• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাতি মাহত এই ৫ৰাশি মালামাল হ’ব! ভগৱান বিষ্ণুৱে এইকেইটা ৰাশিৰ ওপৰত কৰিব ধনৰ বৰষুণ

কাতি মাহত এই ৫ৰাশি মালামাল হ’ব! ভগৱান বিষ্ণুৱে এইকেইটা ৰাশিৰ ওপৰত কৰিব ধনৰ বৰষুণ

2 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

4 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

4 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

5 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

6 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

6 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

7 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

8 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

10 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

10 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

11 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 day ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাতি মাহত এই ৫ৰাশি মালামাল হ’ব! ভগৱান বিষ্ণুৱে এইকেইটা ৰাশিৰ ওপৰত কৰিব ধনৰ বৰষুণ

কাতি মাহত এই ৫ৰাশি মালামাল হ’ব! ভগৱান বিষ্ণুৱে এইকেইটা ৰাশিৰ ওপৰত কৰিব ধনৰ বৰষুণ

editor by editor
October 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাতি মাহত এই ৫ৰাশি মালামাল হ’ব! ভগৱান বিষ্ণুৱে এইকেইটা ৰাশিৰ ওপৰত কৰিব ধনৰ বৰষুণ
0
SHARES
39.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত কাতি মাহক ভগৱান বিষ্ণুৰ মাহ বুলি গণ্য কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি কাতি মাহ চতুৰ্মাহৰ শেষ মাহ। এই মাহতে ভগৱান বিষ্ণু যোগনিদ্ৰৰ পৰা সাৰ পায়। জ্যোতিষ অনুসৰি এইবাৰ কাতি মাহত বহু গ্ৰহই স্থান সলনি কৰিব৷ গ্ৰহৰ সালসলনিয়ে  ৫ ৰাশিৰ লোকৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিব৷ ভগৱান বিষ্ণুৰ কৃপাত এই ৰাশিৰ লোকসকলৰ ওপৰত ধনৰ বৰষুণ হ’ব৷ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

কুম্ভ ৰাশি

জ্যোতিষ অনুসৰি কাতি মাহ কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শুভ৷ ভগৱান বিষ্ণুৰ কৃপাত কুম্ভ ৰাশিৰ লোকৰ ওপৰত ধনৰ বৰষুণ হ’ব৷ কাতি মাহত কুম্ভ ৰাশিৰ লোকৰ স্বাস্থ্যও উন্নত হ’ব। ভগৱান বিষ্ণুৰ কৃপাত আপোনাৰ উপাৰ্জনো কাতি মাহত বৃদ্ধি পাব৷ ব্যৱসায় কৰা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে কাতি মাহ শুভ হ’বলৈ গৈ আছে। ভগৱান বিষ্ণুৰ কৃপাত ব্যৱসায়ৰ সম্প্ৰসাৰণ হ’ব পাৰে। কুম্ভ ৰাশিৰ লোকৰ বিবাহিত জীৱনো সুখদায়ক হ’ব৷

তুলা ৰাশি

জ্যোতিষ মতে কাতি মাহ তুলা ৰাশিৰ লোকসকলৰ বাবেও সুখদায়ক হ’ব৷ ভগৱান বিষ্ণুৰ আশীৰ্বাদত তুলা ৰাশিৰ লোকে বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। চাকৰি বিচাৰি থকা এই ৰাশিৰ লোকে ভাল চাকৰি পাব পাৰে। এই ৰাশিৰ লোকসকলে কাতি মাহত পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব পাৰে। ভগৱান বিষ্ণুৰ কৃপাত আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ’ব৷ তুলা ৰাশিৰ লোকৰ ব্যৱসায়ত সফলতা অহাৰ সম্ভাৱনা আছে৷ 

