• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্ত পৰা নাই ধ্বংসলীলাৰ, ২৮ বছৰৰ মূৰকত বানৰ ভয়ংকৰ তাণ্ডৱ, ১৫০ লৈ বৃদ্ধি নিহতৰ সংখ্যা

1 year ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

11 minutes ago
সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

44 minutes ago
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

12 hours ago
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

14 hours ago
কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

15 hours ago
পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

16 hours ago
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

17 hours ago
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অন্ত পৰা নাই ধ্বংসলীলাৰ, ২৮ বছৰৰ মূৰকত বানৰ ভয়ংকৰ তাণ্ডৱ, ১৫০ লৈ বৃদ্ধি নিহতৰ সংখ্যা

editor by editor
November 1, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অন্ত পৰা নাই ধ্বংসলীলাৰ, ২৮ বছৰৰ মূৰকত বানৰ ভয়ংকৰ তাণ্ডৱ, ১৫০ লৈ বৃদ্ধি নিহতৰ সংখ্যা
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্ত পৰা নাই ধ্বংসলীলাৰ, ২৮ বছৰৰ মূৰকত বানৰ ভয়ংকৰ তাণ্ডৱ, ১৫০ লৈ বৃদ্ধি নিহতৰ সংখ্যা

এতিয়াও অন্ত পৰা নাই স্পেইনৰ ধ্বংলীলাৰ। ২৮ বছৰৰ মূৰকত প্ৰদেশখনত এনে ধ্বংসলীলা। ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে অহা কৃত্ৰিম বানে চলাইছে এনে ধ্বংসলীলা। যাৰ ফলত বৰ্তমানলৈ ১৫০ লোকে প্ৰাণ হেৰুৱাৰ লগতে বৰ্তমানেও সন্ধানহীন হৈ আছে অন্য বহু লোক।

আশ্ৰয়হীন হৈ পৰিছে বহু লোক। যান-বাহন উটুৱাই নিছে এই বানে। প্ৰকাশিত তথ্য অনুসৰি এতিয়াও বহু লোক বানৰ মাজত আৱদ্ধ হৈ আছে। ঘৰবোৰৰ তলত, বাহনত এতিয়া সন্ধানহীন লোকৰ মৃতদেহ আৱদ্ধ হৈ থকাৰ আশংকা ব্যক্ত কৰিছে প্ৰশাসনৰ ফলাৰ পৰা।

স্পেইনৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে তেওঁৰ চৰকাৰে বানপীড়িত লোকক সহায়ৰ বাবে সকলো কৰিব বুলি প্ৰতিশ্ৰুতি দি জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনায়। ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ কয় যে ডানা অব্যাহত আছে। জৰুৰীকালীন সেৱাৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক। এই মুহূৰ্তত সকলোৰে জীৱন ৰক্ষা কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ।

তেওঁ আৰু কয় যে স্পেইন চৰকাৰ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। প্রয়োজনত এই পৰিস্থিতি অব্যাহত থাকিব৷ পুনৰ্গঠন আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ বাবে সকলো সম্ভাৱ্য সম্পদ আৰু উপায়েৰে। যিমান সোনকালে সিমানেই ভাল।

প্ৰতিবেদন অনুসৰি স্পেইনত হোৱা প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ ফলত মৃত্যু হোৱা লোকৰ অধিকাংশই ভূমধ্যসাগৰীয় উপকূলত অৱস্থিত ভেলেন্সিয়াত সংঘটিত হৈছে আৰু ইয়াত পাঁচ নিযুততকৈ অধিক লোক বাস কৰে। ভয়াৱহ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি মাদ্ৰিদ আৰু ভেলেন্সিয়াৰ মাজত ৰেল সেৱা বন্ধ কৰা হৈছে।

লগতে বৃহস্পতিবাৰে ভেলেন্সিয়াৰ বিদ্যালয়, সংগ্ৰহালয় আৰু ৰাজহুৱা পুথিভঁৰালসমূহৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ অন্যান্য ৰাজহুৱা সেৱাসমূহ বন্ধ কৰি দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: floodHeavy RainrainRain and FloodSpain Flood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?
খাদ্য

April 24, 2026
সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন
বাণিজ্য

সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

April 24, 2026
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?
জীৱনশৈলী

April 23, 2026
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ
জীৱনশৈলী

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

April 23, 2026
Next Post
মেগা নিলামৰ পূৰ্বে ৩টা আচৰিত ধৰণৰ ৰিটেনচন, কোনেও আশা নকৰা সিদ্ধান্ত

দীপাৱলী উদযাপন কৰি থকাৰ সময়তে দুই দুৰ্বৃত্তই আহি ভৰি চুই সেৱা কৰি সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন