• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি শোকাৱহ, নিষ্ঠুৰতাৰে বহুবাৰ আঘাট, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কঁপাই তুলিব আপোনাকো

2 years ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

41 minutes ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

2 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

3 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

4 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

5 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

6 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

7 hours ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতি শোকাৱহ, নিষ্ঠুৰতাৰে বহুবাৰ আঘাট, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কঁপাই তুলিব আপোনাকো

editor by editor
October 16, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
অতি শোকাৱহ, নিষ্ঠুৰতাৰে বহুবাৰ আঘাট, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কঁপাই তুলিব আপোনাকো
0
SHARES
441
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি শোকাৱহ, নিষ্ঠুৰতাৰে বহুবাৰ আঘাট, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কঁপাই তুলিব আপোনাকো

উত্তৰ প্ৰদেশৰ বাহৰেইচ জিলাৰ মাহছি তহচিলৰ মহাৰাজগঞ্জ অঞ্চলত মূৰ্তি বিসৰ্জনৰ সময়ত হোৱা হুলস্থুলত হত্যা কৰা ৰাম গোপাল মিশ্ৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ। প্ৰতিবেদনত কোৱা হৈছে যে ৰাম গোপালক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছে। ১২ ব’ৰ অস্ত্ৰৰে গুলীচালনা কৰা হৈছিল ৰাম গোপালক।

ইয়াৰ উপৰিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দুইডজনৰো অধিক পেলেট আঘাতৰ কথা উল্লেখ আছে। শ্বক আৰু অত্যধিক আভ্যন্তৰীণ ৰক্তক্ষৰণ ফলত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। বাওঁ চকুত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি প্ৰকাশ। গধুৰ বস্তুৰে মূৰত আক্ৰমণ। ভৰিৰ নখবোৰ উলিয়াই দিয়ৰ চেষ্টা কৰাৰো প্ৰমাণ।

উল্লেখ্য যে, অভিযুক্ত আব্দুল হামিদৰ হাতত ১২ ব’ৰৰ চিংগল বেৰেল লাইচেন্সযুক্ত বন্দুক আছে। সেই বন্দুকেৰেই ৰাম গোপালৰ হত্যাৰ কৰাৰ কথা পোহৰলৈ আহিছে। ঘটনাৰ পিছৰে পৰা আব্দুল হামিদ আৰু তেওঁৰ দুই পুত্ৰ ছাৰফৰাজ ওৰফে ছলমান ওৰফে ৰিংকু আৰু ফাহিম পলাতক হৈ আছে।

সূত্ৰ অনুসৰি, নাম উল্লেখ কৰা তিনিওজন অভিযুক্তই নেপালত থকা আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছে। আব্দুল হামিদৰ নেপালতো এখন ব্যৱসায়িক দোকান আছে। এই কাৰ্য্যৰ অংশ হিচাপে মহাচী চক্ৰৰ চি অ’ ৰূপেন্দ্ৰ গৌৰক অপসাৰণ কৰা হয়। নতুন চক্ৰ বিষয়া ৰবি খোখৰক নিযুক্তি দিয়া হৈছে।

এই হিংসাত্মক গোচৰত এতিয়ালৈকে আৰক্ষীয়ে ৫০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। লগতে এই পৰ্যন্ত ৩টা এফআইআৰ পঞ্জীয়ন কৰা হৈছে। হিংসাত্মক ঘটনাৰ তৃতীয় দিনা এতিয়া নিয়ন্ত্ৰিত হৈছে পৰিস্থিতি। প্ৰতিটো চুক-কোণত আৰক্ষী মোতায়েন কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dashera CasePost MortarmenUP Caseuttar pradeshUttar Pradesh Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

May 7, 2026
Next Post
ভাৰতীয় চিনেমাৰ ইতিহাস সৃষ্টিকাৰী অভিনেতা, ৮৫ নায়িকাৰ সৈতে কাম কৰিছে ৯০০ খন ছবিত

মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰাত দুটা সম্প্ৰদায়ৰ মাজত….ইণ্টাৰনেট সেৱা বন্ধ

মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰাত দুটা সম্প্ৰদায়ৰ মাজত....ইণ্টাৰনেট সেৱা বন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন