• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলী উদযাপন কৰি থকাৰ সময়তে দুই দুৰ্বৃত্তই আহি ভৰি চুই সেৱা কৰি সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

দীপাৱলী উদযাপন কৰি থকাৰ সময়তে দুই দুৰ্বৃত্তই আহি ভৰি চুই সেৱা কৰি সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

2 years ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

8 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

18 minutes ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

32 minutes ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

60 minutes ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

5 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

5 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

7 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

7 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

8 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

17 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

দীপাৱলী উদযাপন কৰি থকাৰ সময়তে দুই দুৰ্বৃত্তই আহি ভৰি চুই সেৱা কৰি সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

editor by editor
November 1, 2024
in Uncategorized
0
দীপাৱলী উদযাপন কৰি থকাৰ সময়তে দুই দুৰ্বৃত্তই আহি ভৰি চুই সেৱা কৰি সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলী উদযাপন কৰি থকাৰ সময়তে দুই দুৰ্বৃত্তই আহি ভৰি চুই সেৱা কৰি সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

দীপাৱলীৰ উদযাপনত সকলো মগ্ন হৈ থকাৰ সময়তে ৰাজধানী দিল্লীত সংঘটিত হয় এক অতিকে ভয়ংকৰ ঘটনা। ঘৰৰ সমুখতে গুলিয়াই হত্যা কৰি যায় ২জনক। যি ঘটনাই এতিয়া সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। ৩১ অক্টোবৰৰ নিশা সংঘটিত হৈছে এই ঘটনা।

যি সময়ত সমগ্ৰ দিল্লী দীপাৱলীৰ উলহ-মালহৰ মাজত ব্যস্ত আছিল। সেই সময়তে দিল্লীৰ শ্বাহদৰা অঞ্চলত দীপাৱলীৰ নিশা সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। ফটকাৰ কোলাহলৰ মাজতে দুই দুৰ্বৃত্ত আহি একেলগে এখন ঘৰৰে খুৰাক আৰপ ভতিজাক গুলিয়াই হত্যা কৰে।

ঘৰৰ সমুখতে সংঘটিত হয় এই ঘটনা। যি আক্ৰমণত এটি শিশু আহত হয়। জানিবপৰা মতে আহত শিশুটি নিহত হোৱা লোকগৰাকীৰে পুত্ৰ। এই গুলীচালনাত আকাশ আৰু তেওঁৰ ভতিজা ঋষভৰ মৃত্যু হৈছে। আনহাতে আকাশৰ পুত্ৰ কৃষ আহত হয়।

দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটে লাভ কৰিছে। এই ফুটেজ অনুসৰি আকাশে পুত্ৰ আৰু ভতিজাৰ সৈতে ঘৰৰ বাহিৰত দীপাৱলী উদযাপন কৰি আছিল। শিশুসকলে ফটকা জ্বলাই আছিল। ঠিক তেতিয়াই স্কুটী এখনত দুজন দুস্কৃতিকাৰী আহে। এজনে স্কুটাৰৰ পৰা নামি থিয় হয়। আনজন স্কুটাৰত বহি থাকে।

আকাশে যেতিয়া সন্তানৰ সৈতে ফটকা ফুটাই আছিল, তেতিয়া আক্ৰমণকাৰীৰ এজনে আকাশৰ ভৰি চুই – ৰাম-ৰাম খুড়া কয় আৰু আনজনক গুলিওৱাৰ নিৰ্দেশ দিয়ে। তেতিয়া আনজন আক্ৰমণকাৰীয়ে কঁকালৰ পৰা বন্দুক উলিয়াই আকাশক হত্যা কৰে।

এই গুলীচালনাত আকাশ আৰু ভতিজা ঋষভৰ মৃত্যু হয়। ঘৰৰ প্ৰৱেশদ্বাৰতে এই ঘটনা সংঘটিত কৰে আক্ৰমণকাৰীয়ে। আৰক্ষীৰ মতে, এই ঘটনাত আক্ৰমণকাৰীয়ে ঠিকাভিত্তিক হত্যাৰ আশ্ৰয় লৈছে। আকাশক গুলীয়াই হত্যা কৰাৰ পিছতে ঘৰৰ ভিতৰত থকা পুত্ৰ কৃষকো গুলীচালনা কৰে।

তাৰ পাছত যেতিয়া আক্রমণকাৰী পলাবলৈ চেষ্টা কৰে, আকাশৰ ভতিজা ঋষভে ৰাস্তাৰ ফালে দৌৰি গৈ আক্রমণকাৰীক ৰখাবলৈ চেষ্টা কৰাত আকাশক ৰাস্তাত গুলীচালনা কৰে৷

গোচৰত দিল্লী আৰক্ষীয়ে ঘৰটোৰ চাৰিটা চিচিটিভি কেমেৰাৰ পৰা ফুটেজ লাভ কৰিছে। ইয়াৰ উপৰিও আশে-পাশে থকা অঞ্চলৰ চিচিটিভি কেমেৰাৰ ফুটেজো লোৱা হৈছে। এই ঘৰৰ বাহিৰত ইতিমধ্যে বহুতো চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে যাতে যিকোনো মানুহৰ গতিবিধি ধৰা পেলাব পাৰে।

শত্ৰুতাৰ বাবেই এই ঘটনা সংঘটিত হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মৃত আকাশৰ বয়স ৪০ বছৰ আৰু ভতিজা ঋষভৰ বয়স ১৬ বছৰ। গুলীচালনাত আহত হয় আকাশৰ পুত্ৰ কৃষ।

এই দুটাকৈ হত্যাকাণ্ডৰ গোচৰত এতিয়ালৈকে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন অভিযুক্তক। ফৰছ বজাৰৰ দ্বৈত হত্যাকাণ্ডৰ গোচৰত দিল্লী আৰক্ষীয়ে আটক কৰি ৰখা ব্যক্তিজনৰ বয়স ১৭ বছৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ পৰিয়ালে ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰিছে। অৱশ্যে এতিয়ালৈকে এই হত্যাকাণ্ডৰ উদ্দেশ্য পোহৰলৈ অহা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhiDelhi Murder Casedelhi policeDiwali Murder CasePolice Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
মুকেশ আম্বানীৰ সঠিক উত্তৰাধিকাৰীৰ ৰূপত ইশা আম্বানী, গেম চেঞ্জাৰ হিচাপে আহিছে ৰিটেইল ইণ্ডাষ্ট্ৰীজত

মুকেশ আম্বানীৰ সঠিক উত্তৰাধিকাৰীৰ ৰূপত ইশা আম্বানী, গেম চেঞ্জাৰ হিচাপে আহিছে ৰিটেইল ইণ্ডাষ্ট্ৰীজত

কেনে যাব নৱেম্বৰ মাহটো, বুধাদিত্য ৰাজযোগৰ বাবে চমকি উঠিব ৫ ৰাশিৰ ভাগ্য

কেনে যাব নৱেম্বৰ মাহটো, বুধাদিত্য ৰাজযোগৰ বাবে চমকি উঠিব ৫ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.