ধনু ৰাশি

জ্যোতিষ মতে ধনু ৰাশিৰ লোকৰ বহু আশা কাতি মাহত পূৰণ হ’ব পাৰে। যদি আপুনি চাকৰি বিচাৰিছে তেন্তে ভাল চাকৰি এটা পোৱাৰ আশা আছে। যদি আপুনি অবিবাহিত তেন্তে ভগৱান বিষ্ণুৰ কৃপাত আপোনাৰ বিবাহ ঠিক হ’ব। ব্যৱসায় কৰি থকা এই ৰাশিৰ লোকসকলৰ আয় বৃদ্ধি পাব। তুলা ৰাশিৰ লোক আৰ্থিকভাৱেও শক্তিশালী হ’ব৷

মেষ ৰাশি

ভগৱান বিষ্ণুৰ কৃপাত মেষ ৰাশিৰ লোকে কাতি মাহত নিজৰ পৰিয়ালৰ পূৰ্ণ সহায়-সহযোগিতা লাভ কৰিব। মেষ ৰাশিৰ লোকৰ পৰিয়ালত কাতি মাহত সুখ সমৃদ্ধি থাকিব৷ ভগৱান বিষ্ণুৰ আশীৰ্বাদত আপোনাৰ সকলো দুখ-কষ্ট এই মাহত নাইকিয়া হ’ব। যদি আপুনি ইতিমধ্যে কোনো কামত ব্যৰ্থ হৈছে তেন্তে এই মাহত আপুনি নিশ্চিতভাৱে সফল হ’ব। ব্যৱসায় কৰা মানুহেও অপৰিসীম সফলতা লাভ কৰিব পাৰে। মেষ ৰাশিৰ লোক আৰ্থিকভাৱেও শক্তিশালী হ’বলৈ গৈ আছে। যদি আপুনি বহিঃৰাজ্যত চাকৰি বা ব্যৱসায় কৰাৰ কথা ভাবিছে তেন্তে আপোনাৰ সেই ইচ্ছাও সোনকালে পূৰণ হ’ব।

সিংহ ৰাশি

জ্যোতিষত কোৱা হৈছে যে সিংহ ৰাশিৰ লোকসকলে এইবাৰ কাতি মাহত ভগৱান বিষ্ণুৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। ভগৱান বিষ্ণুৰ কৃপাত সিংহ ৰাশিৰ লোকে যি কামেই নকৰক কিয় সফল হ’বই। সিংহ ৰাশিৰ ব্যৱসায় কৰা মানুহে অধিক লাভ কৰিব। যদি আপোনাৰ কোনো কাম অসম্পূৰ্ণ হয় তেন্তে এই মাহতে সম্পূৰ্ণ কৰিব পাৰিব।

(ইয়াত দিয়া তথ্যসমূহ ধৰ্মীয় শাস্ত্ৰৰ বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে আৰু কেৱল তথ্যৰ বাবেহে দিয়া হৈছে।  অসম লাইভ২৪এ  এই কথা নিশ্চিত কৰা নাই।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

June 28, 2026
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!
বাণিজ্য

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

June 28, 2026
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল
বিনোদন

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

June 28, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026
Next Post
বিমানত বো/মা/তং/ক, একোখন বিমানৰ বো/মা/তং/কত এয়াৰলায়েন্সৰ ক্ষতি প্ৰায় ৩কোটিকৈ ধন

বিমানত বো/মা/তং/ক, একোখন বিমানৰ বো/মা/তং/কত এয়াৰলায়েন্সৰ ক্ষতি প্ৰায় ৩কোটিকৈ ধন

অন্ধকাৰত ডুব গৈছে কিউবা, বন্ধ স্কুল, বিদ্যুৎ সংকট দূৰীকৰণ কিয় সমস্যা হৈছে কিউবাত?

অন্ধকাৰত ডুব গৈছে কিউবা, বন্ধ স্কুল, বিদ্যুৎ সংকট দূৰীকৰণ কিয় সমস্যা হৈছে কিউবাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.