• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ, ২৮ অক্টোবৰতেই পাব দৰমহা, লগতে….

দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ, ২৮ অক্টোবৰতেই পাব দৰমহা, লগতে….

2 years ago
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

57 minutes ago
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

2 hours ago
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

2 hours ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

3 hours ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

4 hours ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

4 hours ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

5 hours ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

6 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

7 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

8 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

21 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ, ২৮ অক্টোবৰতেই পাব দৰমহা, লগতে….

editor by editor
October 25, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ, ২৮ অক্টোবৰতেই পাব দৰমহা, লগতে….
0
SHARES
414
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলী উুলক্ষে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ, ২৮ অক্টোবৰতেই পাব দৰমহা, লগতে….

দীপাৱলী উপলক্ষে অসমৰ চৰকাৰী কৰ্মচাৰীসকললৈ আহিছে সুখবৰ। অহা ৩১ অক্টোবৰ তাৰিখে অসমৰ লগতে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় দীপাৱলী। ৩১ আৰু নৱেম্বৰত পৰিছে চলিত বৰ্ষৰ দীপৱলী।

এই দীপাৱলী উপলক্ষে ৰাজ্যৰ সমূহ চৰকাৰী চাকৰিয়াল লোক সকললৈ আগতীয়া দীপাৱলী উপহাৰ। এইবাৰ আগতীয়াকৈ কৰ্মচাৰীক দিব দৰমহা।

২৮ অক্টোবৰ তাৰিখ সোমবাৰেই সকলো কৰ্মচাৰীৰ একাউণ্টে একাউণ্টে সোমাব দৰমহাৰ টকা। এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যম যোগে সদৰি কৰিলে এই কথা। মুখ্যমন্ত্ৰীয়ে ফেচবুক যোগে সদৰি কৰা অনুসৰি- ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে দীপাৱলী উদযাপন বিশেষ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ২৮ অক্টোবৰ ২০২৪ তাৰিখৰ পৰা দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DiwaliDiwali salaryGovernment EmployeeHimanta-bishwa-sarmaSalary
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’
বিনোদন

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

June 11, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’
বিনোদন

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

June 10, 2026
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!
অসম

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

June 10, 2026
Next Post
কিয় দীপাৱলীত মা লক্ষ্মীৰ লগত একেলগতে গণেশৰ পূজা কৰা হয়, পাৰ্ৱতীৰ পুত্ৰ হৈয়ো কিয় লক্ষ্মীৰ পুত্ৰ গণেশ

কিয় দীপাৱলীত মা লক্ষ্মীৰ লগত একেলগতে গণেশৰ পূজা কৰা হয়, পাৰ্ৱতীৰ পুত্ৰ হৈয়ো কিয় লক্ষ্মীৰ পুত্ৰ গণেশ

কি অৱস্থা হৈ পৰিল অভিষেক বচ্চনৰ! সামাজিক মাধ্যমত ফটো দি লিখিলে- ‘মই কবলৈ বিচাৰো

কি অৱস্থা হৈ পৰিল অভিষেক বচ্চনৰ! সামাজিক মাধ্যমত ফটো দি লিখিলে- 'মই কবলৈ বিচাৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.