• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমানত বো/মা/তং/ক, একোখন বিমানৰ বো/মা/তং/কত এয়াৰলায়েন্সৰ ক্ষতি প্ৰায় ৩কোটিকৈ ধন

বিমানত বো/মা/তং/ক, একোখন বিমানৰ বো/মা/তং/কত এয়াৰলায়েন্সৰ ক্ষতি প্ৰায় ৩কোটিকৈ ধন

2 years ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

38 minutes ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

1 hour ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

2 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

3 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

3 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

5 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

6 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

6 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

8 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

8 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

9 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিমানত বো/মা/তং/ক, একোখন বিমানৰ বো/মা/তং/কত এয়াৰলায়েন্সৰ ক্ষতি প্ৰায় ৩কোটিকৈ ধন

বিমানত বো/মা/তং/ক, একোখন বিমানৰ বো/মা/তং/কত এয়াৰলায়েন্সৰ ক্ষতি প্ৰায় ৩কোটিকৈ ধন

editor by editor
October 19, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বিমানত বো/মা/তং/ক, একোখন বিমানৰ বো/মা/তং/কত এয়াৰলায়েন্সৰ ক্ষতি প্ৰায় ৩কোটিকৈ ধন
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক কোনোবা নহয় কোনোবা ভাৰতীয় বিমানত বোমা ৰখাৰ খবৰ ভাইৰেল হৈছে৷ এই ভুৱা খবৰেই এতিয়া বিপদত পেলাইছে বিমান সংস্থাসমূহক৷ যাত্ৰীৰ মাজত ভয় ভাৱ বিভিন্ন ফ্লাইটৰ সময়সূচীত খেলিমেলি আদি সমস্যাই দেখা দিছে৷ এই বোমাতংকৰ বাবেই এয়াৰলাইন্সমূহৰ বিপুল খৰচো হৈছে৷

কিয় এনে হৈছে?

বোমাতংকৰ বাবে বহু বিমানৰ জৰুৰী অৱতৰণো কৰা হৈছে৷ কেতিয়াবা উৰাণৰ মাত্ৰ কেইটামান মিনিটক পাছতেই আহিছে এনে খবৰ৷ প্ৰটকল মানি নতুনকৈ আকৌ বিমানত তালাছি চলোৱা হয় এইবোৰতেই ব্যয় হয় বহু পৰিমানৰ ধন৷

বোমাতংকৰ বাবে কিমান খৰচ বাঢ়িছে?

মুম্বাইৰ পৰা নিউৱৰ্কগামী এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৭৭ বিমানত বোমাতংকৰ ঘটনা ঘটে৷ উৰাৰ কিছুক্ষণ পাছতেই আহে বিমানত বোমা ৰখাৰ খবৰ৷ দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰি অহা বাবে উভতি দিল্লীত জৰুৰী অৱতৰণ কৰা হয় বিমানখনৰ৷ জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় দিল্লীৰ বিমানবন্দৰত৷ টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন সূত্ৰৰ খবৰ অনুসৰি অৱতৰণৰ সময়ত যথেষ্ট সমস্যা হয়৷ লেণ্ডিঙৰ সময়ত বোয়িং ৭৭৭ বিমানৰ সৰ্বোচ্ছ ওজন থাকিব লাগে ২৫০টন৷ কিন্তু যাত্ৰা আৰম্ভৰ সময়ত এই ধৰণৰ বিমানৰ ইন্ধন, যাত্ৰী, মালপত্ৰ সহিতে ওজন থাকে ৩৪০-৩৫০টন৷ ফলত দিল্লীত নমাৰ সময়ত ১০০টন ইন্ধন এৰি দিব লগা হয় বিমানখনৰ পৰা৷

এইক্ষেত্ৰত কেৱল ইন্ধনেই নষ্ট হৈছে তেনে নহয়৷ এই নষ্ট ইন্ধনৰ দাম প্ৰায় ১ কোটি টকা৷ খবৰ অনুসৰি দিল্লী বিমানবন্দৰৰ লেণ্ডিং আৰু পাৰ্কিং খৰচো বহু বেছি৷ সকলো যাত্ৰী আৰু বিমানকৰ্মীৰ বাবে হোটেলৰ ব্যৱস্থা কৰা হয়৷ ক্ষতিপূৰণ দিয়া হয়৷ সেই বিমানখনক গ্ৰাউণ্ডত নমাই আকৌ তালাছি চলোৱা হয়৷ ইয়াৰোপৰি যিহেতু এই বিমানখন নিউয়ৰ্কত উপস্থিত নহ’ল তাৰবাবে নিউয়ৰ্কৰ পৰা আহিবলগা যাত্ৰীসকলক আনিব নোৱাৰিলে বিমানখনে৷ সকলো মিলি এটা এটা বোমাতংকৰ ঘটনাত ৩কোটি টকাতকৈ বেছি খৰচ হৈছে৷ এই সপ্তাহৰ ভিতৰত কেইবাখনো বিমানত বোমা ৰখাৰ ধমকি আহিছে৷ বৃহস্পতিবাৰ পৰ্যন্ত এই ঘটনাৰ সংখ্যা হৈছেগৈ প্ৰায় ৪০৷ ইয়াৰ ফলত সামগ্ৰিকভাৱে এয়াৰলাইন্সসমূহৰ বৃহৎ আৰ্থিক ক্ষতি হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!
বিনোদন

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

June 26, 2026
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
বাণিজ্য

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

June 26, 2026
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

June 26, 2026
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
Next Post
অন্ধকাৰত ডুব গৈছে কিউবা, বন্ধ স্কুল, বিদ্যুৎ সংকট দূৰীকৰণ কিয় সমস্যা হৈছে কিউবাত?

অন্ধকাৰত ডুব গৈছে কিউবা, বন্ধ স্কুল, বিদ্যুৎ সংকট দূৰীকৰণ কিয় সমস্যা হৈছে কিউবাত?

কুবেৰৰ আশীৰ্বাদত কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

কুবেৰৰ আশীৰ্বাদত কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.