• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰেইনত উঠাৰ পূৰ্বেই যদি টিকট হেৰাই যায় তেন্তে কি কৰিব?

ট্ৰেইনত উঠাৰ পূৰ্বেই যদি টিকট হেৰাই যায় তেন্তে কি কৰিব?

2 years ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

38 minutes ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

1 hour ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

2 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

19 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

19 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

20 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

21 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

21 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

23 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

24 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

1 day ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ট্ৰেইনত উঠাৰ পূৰ্বেই যদি টিকট হেৰাই যায় তেন্তে কি কৰিব?

ট্ৰেইনত উঠাৰ পূৰ্বেই যদি টিকট হেৰাই যায় তেন্তে কি কৰিব?

editor by editor
October 19, 2024
in জীৱনশৈলী, ভাৰত
0
ট্ৰেইনত উঠাৰ পূৰ্বেই যদি টিকট হেৰাই যায় তেন্তে কি কৰিব?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত ট্ৰেইনত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা বহু বেছি৷ ৰে’লৰ নেটৱৰ্ক ক্ৰমশ বাঢ়িয়েই গৈ আছে৷ সেতু আৰু টানেলৰ সংখ্যাও তেনেকৈ বাঢ়িব ধৰিছে৷ দুৰ্গম এলেকাতো তৈয়াৰ হ’ব ধৰিছে ৰে’লপথ৷ দেশৰ প্ৰায় সকলো প্ৰান্ততেই এতিয়া ট্ৰেনৰ যোগাযোগ সম্ভৱ হৈ উঠিছে৷ প্ৰতিদিনে কৰ্মক্ষেত্ৰত যাতায়াত কৰাৰ পৰা আৰম্ভ কৰি এখন ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ যোৱাৰ বাবে ট্ৰেনেই একমাত্ৰ সচ্ছল বিকল্প৷ বিমান যাত্ৰা কৰিব পাৰিলেও সাধাৰণ যাত্ৰীৰ বাবে খৰচ বহু বেছি হৈ পৰে৷ কাৰণ বিমানৰ টিকটৰ দাম ৰে’লৰ টিকটতকৈ বহু বেছি৷ বিমানৰ অৰ্ধেক খৰচতেই ট্ৰেইনৰ যাতায়াত কৰিব পাৰিব৷  ট্ৰেইনৰ যাতায়াতৰ বাবে অনলাইন টিকট বহুতে কৰে যদিও এতিয়াও কাগজৰ টিকট লোৱা লোকৰ সংখ্যা কম নহয়৷

যদি কাগজৰ টিকট কেতিয়াবা ট্ৰেইনত উঠাৰ আগতেই ফাঁটি যায় তেন্তে কি কৰিব? এই পৰিস্থিতিত আপুনি ট্ৰেইনত ভ্ৰমণ কৰিব পাৰিবনে? এই ক্ষেত্ৰত কোনো অসুবিধা নহয়৷ ট্ৰেইনৰ টিকট ফাটি গ’লে ভাৰতীয় ৰেল ৰিজাৰ্ভেছন কেন্দ্ৰত এই কথা জনোৱাটো প্ৰয়োজন৷ তাতেই আপুনি আপোনাৰ ৰিজাৰ্ভেছন টিকটৰ ডুপ্লিকেট টিকট বনাব পাৰে৷ এই টিকটো প্ৰকৃত টিকটৰ সৈতে একেই৷

এই ডুপ্লিকেট টিকটৰ বাবে কিছু ধন জমা দিব লাগে৷ বিনিময়ত আপোনাক ৰেলৱেৰ এক ৰিচিপ দিয়া হয়৷ আপুনি যদি শ্লিপাৰ ক্লাছ বা চেকেণ্ড ক্লাছ বা অন্য কোনো ক্লাছত ভ্ৰমণ কৰে আৰু টিকট হেৰাই যায় তেন্তে ইয়াৰ বাবে আপুনি ১০০ টকা দি পুনৰ কাগজৰ টিকট বনোৱাব লাগিব৷ ১০০ টকাৰ বিনিময়ত ডুপ্লিকেট টিকট দিব ৰেল বিভাগে৷ টিকটক মূল্যৰ ওপৰত এই ক্ষতিপূৰণ নিৰ্ভৰ কৰে৷ আপুনি যদি ১০০ টকাৰ টিকট পুনৰ বনোৱাই তেন্তে ২৫ টকা আপুনি দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
Next Post
কাতি মাহত এই ৫ৰাশি মালামাল হ’ব! ভগৱান বিষ্ণুৱে এইকেইটা ৰাশিৰ ওপৰত কৰিব ধনৰ বৰষুণ

কাতি মাহত এই ৫ৰাশি মালামাল হ’ব! ভগৱান বিষ্ণুৱে এইকেইটা ৰাশিৰ ওপৰত কৰিব ধনৰ বৰষুণ

বিমানত বো/মা/তং/ক, একোখন বিমানৰ বো/মা/তং/কত এয়াৰলায়েন্সৰ ক্ষতি প্ৰায় ৩কোটিকৈ ধন

বিমানত বো/মা/তং/ক, একোখন বিমানৰ বো/মা/তং/কত এয়াৰলায়েন্সৰ ক্ষতি প্ৰায় ৩কোটিকৈ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.