• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডানাৰ মাজতেই ২২০১টা শিশুৰ জন্ম ওড়িশাত, বহুতেই সন্তানৰ নাম থৈছে ‘ডানা’ আৰু ‘ডানাবতী’

1 year ago
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

5 minutes ago
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

39 minutes ago
ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

56 minutes ago
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

1 hour ago
খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

2 hours ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

10 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

11 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

12 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

13 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডানাৰ মাজতেই ২২০১টা শিশুৰ জন্ম ওড়িশাত, বহুতেই সন্তানৰ নাম থৈছে ‘ডানা’ আৰু ‘ডানাবতী’

ডানাৰ মাজতেই ২২০১টা শিশুৰ জন্ম ওড়িশাত, বহুতেই সন্তানৰ নাম থৈছে ‘ডানা’ আৰু ‘ডানাবতী’

editor by editor
October 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ডানাৰ মাজতেই ২২০১টা শিশুৰ জন্ম ওড়িশাত, বহুতেই সন্তানৰ নাম থৈছে ‘ডানা’ আৰু ‘ডানাবতী’
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্যোগৰ মাজতেই সন্তান প্ৰসৱ কৰিছে ২২০০তকৈ বেছি মহিলাই৷ ওড়িশাৰ উপকূলত ডানাই তাণ্ডৱলীলা চলাই থকাৰ সময়তে ওড়িশাত জন্ম হৈছে প্ৰায় ২২০০শিশুৰ৷ প্ৰত্যেকটো শিশুৰ স্বাস্থ্যই বৰ্তমান সুস্থ বুলি জনাইছে ওড়িশা ৰাজ্যিক চিকিৎসা বিভাগে৷

ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে সদ্যোজাত আৰু মাতৃসকলক অভিনন্দন জনাইছে৷ ইয়াৰমাজতেই ১৮ টা যমজ সন্তান জন্ম হৈছে৷ ঘূৰ্ণিবতাহ অহাৰ পূৰ্বে প্ৰায় ৬লাখ মানুহক ৬০০৮টা আশ্ৰয় শিৱিৰত ৰখা হৈছে৷ তেওঁলোকৰ মাজত আছিল ৪,৮৫৯ গৰাকী প্ৰসূতি৷ স্বাস্থ্য বিভাগে জনাইছে যে তেওঁলোতক মাজত আছিল পৃথক ব্যৱস্থা৷ তাতেই ২২০১ গৰাকী প্ৰসুতিয়ে জন্ম দিছে সন্তান৷ এই শিশুসকলৰ ভিতৰত ১৮৫৮টা শিশু স্বাভাৱিকভাৱে জন্ম হৈছে আৰু ৩৪৩ টা শিশু ছিজাৰিয়ান প্ৰক্ৰিয়াৰে জন্ম হৈছে৷

কেইবাটাও যমজ সন্তানো জন্ম হৈছে ওড়িশাত৷ ইয়াৰ মাজতেই গঞ্জাম জিলাৰ উৰ্বসী নাহকো এই সময়তেই মাতৃ হৈছে৷ ঘূৰ্ণিবতাহ চলি থকাৰ সময়তেই যমজ সন্তানৰ জন্ম দিছে এইগৰাকী নাৰীয়ে৷ তেওঁ ডানাৰ সময়তে শিশুকেইটি জন্ম হোৱাৰ বাবে পুত্ৰ সন্তানৰ নাম ডানা ৰখাৰ বিপৰীতে কন্যা সন্তানৰ নাম দিছে ডানাবতী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ
জীৱনশৈলী

March 29, 2026
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি
জীৱনশৈলী

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

March 29, 2026
ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?
জীৱনশৈলী

ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

March 29, 2026
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?
ক্ৰীড়া

Next Post
আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

কিয় ৰতন টাটাৰ উইলত নাম নাই নোয়েল টাটাৰ, কাৰণ জানিলে অবাক হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন