰে মা দুৰ্গাৰ এই ৰূপে?

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

12 minutes ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

27 minutes ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

35 minutes ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

1 hour ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

2 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

4 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

4 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

5 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

6 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

6 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

7 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দহহাতে দহ অস্ত্ৰ, ত্ৰিনয়নত অভয়জ্যোতি, শাস্ত্ৰমতে কি অৰ্থ বহন কৰে মা দুৰ্গাৰ এই ৰূপে?

দহহাতে দহ অস্ত্ৰ, ত্ৰিনয়নত অভয়জ্যোতি, শাস্ত্ৰমতে কি অৰ্থ বহন কৰে মা দুৰ্গাৰ এই ৰূপে?

editor by editor
October 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দহহাতে দহ অস্ত্ৰ, ত্ৰিনয়নত অভয়জ্যোতি, শাস্ত্ৰমতে কি অৰ্থ বহন কৰে মা দুৰ্গাৰ এই ৰূপে?
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মা দুৰ্গাৰ ভূৱনবিজয়ী ৰূপ, তেওঁৰ দহ হাতত দহ অস্ত্ৰ, ত্ৰিনয়নত অভয় জ্যোতি, কিন্তু মা দুৰ্গাৰ এই বিশেষ ৰূপৰ নেপথ্যত আছে বিশেষ শাস্ত্ৰীয় বাখ্যা৷ পুৰাণ মতে মহিষাসুৰক বধ কৰোতে সকলো দেৱতাই ধ্যানমগ্ন হৈ দেৱীৰ আৰাধনা কৰিছিল৷ সকলো দেৱতাৰ শক্তি সঞ্চিত হৈয়েই দেৱী দুৰ্গাৰ সৃষ্টি৷

দেৱী দুৰ্গাৰ তিনি চকু আৰু দহ হাত মূলত ৰূপক অৰ্থত ব্যৱহৃত হয়৷ হিন্দু শাস্ত্ৰৰ বিভিন্ন ধৰ্মগ্ৰন্থত দেৱীৰ এই ৰূপৰ বিভিন্ন বাখ্যা পোৱা যায়৷ কোৱা হয় দেৱীৰ বাওঁ চকু বাসনা বা চন্দ্ৰৰ প্ৰতীক৷ সোঁ চকু কৰ্ম বা সূৰ্যৰ প্ৰতীক৷ আকৌ কপালৰ নেত্ৰ হৈছে জ্ঞান বা অগ্নিৰ প্ৰতীক৷ দেৱী দুৰ্গাৰ ১০ হাতৰো বাখ্যা আছে৷ ৰূপক অৰ্থত দেৱীৰ দহ হাতত থাকে দহটি অস্ত্ৰ৷ এই সকলো অস্ত্ৰৰেই আছে নানান প্ৰতীকী অৰ্থ৷

চক্ৰঃ চক্ৰ দিছিল শ্ৰী বিষ্ণুৱে৷ চক্ৰ দৃঢ়তা আৰু সংহতিৰ প্ৰতীক৷ দেৱী দুৰ্গাৰ হাতত চক্ৰ থকাটোৱে অৰ্থ সমস্ত সৃষ্টিৰ কেন্দ্ৰত অৱস্থান কৰে দেৱীয়ে৷

ত্ৰিশূলঃ দেৱাদিদেৱ মহাদেৱে দুৰ্গাক তেওঁৰ ত্ৰিশূল দান কৰিছিল৷ এই ত্ৰিশূলৰ তিনিটা ফলাই মানুহৰ তিনি গুণ, সত্ত্ব, তমঃ, ৰজঃ আৰু প্ৰতীক৷ সত্ত্ব অৰ্থাৎ ধৰ্ম জ্ঞান, ৰজঃ অৰ্থাৎ অহংকাৰ আৰু তমঃ অৰ্থাৎ অন্ধকাৰ৷ এই তিনিটা গুণৰ সমন্বয়ত সমস্ত মানুহৰ সৃষ্টি৷ এই তিনি গুণৰ প্ৰতীকী ৰূপেই হৈছে দেৱাদিদেৱ মহাদেৱৰ ত্ৰিশূলৰ তিনিটা ফলা৷
শংখঃ দেৱতা বৰুণে দিছিল শংখ, যি অহংকাৰৰ প্ৰতীক৷ এই শঙ্খৰ ধ্বনিত স্বৰ্গ, মৰ্ত্য আৰু নৰক জুৰি থকা সমস্ত অশুভ শক্তি ভীত আৰু দুৰ্বল হৈ পৰে৷
বজ্ৰঃ দেৱতা ইন্দ্ৰই দিছিল বজ্ৰ, সংকল্পৰ দৃঢ়তা আৰু সংহতিৰ প্ৰতীক৷ এই দুই গুণৰ মাধ্যমেৰেই নিজৰ লক্ষ্যক অৰ্জন কৰাৰ দৃঢ়তা তৈয়াৰ হয়৷

সাপ অথৱা নাগপাশঃ দেৱীৰ হাতত থাকে সাপ৷ পুৰাণ মতে এই সাপ শুদ্ধ চেতনাৰ প্ৰতীক৷

গদাঃ যমৰাজে দিছিল গদা যি কালদণ্ড নামেৰেও পৰিচিত৷ এই অস্ত্ৰ আনুগত্য, ভালপোৱা আৰু ভক্তিৰ প্ৰতীক৷

তীৰ ধনুঃ দেৱতা পৱনে দুৰ্গাক তীৰ ধনু দান কৰিছিল৷ এই অস্ত্ৰ ইতিবাচক শক্তিৰ প্ৰতীক৷

তলোৱাৰঃ ভগৱান গণেশে মা দুৰ্গাক তলোৱাৰ দিয়ে৷ এই তলোৱাৰ বুদ্ধিৰ প্ৰতীক, যিয়ে সমস্ত বৈষম্য আৰু অশুভক বিনাশ কৰা যায়৷

ঘণ্টাঃ দেৱৰাজ ইন্দ্ৰৰ বাহন ঐৰাবতে মা দুৰ্গাক দান কৰিছিল ঘণ্টা৷ ইয়াৰ ধ্বনিয়ে অশুভ শক্তিৰ বিনাশৰ ইংগিত দিয়ে৷

পদ্মঃ ব্ৰহ্মাই দেৱীক পদ্ম ফুল দান কৰিছিল৷ এই পদ্ম জ্ঞান আৰু আধ্যাত্মিক চেতনাৰ উত্থানৰ প্ৰতীক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

September 13, 2026
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!
বাণিজ্য

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

September 13, 2026
Next Post
২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং! ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং! ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

‘পূৰ্বে পৰমানু কেন্দ্ৰতেই আক্ৰমণ কৰক, ইৰান এনেই ঠাণ্ডা হৈ যাব!’ ইজৰাইলক পৰামৰ্শ ডোনাল্ড ট্ৰাম্পৰ

‘পূৰ্বে পৰমানু কেন্দ্ৰতেই আক্ৰমণ কৰক, ইৰান এনেই ঠাণ্ডা হৈ যাব!’ ইজৰাইলক পৰামৰ্শ ডোনাল্ড ট্ৰাম্পৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.