• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়

ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়

1 year ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

33 minutes ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

1 hour ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

3 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

4 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

4 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

5 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

5 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

6 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

24 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

1 day ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়

ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়

editor by editor
October 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শান্তি, আনন্দ, স্বাস্থ্য সকলোখিনি ৰান্ধনীশালৰ ওপৰতেই নিৰ্ভৰশীল। সেয়ে বাস্তু শাস্ত্ৰত ৰান্ধনীশালৰ নিৰ্মাণ আৰু সাজসজ্জাৰ ওপৰত বিশেষ নজৰ দিব বুলি পৰামৰ্শ দিয়া হৈছে। বাস্তু অনুসৰি ৰান্ধনীশালত অকণমান সৰু ভুল কৰিলেই সুখ আৰু সমৃদ্ধিৰ পথত বাধা আহিব পাৰে। ইয়াৰোপৰি পৰিয়ালৰ শান্তিও ভংগ হ’ব পাৰে। কিন্তু ৰান্ধনীশালত কিছু শুভ বস্তু ৰাখিলে ইতিবাচক শক্তি সঞ্চাৰিত হয় আৰু তাৰ প্ৰভাৱে পৰিয়াললৈ উন্নতি আনিব। ৰান্ধনীঘৰত কি কি সামগ্ৰী থকাটো শুভ, আৰু ৰান্ধনীঘৰত কি কি বস্তু থাকিলে দোষ লাগে জানি থওক সবিশেষ কাৰণ।

হালধি ৰান্ধনীঘৰত ৰাখিবই

বাস্তু শাস্ত্ৰ অনুসৰি ৰান্ধনীঘৰৰ বাবে হালধি অত্যন্ত শুভ। হিন্দু ধৰ্মত হালধীৰ ধৰ্মীয় মাহাত্ম্য আছে। পূজা, অৰ্চনাতো হালধি ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি অৰ্থ আৰু সম্পদৰ কাৰক গ্ৰহ বৃহস্পতি আৰু সৃষ্টিক পৰিচালক বিষ্ণুৰ পুজাত হালধি ব্যৱহাৰ কৰা হয়। ৰান্ধনীশালত সকলো সময়তে হালধি ৰাখিবই। এদিনৰ বাবেও যাতে হালধি খালী নহয় সেই ক্ষেত্ৰত নজৰ ৰাখিব।

হালধি ৰাখিলে কি কি লাভ?

ৰান্ধনীশালত হালধি ৰাখিলে অৰ্থ আগমণৰ দ্বাৰ উন্মুক্ত হয়। সেয়ে বাস্তু শাস্ত্ৰত ৰান্ধনীশালত হালধি ৰখাৰ পৰামৰ্শ দিয়া হৈছে।

ইয়াৰোপৰি ৰান্ধনীশালত আৰু কি কি ৰাখিলে শুভ?

ধাতুৰ বাচন

হালধীৰ ওপৰিও ৰান্ধনীশালত পিতল আৰু কাঁহৰ বাচন ৰাখিলে শুভ। এই ধাতুৰ বাচন ৰান্ধনীশালত ৰখাৰ ওপৰিও এই বাচনত খাদ্য খালে স্বাস্থ্যৰ পক্ষেও শুভ। বাস্তু অনুসৰি ৰান্ধনীশালত পশ্চিম দিশত কাঁহ পিতলৰ বাচন ৰখা উচিত।

বৈদ্যুতিন উপকৰণ ৰাখিব

ৰান্ধনীশালৰ পূবদিশত বৈদ্যুতিন উপকৰণ ৰখা উচিত। ইয়াৰ ফলত বাস্তু দোষ থাকিলে মুক্তি পোৱা যায়।

এই গছো ৰাখিব পাৰে

ৰান্ধনীশালত এলোভেৰা আৰু তুলসী গছ ৰখাটো অত্যন্ত শুভ। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি মজবুত হয়। ৰান্ধনীশালত বাস্তু দোষ দূৰ কৰাৰ উপায় আজিকালি বহুতেই মানি চলিব নোৱাৰে। কাৰণ ভাড়াঘৰতেই আজিকালি বহুসংখ্যক মানুহ থাকে। এই পৰিস্থিতিত ৰান্ধনীশালত কিছু বাস্তু দোষ দেখা যায়। আপোনাৰ ৰান্ধনীশালত কিছু বাস্তু দোষ থাকিলে কি কি উপায়েৰে মুক্তি পাব জানি থওক।

ৰান্ধনীশালৰ গেছ বা অভেন সকলোবোৰ পূব দিশত ৰাখিব। ইয়াৰ ফলত সুস্বাস্থ্য বৰ্তি থকাৰ ওপৰিও হাতলৈ ধন আহিব।
পানী ঈশান কোনত ৰাখিলে শুভ। উত্তৰ-পশ্চিম দিশত ছিংক ৰাখিলে শুভ ফল পোৱা যায়।
মছলাৰ পাত্ৰ, বাচন, চাউল, দাইল, আটা ইত্যাদি দক্ষিণ বা দক্ষিণ-পশ্চিম দিশত ৰাখিব।
নৈঋত কোণত খালী চিলিণ্ডাৰ আৰু দক্ষিণ দিশত ব্যৱহাৰ যোগ্য চিলিণ্ডাৰ ৰাখিব।
ৰান্ধনীঘৰত দিয়া ৰঙো পাতল ৰঙৰ হ’ব লাগে। এই ক্ষেত্ৰত পাতল ক্ৰিম বা কমলা ৰঙৰ ৰং দিব পাৰে। ৰান্ধনীশালত ক’লা আৰু নীলা ৰং ব্যৱহাৰ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত
জীৱনশৈলী

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

January 29, 2026
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

January 29, 2026
Next Post
আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.