• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা, জন জে. হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টনলৈ এই সন্মান

পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা, জন জে. হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টনলৈ এই সন্মান

2 years ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

15 minutes ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

36 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

60 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

4 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

18 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা, জন জে. হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টনলৈ এই সন্মান

editor by editor
October 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা, জন জে. হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টনলৈ এই সন্মান
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা, জন জে. হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টনলৈ এই সন্মান

২০২৪ বৰ্ষৰ নোবেল বঁটাৰ পদাৰ্থ বিজ্ঞানৰ সন্মান ঘোষণা। পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনৰ বঁটা মঙলবাৰে ঘোষণা কৰা হয়। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে জন জে. হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টনলৈ এই সন্মান। কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ সৈতে মেচিন লাৰ্নিং সক্ষম কৰা মৌলিক আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে এই বঁটা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ পূৰ্বে সোমবাৰে ফিজিঅ’লজী বা মেডিচিনৰ ক্ষেত্ৰখনৰ বাবে এই সন্মান লাভ কৰা সকলৰ নাম ঘোষণা কৰা হয়। এইবাৰ আমেৰিকাৰ ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনক চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। মাইক্ৰ’ আৰ এন এ আৱিষ্কাৰৰ বাবে দুয়োকে এই সন্মান দিয়া হৈছিল।

ইয়াৰ পূৰ্বে এই শিতানত যোৱা বছৰৰ অৰ্থাৎ ২০২৩ চনৰ নোবেল বঁটা যৌথভাৱে পিয়েৰ অগাষ্টিনি, ফেৰেন্স ক্ৰাউজ আৰু এন্নে ল’হুইলিয়াৰক প্ৰদান কৰা হৈছিল। এই সন্মান ইলেক্ট্ৰনৰ ওপৰত অধ্যয়নৰ বাবে দিয়া হৈছিল।

পদাৰ্থত থকা ইলেক্ট্ৰনৰ গতিবিদ্যা অধ্যয়নৰ বাবে পোহৰৰ এট’ছেকেণ্ড স্পন্দন সৃষ্টি কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। পদাৰ্থ বিজ্ঞানৰ এই ক্ষেত্ৰখনত ন’বেল বঁটা লাভ কৰা পঞ্চমগৰাকী মহিলা হিচাপে পৰিগণিত হয় এন্নে হুইলিয়াৰ।

২০২২ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা এলেন এস্পেক্ট, জন এফ ক্লাউজাৰ আৰু এণ্টন জেইলিংগাৰক যৌথভাৱে প্ৰদান কৰা হয়। এলেন এস্পেক্ট ফৰাচী পদাৰ্থবিজ্ঞানী, জন এফ ক্লাউজাৰ আমেৰিকাৰ বিজ্ঞানী আৰু এণ্টন জেইলিংগাৰ অষ্ট্ৰিয়াৰ বিজ্ঞানী। এই বিজ্ঞানীসকলৰ পৰীক্ষা-নিৰীক্ষাৰ ফলত কোৱাণ্টাম তথ্যৰ ওপৰত ভিত্তি কৰি নতুন প্ৰযুক্তিৰ পথ প্ৰশস্ত হৈছিল।

৭ অক্টোবৰৰ পৰা আৰম্ভ নৱেল বঁটাৰ সন্মান। চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰ পৰাই আৰম্ভ হৈছিল নোবেল বঁটাৰ ঘোষণা। এই কথা কালি ৭ অক্টোবৰ অৰ্থাৎ সোমবাৰে ঘোষণা কৰা হৈছিল। ইয়াৰ পিছত ৮ অক্টোবৰ মঙলবাৰে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হয়। এতিয়া বুধবাৰে ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত আৰু বৃহস্পতিবাৰে সাহিত্যৰ ক্ষেত্ৰত নোবেল বঁটা বিজয়ীৰ নাম ঘোষণা কৰা হ’ব। ইয়াৰ উপৰিও শুকুৰবাৰে শান্তিৰ নোবেল বঁটা ঘোষণা কৰা হ’ব আৰু ১৪ অক্টোবৰত অৰ্থনীতিৰ ক্ষেত্ৰত এই বঁটা বিজয়ীক ঘোষণা কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: NobelNobel Prize
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
Next Post
ভাৰতক বিশ্বকাপ জয় কৰোৱা ক্ৰিকেটাৰ, এটা ভুলৰ বাবে কেৰিয়াৰ শেষ কৰি এতিয়া ইউটিউবাৰ

ভাৰতক বিশ্বকাপ জয় কৰোৱা ক্ৰিকেটাৰ, এটা ভুলৰ বাবে কেৰিয়াৰ শেষ কৰি এতিয়া ইউটিউবাৰ

কাইলৈ মহাষষ্ঠীত গোটেই দিনটো শোভন যোগ, মা দুৰ্গাৰ কৃপাত সৌভাগ্য তুংগত থাকিব ৫ ৰাশিৰ

কাইলৈ মহাষষ্ঠীত গোটেই দিনটো শোভন যোগ, মা দুৰ্গাৰ কৃপাত সৌভাগ্য তুংগত থাকিব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.