• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লৰেঞ্চ নে বলকৰণ ব্ৰাৰ, কাৰাগাৰত থকাৰ পাছতো বছৰি খৰচৰ বাবদ লাগে ৪০ লাখ

লৰেঞ্চ নে বলকৰণ ব্ৰাৰ, কাৰাগাৰত থকাৰ পাছতো বছৰি খৰচৰ বাবদ লাগে ৪০ লাখ

2 years ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

25 minutes ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

59 minutes ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

1 hour ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

2 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

3 hours ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

4 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

4 hours ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

16 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

17 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

18 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

18 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লৰেঞ্চ নে বলকৰণ ব্ৰাৰ, কাৰাগাৰত থকাৰ পাছতো বছৰি খৰচৰ বাবদ লাগে ৪০ লাখ

editor by editor
October 20, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
লৰেঞ্চ নে বলকৰণ ব্ৰাৰ, কাৰাগাৰত থকাৰ পাছতো বছৰি খৰচৰ বাবদ লাগে ৪০ লাখ
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লৰেঞ্চ নে বলকৰণ ব্ৰাৰ, কাৰাগাৰত থকাৰ পাছতো বছৰি খৰচৰ বাবদ লাগে ৪০ লাখ

ছলমান খানক ভাবুকি দিয়াৰ কথাই হওক, বা এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডই হওক, নতুবা পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডই হওক, সকলো গোচৰতে এটাই মিল আৰু সেয়া হৈছে কাৰাগাৰত থকা কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোই। বৰ্তমান গুজৰাটৰ সাবৰমতী কাৰাগাৰত আছে লৰেন্স।

জানেনে , কাৰাগাৰত থকা সেই লৰেঞ্চকে খৰচৰ বাবদ বছৰি প্ৰয়োজন প্ৰায় ৪০ লাখ টৰা। লৰেন্সৰ এজন সম্পৰ্কীয় ভাতৃয়ে প্ৰকাশ কৰিছে যে পৰিয়ালটোৱে প্ৰতি বছৰে লৰেন্সৰ বাবে ৪০ লাখ টকা খৰচ কৰে যাতে তেওঁ জেলত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।

ভাতৃয়ে কয় – লৰেন্সে প্ৰতি বছৰে জেলত খৰছ কৰে ৩৫-৪০ লাখ টকা। লগতে ইয়াকো কয় যে, ‘আমাৰ পৰিয়ালটো পূৰ্বজৰে পৰা সমৃদ্ধিশালী। লৰেন্সৰ পিতৃ হাৰিয়ানা আৰক্ষীৰ কনিষ্টবল আছিল, লগতে গাঁৱত তেখেতৰ ১১০ একৰ খেতিৰ মাটি আছে। লৰেন্সে সদায়ে দামী কাপোৰ আৰু জোতা পিন্ধি ভাল পাইছিল। এতিয়াও পৰিয়ালটোৱে জেলত প্ৰতি বছৰে লৰেঞ্চৰ বাবে ৩৫-৪০ লাখ টকা খৰচ কৰে।

পঞ্জাৱৰ ফিৰোজপুৰত জন্মগ্ৰহণ কৰা লৰেন্সৰ প্ৰকৃত নাম বলকৰণ ব্ৰাৰ, স্কুলীয়া দিনতে বলকৰণ লৰেন্স হৈ পৰিছিল। কোৱা হয় যে লৰেন্সৰ পেহীয়েকে তেওঁক লৰেন্স নামটো ৰাখিবলৈ পৰামৰ্শ দিছিল আৰু কৈছিল যে এই নামটোৱে বৰকৰণক শোভা পায়। যাৰ ফলতে বলকৰণ হৈ পৰে লৰেঞ্চ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

May 17, 2026
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!
জীৱনশৈলী

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

May 17, 2026
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!
জীৱনশৈলী

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

May 17, 2026
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক
জীৱনশৈলী

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

May 17, 2026
Next Post
এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ’ব কেইবাটাও ৰাশিৰ

এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ'ব কেইবাটাও ৰাশিৰ

খেজুৰ শৰীৰৰ বাবে বহু উপকাৰী, পাছে জানেনে ইয়াক খোৱাৰ সঠিক পদ্ধতি, তেতিয়াহে পাব ইয়াৰ উপকাৰ

খেজুৰ শৰীৰৰ বাবে বহু উপকাৰী, পাছে জানেনে ইয়াক খোৱাৰ সঠিক পদ্ধতি, তেতিয়াহে পাব ইয়াৰ উপকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.