• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

2 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

2 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

3 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

4 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

5 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

6 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

7 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

8 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

editor by editor
October 24, 2024
in বিবিধ, ভাৰত
0
অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত
0
SHARES
341
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

আজি পুৱাই ৰাজস্থানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এটা দুৰ্ঘটনাত ৫ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়, আনহাতে আন এগৰাকী লোক গুৰুতৰভাৱে আহত। এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ ছিৰোহীত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ৰাজ্যখনৰ ছিৰোহৰ ৰাষ্ট্ৰীয় ঘাইপথত ভাৰসাম্য হেৰুৱাই এখন বাহন ৬ যাত্ৰীৰে সৈতে উফৰি গৈ এটা নলাত পৰে। যাৰ ফলত থেতেলা খাই পৰে বাহন খন।

ইয়াৰ ফলত বাহন খনত ৬গৰাকী লোকেই গুৰুতৰবাৱে আহত হয়। কিন্তু উদ্ধাৰকাৰী দল আহি উদ্ধাৰ কৰাক লৈ ৫ জন লোকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই। তথাপি কেউজনকে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয়।

আৰক্ষীয়ে মৃতদেহকেইটা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ক্ষতিগ্ৰস্ত বাহনখন নিজৰ দখললৈ নিয়াৰ পিছত দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰা হৈছে। দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়ালকো অৱগত কৰা হৈছে।

লাভ কৰা তথ্য অনুসৰি ৰাজস্থানৰ ছিৰোহীত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ টায়াৰ ফাটি যোৱাৰ ফলতে এই বৃহৎ পথ দুৰ্ঘটনাটো সংঘটিত হয়। হঠাৎ তীব্ৰ বেগত চলি থকা গাড়ীখনৰ টায়াৰ ফাটি যোৱাত গাড়ীখনে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ চাৰিলেনযুক্ত ঘাইপথৰ সিটো পাৰে নলাত পৰে।

আহত ৬ জনৰ ভিতৰত ৫ জনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। গুজৰাটৰ পৰা যোধপুৰলৈ গৈ আছিল দুৰ্ঘটনাটোত নিহত লোকসকল। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে কোটৱালি থানাই সেই স্থানত উপস্থিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5 DiedrajasthanRajasthan Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
আজিৰে পৰা অহা ১৪ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ ভাৱে কৃপা কৰিব সূৰ্য দেৱে, জয়জয় ময়ময় অৱস্থা

আজিৰে পৰা অহা ১৪ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ ভাৱে কৃপা কৰিব সূৰ্য দেৱে, জয়জয় ময়ময় অৱস্থা

এতিয়া অভিষেক, পাছে এটা সময়ত ৰবি শাস্ত্ৰী আৰু বাহুবলীৰ এজন অভিনেতাৰ সৈতেও নাম সাঙোৰ খাইছিল নিম্ৰতৰ

এতিয়া অভিষেক, পাছে এটা সময়ত ৰবি শাস্ত্ৰী আৰু বাহুবলীৰ এজন অভিনেতাৰ সৈতেও নাম সাঙোৰ খাইছিল নিম্ৰতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.