• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
KKR ৰ পৰা ১৩ কোটি টকা পায়েই ৰিংকুৱে সলালে ঘৰ! আলিগড়ত কিনিলে বিলাসবহুল বাংলো

KKR ৰ পৰা ১৩ কোটি টকা পায়েই ৰিংকুৱে সলালে ঘৰ! আলিগড়ত কিনিলে বিলাসবহুল বাংলো

2 years ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ৮ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ৮ জনৰ মৃত্যু

18 minutes ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

1 hour ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

2 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

2 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

3 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

3 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

4 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

5 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

5 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

8 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

KKR ৰ পৰা ১৩ কোটি টকা পায়েই ৰিংকুৱে সলালে ঘৰ! আলিগড়ত কিনিলে বিলাসবহুল বাংলো

KKR ৰ পৰা ১৩ কোটি টকা পায়েই ৰিংকুৱে সলালে ঘৰ! আলিগড়ত কিনিলে বিলাসবহুল বাংলো

editor by editor
November 6, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
KKR ৰ পৰা ১৩ কোটি টকা পায়েই ৰিংকুৱে সলালে ঘৰ! আলিগড়ত কিনিলে বিলাসবহুল বাংলো
0
SHARES
827
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আলিগড়ত বিলাসবহুল বাংলো ক্ৰয় কৰিলে ৰিংকু সিঙে৷ কলকাতা নাইট ৰাইডাৰ্ছে ১৩ কোটি টকাৰে ক্ৰয় কৰিলে নতুন বাংলো৷ ২০২৩ চনৰ আইপিএলত গুজৰাট টাইটান্সৰ বিৰুদ্ধে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত শেষ অভাৰত পাঁচটা ছিক্স কোবাই কেকেআৰক ৰুদ্ধশ্বাস মেচ জিকাইছিল ৰিংকু সিঙে৷ তাৰপাছতেই টি-২০ ক্ৰিকেটত তাৰকাৰ মৰ্যাদা লাভ কৰে ৰিংকু সিঙে৷

আইপিএলৰ সাফল্যৰ পাছত ভাৰতীয় দলতো সুযোগ পাইছে ৰিংকুৱে৷ কেকেআৰৰ কৰ্ণধাৰ শ্বাহৰুখ খানৰো প্ৰিয় ৰিংকু৷ আইপিএলত ৰিংকুক এইবাৰ সকলোতকৈ বেছি ১৩ কোটি টকা খৰচ কৰি ধৰি ৰাখিছে কেকেআৰ কৰ্তৃপক্ষই৷ তাৰপাছতেই আলিগড়ত নতুন বাংলো কিনিছে টি-২০ ক্ৰিকেটত দেশৰ অন্যতম ফিনিছাৰ ৰিংকুৱে৷

পৰিয়ালৰ সকলোৰে উপস্থিতিত নতুন ঘৰৰ চাবি হাতত পাইছে ৰিংকুৱে৷ সেই ছবি ভাইৰেল হৈছে সামাজিকমাধ্যমত৷ এতিয়া পৰ্যন্ত দেশৰ হৈ ২খন এদিনীয়া মেচ আৰু ২৬খন টি-২০ মেচ খেলিছে ৰিংকুৱে৷ বিগত টি-২০ বিশ্বকাপত দলৰ হৈ তেওঁ সুযোগ নোপোৱাৰ প্ৰশ্ন উঠিছিল৷ ভাৰতীয় দলৰ সৈতে ষ্টেণ্ড বাই হিচাপে আমেৰিকা-ৱেষ্ট ইণ্ডিজলৈকো গৈছিল তেওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ৮ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ৮ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
Next Post
আগন্তুক সপ্তাহত বৃশ্চিকলৈ আহিব সূৰ্য, বছৰৰ শেষভাগত প্ৰচুৰ ধন লাভ কৰিব ৫ৰাশিৰ জাতকে

আগন্তুক সপ্তাহত বৃশ্চিকলৈ আহিব সূৰ্য, বছৰৰ শেষভাগত প্ৰচুৰ ধন লাভ কৰিব ৫ৰাশিৰ জাতকে

বিয়াৰ পূৰ্বেই সন্তান, স/ম্ভো/গ! মেলাত গৈ পলাই যোৱাটোৱেই ৰীতি এই জনজাতিৰ, ভাৰতৰ ক’ত এই উপজাতি আছে?

বিয়াৰ পূৰ্বেই সন্তান, স/ম্ভো/গ! মেলাত গৈ পলাই যোৱাটোৱেই ৰীতি এই জনজাতিৰ, ভাৰতৰ ক’ত এই উপজাতি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.