• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাস ৰচি নিউজিলেণ্ডৰ মহিলা দলে জয় কৰিলে বিশ্বকাপ

2 years ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

18 minutes ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

1 hour ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

2 hours ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

4 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

5 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

19 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

20 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইতিহাস ৰচি নিউজিলেণ্ডৰ মহিলা দলে জয় কৰিলে বিশ্বকাপ

editor by editor
October 21, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ইতিহাস ৰচি নিউজিলেণ্ডৰ মহিলা দলে জয় কৰিলে বিশ্বকাপ
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাস ৰচি নিউজিলেণ্ডৰ মহিলা দলে জয় কৰিলে বিশ্বকাপ

নিউজিলেণ্ডৰ মহিলা দলে ইতিহাস সৃষ্টি কৰি জয় কৰিলে ২০২৪ চনৰ মহিলা বিশ্বকাপৰ খিতাপ। কালি ২০ অক্টোবৰ তাৰিখে অনুষ্ঠিত হোৱা চুড়ান্ত খেলখনত দক্ষিণ আফ্ৰিকাক ৩২ ৰানত পৰাস্ত কৰি প্ৰথম টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে।

খেলখনত নিউজিলেণ্ডে প্ৰথমে বেট ধৰি ১৫৯ ৰানৰ লক্ষ্য বান্ধি দিয়ে দক্ষিণ আফ্ৰিকাক। কিন্তু দক্ষিণ আফ্ৰিকা দলটোৱে ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৬ ৰানহে কৰিবলৈ সক্ষম হয়।

প্ৰথমে বেট ধৰি নিউজিলেণ্ডে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৫৮ ৰান সংগ্ৰহ কৰিছিল। এই মেচত জয়ী হ’বলৈ দক্ষিণ আফ্ৰিকাই ১৫৯ ৰান সংগ্ৰহৰ উদ্দেশ্যে খেলপথাৰত নামিছিল।

নিউজিলেণ্ড মহিলা দলটোৰ হৈ আমেলিয়া কেৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। তেওঁ ৩৮টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। আমেলিয়াৰ উপৰিও ব্ৰুক হেলিডেই ৩৮ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছো খেলিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FialNew Zealand ChampionNewzealandWomen World CupWomen World Cup 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট
বিনোদন

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

June 11, 2026
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি
বিশ্ব

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

June 11, 2026
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা
ভাৰত

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

June 11, 2026
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক
ক্ৰীড়া

Next Post
বোকাখাতত লজ্জিত মানৱ সমাজ! যি মাতৃয়ে জন্ম দি এই ধৰালৈ আনিছিল, সেই সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে মাতৃয়ে

৩৬ দিনলৈ বিলাসী জীৱন কটাব পাৰিব ৩ ৰাশিৰ লোকে, একেলগে সূৰ্য্য, শুক্ৰ আৰু বুধ দয়ালু হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন