• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেগা নিলামৰ পূৰ্বে ৩টা আচৰিত ধৰণৰ ৰিটেনচন, কোনেও আশা নকৰা সিদ্ধান্ত

মেগা নিলামৰ পূৰ্বে ৩টা আচৰিত ধৰণৰ ৰিটেনচন, কোনেও আশা নকৰা সিদ্ধান্ত

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

6 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

6 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

6 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

6 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

7 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

7 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

10 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

11 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

12 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

13 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

13 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মেগা নিলামৰ পূৰ্বে ৩টা আচৰিত ধৰণৰ ৰিটেনচন, কোনেও আশা নকৰা সিদ্ধান্ত

editor by editor
November 1, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
মেগা নিলামৰ পূৰ্বে ৩টা আচৰিত ধৰণৰ ৰিটেনচন, কোনেও আশা নকৰা সিদ্ধান্ত
0
SHARES
643
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেগা নিলামৰ পূৰ্বে ৩টা আচৰিত ধৰণৰ ৰিটেনচন, কোনেও আশা নকৰা সিদ্ধান্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ ৰ বাবে ৰিটেনচন ঘোষণা। মেগা নিলামৰ পূৰ্বে সকলো ফ্ৰেঞ্চাইজিতে সৰ্বাধিক ছয়জন খেলুৱৈ ৰখাৰ অনুমতি দিয়া হৈছে। বৃহস্পতিবাৰে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ একমাত্ৰ দল যিয়ে ইয়াৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰে। ফলত দলটোৱে কোনো ৰাইট টু মেচ (আৰ টি এম) কাৰ্ড নোহোৱাকৈয়ে আই পি এল ২০২৫ৰ মেগা নিলামত প্ৰৱেশ কৰিব।

যদিও ৰিটেনচনৰ বাবে বহু ডাঙৰ খেলুৱৈক মুকলি কৰি দিয়াৰ আশা কৰা হৈছিল আৰু শেষত সেয়াই হৈছিল। কিন্তু ইয়াত কিছুমান নাম আছে, যিসকলক দলসমূহে ধৰি ৰখাৰ আশা কৰা হোৱা নাছিল, কিন্তু পিছত নিজ নিজ দলতে ৰাখে সেই খেলুৱৈক। যিসকল খেলুৱৈৰ ৰিটেনচনে আটাইতকৈ বেছি আচৰিত কৰিছিল, সেই সকল হৈছে-

ৰোহিত শৰ্মা
সকলোৱে ভৱিষ্যদ্বাণী কৰিছিল যে মুম্বাই ইণ্ডিয়ানছৰ সৈতে অধিনায়কত্বৰ পৰিৱৰ্তনৰ পিছত অহা ছিজনত ৰোহিত শৰ্মা দলত নাথাকিব আৰু হাৰ্দিক পাণ্ডিয়াকে পুনৰ অধিনায়কৰ পদ অৰ্পণ কৰা হ’ব। অৱশ্যে ৰোহিতে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি থাকিবলৈ সিদ্ধান্ত লৈছে। ১৬.৩০ কোটি টকাৰ চুক্তিৰে আই পি এল ২০২৫ৰ পূৰ্বে তেওঁ ফ্ৰেঞ্চাইজিৰ চতুৰ্থটো ৰিটেনচন।

প্ৰভসিমৰন সিং
পঞ্জাৱ কিংছৰ ৰিটেনচন লিষ্ট আছিল আটাইতকৈ আচৰিত, কাৰণ তেওঁলোকে মাত্ৰ দুজন খেলুৱৈক ৰিটেনচন কৰিছিল। আমোদজনক কথাটো হ’ল দুয়োজনেই আনকেপড খেলুৱৈ। আৰ্শদীপ সিং আৰু ছেম কাৰানক ধৰি ৰখাৰ পৰিৱৰ্তে পঞ্জাবে আই পি এল ২০২৫ৰ বাবে প্ৰভচিমৰণ সিং আৰু শশাংক সিঙক বাছি লৈছিল। এই ৰিটেনচনৰ সম্ভাৱ্য কাৰণ হৈছে আই পি এল ২০২৪ত দুয়োজন খেলুৱৈৰ উৎকৃষ্ট প্ৰদৰ্শন।

শ্বাহৰুখ খান
ভুল নকৰিব এই শ্বাহৰুখ অভিনেতা নহয়। গুজৰাট দলৰ খেলুৱৈ। ২০২৪ চনৰ আই পি এলত মধ্যমীয়া প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি শ্বাহৰুখ খানক ৰিটেনচন কৰিব বুলি আশা কৰা হোৱা নাছিল। ২০২৩ চনত গুজৰাটৰ দলটোৱে তেওঁক বৃহৎ পৰিমাণৰ ধন দি চুক্তিবদ্ধ কৰিছিল যদিও সেই বছৰ তেওঁ বিশেষ একো কৰিব নোৱাৰিলে। অৱশ্যে ইয়াৰ পিছতো ফ্ৰেঞ্চাইজিয়ে তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025iplIPL 2025Prabhasimran Singrohit sarmashahrukh khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
দীপাৱলী উদযাপন কৰি থকাৰ সময়তে দুই দুৰ্বৃত্তই আহি ভৰি চুই সেৱা কৰি সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

দীপাৱলী উদযাপন কৰি থকাৰ সময়তে দুই দুৰ্বৃত্তই আহি ভৰি চুই সেৱা কৰি সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

মুকেশ আম্বানীৰ সঠিক উত্তৰাধিকাৰীৰ ৰূপত ইশা আম্বানী, গেম চেঞ্জাৰ হিচাপে আহিছে ৰিটেইল ইণ্ডাষ্ট্ৰীজত

মুকেশ আম্বানীৰ সঠিক উত্তৰাধিকাৰীৰ ৰূপত ইশা আম্বানী, গেম চেঞ্জাৰ হিচাপে আহিছে ৰিটেইল ইণ্ডাষ্ট্ৰীজত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.