• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহত বৃশ্চিকলৈ আহিব সূৰ্য, বছৰৰ শেষভাগত প্ৰচুৰ ধন লাভ কৰিব ৫ৰাশিৰ জাতকে

আগন্তুক সপ্তাহত বৃশ্চিকলৈ আহিব সূৰ্য, বছৰৰ শেষভাগত প্ৰচুৰ ধন লাভ কৰিব ৫ৰাশিৰ জাতকে

2 years ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

37 minutes ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

1 hour ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

2 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

2 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

3 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

4 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

4 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

5 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

7 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহত বৃশ্চিকলৈ আহিব সূৰ্য, বছৰৰ শেষভাগত প্ৰচুৰ ধন লাভ কৰিব ৫ৰাশিৰ জাতকে

আগন্তুক সপ্তাহত বৃশ্চিকলৈ আহিব সূৰ্য, বছৰৰ শেষভাগত প্ৰচুৰ ধন লাভ কৰিব ৫ৰাশিৰ জাতকে

editor by editor
November 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগন্তুক সপ্তাহত বৃশ্চিকলৈ আহিব সূৰ্য, বছৰৰ শেষভাগত প্ৰচুৰ ধন লাভ কৰিব ৫ৰাশিৰ জাতকে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সূৰ্যই অৱস্থান কৰিছে তুলা ৰাশিত৷ আগন্তুক ১৬ নৱেম্বৰত সূৰ্যই তুলা ৰাশি এৰি বৃশ্চিক ৰাশিত যাব৷ তাতেই পূৰ্বৰে পৰা অৱস্থান কৰিছে বুধে৷ বুধ আৰু সূৰ্যৰ মিলনৰ ফলত বৃশ্চিক ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি সূৰ্যৰ গোচৰৰ ফলত সূৰ্য আৰু বৃহস্পতিৰ সমসপ্তক যোগ গঠিত হ’ব৷ এই দুই শুভ যোগৰ ফলত ২০২৪ চনৰ শেষৰ ফালে সৌভাগ্যপূৰ্ণ  হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ জ্যোতিষ গণনা অনুসৰি পাঁচ ৰাশিৰ জাতকে সূৰ্যৰ গোচৰৰ শুভ প্ৰবাৱত প্ৰচুৰ ধন সম্পদ লাভ কৰিব৷ জানি থওক এই তালিকাত কোন কোন ৰাশি আছে?

বৃষ ৰাশি

সূৰ্যৰ গোচৰৰ প্রভাৱত ১৬ নৱেম্বৰৰ পৰা ভাল সময় আহিব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত চাকৰি আৰু ব্যৱসায়ত বৃহৎ উন্নতি কৰিব এই ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত প্ৰেম আৰু গভীৰ হ’ব৷ আৰ্থিক দিশত এই সময়ত উন্নতিৰ সুযোগ পাব৷ কাৰ্যালয়ত পৰিশ্ৰম কৰিলে তাৰ সুফল পাব৷ বিপৰীত লিংগৰ বন্ধুৰ পৰা লাভৱান হ’ব৷

কৰ্কট ৰাশি

সূৰ্যৰ গোচৰৰ ফলত কৰ্কট ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷ এই সময়ত কৰ্মক্ষেত্ৰত আপুনি বৃহৎ সাফল্য পাব৷ কাৰোবাক ধন ধাৰলৈ দিলে এই সময়ত উভতাই পাব৷ নতুন কোনো কাম আৰম্ভ কৰিলে এই সময়ত লাভজনক ফল পাব৷ বিনিয়োগৰ পৰা আৰ্থিক লাভ হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ কাৰ্যালয়ত প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিতেই আগন্তুক ১৬ নৱেম্বৰত গোচৰ কৰিব সূৰ্যই৷ সূৰ্যই এই ৰাশিত অহাৰ পাছত ভাগ্য খুলিব বৃশ্চিকৰ জাতকৰ৷ এই সময়ত আপোনাৰ খ্যাতি আৰু প্ৰতিপত্তি বাঢ়িব বহুতৰেই৷ সমাজত সন্মান আৰু জনপ্ৰিয়তাও বৃদ্ধি পাব৷ চৰকাৰী চাকৰি পাব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ সূৰ্যৰ প্ৰভাৱত স্বাস্থ্যও পূৰ্বতকৈ ভাল হ’ব৷

মকৰ ৰাশি

১৬ নৱেম্বৰৰ পাছত সূৰ্যৰ প্ৰভাৱত অফিচত বৃহৎ সাফল্য পাব পাৰে মকৰ ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত ভালপোৱা বাঢ়িব৷ সকলো কামতেই নিজৰ পৰিয়ালক কাষত পাব মকৰ ৰাশিৰ জাতকে৷ চাকৰিত পদোন্নতি পাব পাৰে৷ আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতাৰ বাবে সৰ্বত্ৰতে প্ৰশংসিত হ’ব৷

কুম্ভ ৰাশি

২০২৪ চনৰ শেষ ভাগত সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপুনি নতুন ঘৰ বা বাহন কিনিব পাৰে৷ চৰকাৰী চাকৰি পোৱাৰ সুযোগ পাব৷ পিতৃ আৰু শিক্ষকৰ ওচৰত জৰুৰী সাহায্য লাভ কৰিব৷ আৰ্থিকভাৱে বৃহৎ উন্নতি কৰাৰ সুযোগ পাব কুম্ভ ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়
নিয়োগ

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

October 13, 2026
Next Post
বিয়াৰ পূৰ্বেই সন্তান, স/ম্ভো/গ! মেলাত গৈ পলাই যোৱাটোৱেই ৰীতি এই জনজাতিৰ, ভাৰতৰ ক’ত এই উপজাতি আছে?

বিয়াৰ পূৰ্বেই সন্তান, স/ম্ভো/গ! মেলাত গৈ পলাই যোৱাটোৱেই ৰীতি এই জনজাতিৰ, ভাৰতৰ ক’ত এই উপজাতি আছে?

সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৩ৰাশিৰ ওপচি পৰিব ধন, হাত মেলিলেই সাফল্য আহিব কাৰ কাৰ?

সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৩ৰাশিৰ ওপচি পৰিব ধন, হাত মেলিলেই সাফল্য আহিব কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.