• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PNBত ৪০০ দিনৰ FDত ১০ লাখ টকা বিনিয়োগ কৰিলে কিমান ৰিটাৰ্ণ পাব?

PNBত ৪০০ দিনৰ FDত ১০ লাখ টকা বিনিয়োগ কৰিলে কিমান ৰিটাৰ্ণ পাব?

2 years ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

45 minutes ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

1 hour ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

2 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

2 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

3 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

4 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

5 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

6 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

6 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

7 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

7 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PNBত ৪০০ দিনৰ FDত ১০ লাখ টকা বিনিয়োগ কৰিলে কিমান ৰিটাৰ্ণ পাব?

PNBত ৪০০ দিনৰ FDত ১০ লাখ টকা বিনিয়োগ কৰিলে কিমান ৰিটাৰ্ণ পাব?

editor by editor
November 4, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
PNBত ৪০০ দিনৰ FDত ১০ লাখ টকা বিনিয়োগ কৰিলে কিমান ৰিটাৰ্ণ পাব?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যবিত্তই বিনিয়োগত কাহানিও ৰিস্ক ল’ব নোখোজে৷ শ্বেয়াৰ বজাৰৰ পৰা দূৰৈতেই থাকে মধ্যবিত্ত৷ মিউচুৱেল ফাণ্ডৰ ওপৰতেই মধ্যবিত্তৰ অত্যধিক ভৰসা৷ তেওঁলোকে এনে বিনিয়োগ বিচাৰে যি নিৰাপদ হয়৷ ইয়াৰ সৈতে ভাল ৰিটাৰ্নৰো আশা কৰে৷ এই দিশৰ পৰা ফিক্সড ডিপোজিট আদৰ্শ৷ ৰিটাৰ্নক লৈ চিন্তা নকৰিলেও হয়৷ বিনিয়োগ কৰাৰ সময়ত সুদৰ হাৰ বহুতেই জানি ল’ব খোজে৷

পঞ্জাৱ নেশ্ব্যনেল বেংকত ৭দিনৰ পৰা ১০ বছৰৰ ম্যাদি ফিক্সড ডিপোজিট কৰিব পাৰি৷ সুদৰ হাৰ ৩.৫০ শতাংশৰ ৭.২৫শতাংশ৷ ৪০০ দিনৰ স্পেচিয়েল ফিক্সড ডিপোজিট স্কিমো আছে পিএনবিৰ৷ এই স্কিমত সুদৰ হাৰ সকলোতকৈ বেছি৷ ৪০০ দিনৰ ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকে ৭.৭৫শতাংশ হাৰ সুদ দিয়ে৷ অৰ্থাৎ এই স্কিমত বিনিয়োগ কৰিলে ম্যাদৰ শেষত ভাল ৰিটাৰ্ণ লাভ কৰিব৷

৪০০ দিনৰ ফিক্সড ডিপোজিট স্কিমত কোনোৱে ১০লাখ টকা বিনিয়োগ কৰিলে ম্যাদ শেষ হোৱাৰ পাছত কিমান টকা পাব? ফিক্সড ডিপোজিটৰ ৰিটাৰ্ণ গণনা কৰাৰ বাবে এফ ডি কেলকুলেটৰ আছে৷ তাতেই সেই হিচাপ কৰা হয়৷ পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ফিক্সড ডিপোজিট কেলকুলেটৰ অনুসৰি, যদি এজন সাধাৰণ গ্ৰাহকে ৪০০ দিনৰ ম্যাদি ফিক্সড ডিপোজিট স্কিমত ১০লাখ টকা বিনিয়োগ কৰিলে তেওঁ ৮১,৩৪১ টকা সুদ পাব৷

অৰ্থাৎ সুদ আৰু নিজৰ ধন মিলি আপুনি লাভ কৰিব ১০,৮১,৩৪১ টাকা। অন্যহাতে যদি কোনো প্ৰবীণ নাগৰিকে এই স্কিমত বিনিয়োগ কৰে তেন্তে তেওঁ আৰু বেছি ৰিটাৰ্ণ লাভ কৰিব৷ কাৰণ সুদৰ হাৰ বেছি৷ পিএনবিৰ ফিক্সড ডিপোজিট কেলকুলেটৰ অনুসৰি ৪০০ দিনৰ ম্যাদত ১০লাখ বিনিয়োগ কৰিলে এজন প্ৰবীণ নাগৰিকে লাভ কৰে ৮৭,১৭৩টকা৷

অৰ্থাৎ সুদ আৰু প্ৰকৃত ধন মিলি তেওঁ ১০,৮৭,১৭৩ টকা ৰিটাৰ্ন পাব৷ পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ৪০০ দনৰ ফিক্সড ডিপোজিট স্কিমৰ সৰ্বনিম্ন বিনিয়োগৰ পৰিমান ১০০০ টকা৷ নিৰ্ধাৰিত সময়ৰ পূৰ্বে টকা তুলি ল’লে জৰিমনা দিব লাগিব৷ ইয়াৰোপৰি এক অৰ্থবৰ্ষত অৰ্জিত সুদ যদি ৪০ হাজাৰ টকাতকৈ বেছি হয় তেন্তে টিডিএছ কাটিব বেংকে৷ প্ৰবীণ নাগৰিকসকলৰ ক্ষেত্ৰত এই হাৰ ৫০হাজাৰ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

July 15, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
Next Post
দেশত সংস্কাৰমুক্তিৰ শিক্ষা কিমান জৰুৰী ভিডিঅ’ চালেই বুজিব! চৰণামৃত ভাৱি ACৰ পানী খাই ভাইৰেল ভক্ত

দেশত সংস্কাৰমুক্তিৰ শিক্ষা কিমান জৰুৰী ভিডিঅ’ চালেই বুজিব! চৰণামৃত ভাৱি ACৰ পানী খাই ভাইৰেল ভক্ত

ৰবি যোগৰ সৈতে সুকৰ্ম যোগ, কাইলৈ সোণৰ দৰে ভাগ্য উজলিব ৫ৰাশিৰ জাতকৰ

ৰবি যোগৰ সৈতে সুকৰ্ম যোগ, কাইলৈ সোণৰ দৰে ভাগ্য উজলিব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.