• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং! ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং! ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

2 years ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

4 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

4 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

5 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

5 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

6 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

6 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

7 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

8 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

8 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

8 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

9 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং! ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং? ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

editor by editor
October 5, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং! ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইছৰোৰ সাফল্য অব্যাহত। ইতিমধ্যেই মহাকাশত কেইবাটাও গৱেষণা চলাইছে ইছৰোই। এতিয়াও বহু গৱেষণাৰ কাম বাকী আছে বুলি জনাইছে ইছৰোই। সাফল্যৰ মাইলফলক চুবলৈ এতিয়াও বহু বাকী। বহুতেই আশা কৰিছে যে পোহৰৰ গতিৰ দৰেই স্পীডত আগুৱাইছে ইছৰো। বিগত কেইটামান মাহৰ ভিতৰত বহু উন্নতি কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই।

২৩ চনৰ ২৩ আগষ্টত ইতিহাস তৈয়াৰ কৰিলে ইছৰোই। চন্দ্ৰৰ দক্ষিণ মেৰুত বিশ্বৰ ভিতৰত প্ৰথম ভাৰতেই সফলভাৱে অৱতৰণ কৰিছে। সামগ্ৰিকভাৱে চতুৰ্থ দেশ হিচাপে চন্দ্ৰ পৃষ্ঠত ভাৰতৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে অৱতৰণ কৰিছে। টাস্ক শেষ কৰি চন্দ্ৰ পৃষ্ঠত শুই পৰিছিল দুই সহোদৰ। ক্ষীণ আশা আছিল চন্দ্ৰপৃষ্ঠত আকৌ সুৰ্যোদয় হওঁতে সাৰ পাব পাৰে বিক্ৰম আৰু প্ৰজ্ঞানে। বিজ্ঞানীৰ সেই আশা পূৰ্ণ নহ’লেও নিৰ্দিষ্ট কাম ১০০ শতাংশই সম্পূৰ্ণ কৰিছে চন্দ্ৰযান-৩য়ে। এই সফলতাৰ পাছতেই বিজ্ঞানীৰ আশা দুগুণে বৃদ্ধি পাইছে। ইছৰোৰ মতে নিসন্দেহে চন্দ্ৰলৈ মানুহ পঠিয়াব পৰা হ’ব। ২০২৪ ৰ ভিতৰতেই এই কাম সম্পন্ন কৰিব ইছৰোৱে। ২০৪০ চনৰ মাজত এই মিছনক সফল কৰাৰ নিৰ্দেশ দিছে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মাত্ৰ ১৭ বছৰৰ মাজত অসম্ভৱক সম্ভৱ কৰি চন্দ্ৰৰ মাটিত কেনেকৈ ভৰি দিব ভাৰতীয় নভোশ্বৰে? নতুন প্ৰযুক্তি ইমান সোনকালে ডেভেলপ কেনেকৈ কৰিব ভাৰতে? বিষয়টো নিসন্দেহে কঠিন যদিও অসম্ভৱ নহয় বুলি জনাইছে ইছৰোৱে।

চন্দ্ৰলৈ মানুহ পঠিওৱাত কি কি চেলেঞ্জৰ সন্মুখীন হ’ব?

বিজ্ঞানীমহলৰ মতে, প্ৰথমতে চন্দ্ৰলৈ মানুহ পঠিয়াবলৈ দৰকাৰ হ’ব এটা শক্তিশালী মানুহ কঢ়িয়াব পৰা মহাকাশযানৰ। চন্দ্ৰযান-৩ মিছনৰ মেৰুদণ্ড আছিল LVM-3 ৰকেট। এই ৰকেটে নিম্ন কক্ষপথত ১০০০০ কিঃগ্ৰাঃ পৰ্যন্ত ওজন কঢ়িয়াই নিব পাৰে। কিন্তু ২০৪০ চনলৈ মানুহ পঠিওৱাৰ সপোন পূৰণ কৰিবলৈ ইছৰোক প্ৰয়োজন হ’ব ছুপাৰ লিফ্ট ক্ষমতাসম্পন্ন মহাকাশযানৰ। যি মহাকাশযানৰ লিফট কেপাচিটি হ’ব ১ লাখ কিঃগ্ৰাঃৰো বেছি। দ্বিতীয়তে ছেমি ক্ৰয়োজেনিক আৰু ক্ৰায়োজেনিক ইঞ্জিনসমূহৰ এটা ভাৰসাম্যপূৰম সংমিশ্ৰণৰ দৰকাৰ।

বৰ্তমান ভাৰতৰ হাতত বিশাল কোনো লঞ্চ যান নাই। সেয়ে চন্দ্ৰলৈ মানুহ পঠিয়াবৰ বাবে অতি উচ্চ ক্ষমতাসম্পন্ন ৰকেট তৈয়াৰ কৰিব লাগিব। এই সকলোবোৰেই অৱশ্যে নিৰ্ভৰ কৰিছে গগণযানৰ সফলতাৰ ওপৰত। গগণযান মিছনত মহাকাশচাৰীক পৃথিৱীৰ নিম্ন কক্ষপথত ৪০০ কিঃমিঃ উচ্চতালৈ পঠিওৱা হ২ব। এই বিশেষ যানখনৰ নাম হৈছে গগণযান। কেইবাটাও পৰীক্ষা নিৰীক্ষা চলোৱাৰ অন্তত পৃথিৱীলৈ যানখনক ঘূৰাই অনা হ’ব। এই মিছন যদি সফল হয় তেন্তে ভৱিষ্যতে চন্দ্ৰলৈ মানৱযান পঠিয়াবলৈ সহজ হ’ব। প্ৰকৃতপক্ষে এই যানেই হৈছে ভাৰতৰ মনুষ্যবাহী চন্দ্ৰ অভিযানৰ মেৰুদণ্ড। চন্দ্ৰত মানুহ পঠিওৱাৰ পূৰ্বে বিস্তৰ গৱেষণাৰ প্ৰয়োজন। কেৱল মানুহ পঠিয়াই দিলেই নহ’ব। মহাকাশচাৰীক আকৌ পৃথিৱীলৈ নিৰাপদে ওভটাই অনাৰো ব্যৱস্থা ৰাখিব লাগে। বিষয়টোক লৈ প্ৰচুৰ গৱেষণাৰ প্ৰয়োজন আছে। এই গৱেষণাৰ বাবেই বেচৰকাৰী সংস্থাৰো প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়
জীৱনশৈলী

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
Next Post
‘পূৰ্বে পৰমানু কেন্দ্ৰতেই আক্ৰমণ কৰক, ইৰান এনেই ঠাণ্ডা হৈ যাব!’ ইজৰাইলক পৰামৰ্শ ডোনাল্ড ট্ৰাম্পৰ

‘পূৰ্বে পৰমানু কেন্দ্ৰতেই আক্ৰমণ কৰক, ইৰান এনেই ঠাণ্ডা হৈ যাব!’ ইজৰাইলক পৰামৰ্শ ডোনাল্ড ট্ৰাম্পৰ

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.