• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছত ভাগ্য সলনিৰ ইচ্ছা! জানি থওক কোন ৰাশিৰ জাতকে কি কিনিব?

ধনতেৰছত ভাগ্য সলনিৰ ইচ্ছা! জানি থওক কোন ৰাশিৰ জাতকে কি কিনিব?

2 years ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

12 minutes ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

50 minutes ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

1 hour ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

2 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

19 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

19 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

20 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

21 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

22 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

23 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

24 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছত ভাগ্য সলনিৰ ইচ্ছা! জানি থওক কোন ৰাশিৰ জাতকে কি কিনিব?

ধনতেৰছত ভাগ্য সলনিৰ ইচ্ছা! জানি থওক কোন ৰাশিৰ জাতকে কি কিনিব?

editor by editor
October 19, 2024
in জীৱনশৈলী
0
ধনতেৰছত ভাগ্য সলনিৰ ইচ্ছা! জানি থওক কোন ৰাশিৰ জাতকে কি কিনিব?
0
SHARES
21.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধনতেৰছৰ ধনী ধনলক্ষ্মী আৰু ঐশ্বৰ্যৰ দেৱতা কুবেৰৰ পূজা কৰিলে ঘৰলৈ ধন সম্পদ আহে বুলি লোকবিশ্বাস৷ কুবেৰৰ কৃপাত দূৰ হয় অৰ্থ কষ্ট৷ পুৰণি ঋণে জুৰুলা কৰি থাকিলে এই ধনতেৰছতেই আপুনি ক্ৰয় কৰিব পাৰে এডাল ঝাডু৷ এনে কৰিলে সোনকালেই আপুনি ঋণমুক্ত হ’ব পাৰে৷

সোণ-ৰূপ বা ষ্টিলৰ বাচন ক্ৰয় কৰে বহুতেই৷ ধনতেৰছত বাচন ক্ৰয় কৰা শুভ বুলি কোৱা হয়৷ কিন্তু ধনতেৰছৰ দিনা ৰাশি মানিহে ঘৰলৈ সম্পত্তি আনিব লাগে৷ তেতিয়াহে শুভ ফল লাভ কৰিব পাৰিব৷ ৰাশি অনুযায়ী এইবাৰৰ ধনতেৰছত আপুনি কি ক্ৰয় কৰিব?

মেষ ৰাশিৰ জাতক হ’লে সোণ, ৰূপ বা বস্ত্ৰ ক্ৰয় কৰিব পাৰে৷ আপুনি যদি বৃষ ৰাশিৰ জাতক তেন্তে পিতল বা ৰূপ ক্ৰয় কৰিব পাৰে৷ মিথুন ৰাশিৰ জাতক ধনলক্ষ্মীৰ প্ৰিয় বুলি কোৱা হয়৷ এই ৰাশিৰ জাতকে ধনতেৰছৰ দিনা সোণ, ৰূপ ক্ৰয় কৰিলে শুভ৷ কৰ্কট ৰাশিৰ জাতক হ’লে এই দিনটোত মাটি, চাউল, চেনী বা কাপোৰ ক্ৰয় কৰিব পাৰে৷

আপুনি যদি সিংহ ৰাশিৰ জাতক হয় তেন্তে এই দিনটোত সোণ ৰূপ ক্ৰয় নকৰিলেও কোনো অসুবিধা নাই৷ সোণ ৰূপৰ সলনি ঘৰ সজোৱা কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ কন্যা ৰাশিৰ জাতক হ’লে ঘৰ সজোৱা সামগ্ৰী, পান্না বা সেউজীয়া ৰঙৰ পোছাক ক্ৰয় কৰিব পাৰে৷ তুলা ৰাশিৰ জাতক-জাতিকাই সুগন্ধি কোনো দ্ৰব্য, হীৰা বা সোণৰ গহনা ক্ৰয় কৰিব পাৰে৷ এনে কৰিলে ঘৰলৈ সৌভাগ্য আহে৷ আনহাতে বৃশ্চিক ৰাশিৰ জাতক হ’লে এই সময়ত আপুনি তামৰ সামগ্ৰী, ৰঙা বস্ত্ৰ নতুবা সোণ ক্ৰয় কৰিব পাৰে৷

ধনু ৰাশিৰ জাতক হ’লে হলধীয়া ৰঙৰ পোছাক বা কোনো ধাতুৰ বাচন ক্ৰয় কৰিব পাৰে৷ মকৰ ৰাশিৰ জাতকে সোণ, ৰূপ বা চিল্কৰ পোছাক ক্ৰয় কৰিব পাৰে ধনতেৰচৰ দিনটোত৷ ইফালে কুম্ভ ৰাশিৰ জাতকে এই দিনটোত চাউল, চেনী, সোণ, ৰূপ ইলেক্ট্ৰিক সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ মীন ৰাশিৰ জাতকে এই দিনটোত হালধীয়া বস্ত্ৰ, সোণ, ৰূপ ক্ৰয় কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
Next Post
ট্ৰেইনত উঠাৰ পূৰ্বেই যদি টিকট হেৰাই যায় তেন্তে কি কৰিব?

ট্ৰেইনত উঠাৰ পূৰ্বেই যদি টিকট হেৰাই যায় তেন্তে কি কৰিব?

কাতি মাহত এই ৫ৰাশি মালামাল হ’ব! ভগৱান বিষ্ণুৱে এইকেইটা ৰাশিৰ ওপৰত কৰিব ধনৰ বৰষুণ

কাতি মাহত এই ৫ৰাশি মালামাল হ’ব! ভগৱান বিষ্ণুৱে এইকেইটা ৰাশিৰ ওপৰত কৰিব ধনৰ বৰষুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.