• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

2 years ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

5 minutes ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

43 minutes ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

1 hour ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

2 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

2 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

3 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

3 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

4 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

4 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

5 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

6 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

editor by editor
November 9, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?
0
SHARES
414
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক বিভিন্ন স্কিমৰ সুবিধা দি আহিছে৷ চৰকাৰে বিভিন্ন মানুহৰ চাহিদাৰ কথা মূৰত ৰাখি এই প্ৰকল্পসমূহ আনে৷ চৰকাৰী স্কিমসমূহৰ অধিকাংশই দুখীয়া আৰু অভাৱী মানুহৰ কল্যাণৰ বাবে পৰিচালিত হয়৷ চৰকাৰে দীৰ্ঘদিন ধৰি নাৰীৰ ক্ষমতায়ণৰ বাবে প্ৰচেষ্টা চলাই আহিছে৷

চৰকাৰে সকলো ক্ষেত্ৰতে মহিলাসকলক স্বনিৰ্ভৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে৷ নাৰীসকলক আৰ্থিকভাৱে সক্ষম কৰি তুলিবলৈ ভাৰত চৰকাৰে এটা নতুন প্ৰকল্প আৰম্ভ কৰিছে৷ এই প্ৰকল্পৰ অধীনত চৰকাৰে মহিলাসকলক ৫লাখ পৰ্যন্ত লোণ দিয়ে তাকো বিনা সুদত৷ প্ৰকৃততে অন্তৰ্বৰ্তী বাজেটত নাৰী ক্ষমতায়ণত জোৰ দিছে কেন্দ্ৰই৷

দেশৰ ৩ কোটি মহিলাক ‘লাখপতি দিদি’ বনোৱাৰ ঘোষণা কৰিছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ বিগত ১৫ আগষ্টৰ স্বাধীনতা দিৱসতেই এই প্ৰকল্প আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ দেশজুৰি ২ কোটি মহিলাক লাখপতি কৰাৰ লক্ষ্য লৈছিল৷ অন্তৰ্বৰ্তী বাজেটত নিৰ্মলাই সেই লক্ষ্য বঢ়াই ৩কোটি কৰিলে৷ কেনেকৈ মহিলাসকলে এই স্কিমৰ সুবিধা পাব?

এই প্ৰকল্পৰ সুবিধা পাবলৈ মহিলাসকলে এটা স্বনিৰ্ভৰ গোষ্ঠীত যোগদান কৰিব লাগিব৷ এই ধৰণৰ গোষ্ঠী বা গোটসমূহ বেছিভাগেই গাওঁ এলেকাত বসবাসকাৰী নাৰীসকলৰ বাবে তৈয়াৰ কৰা৷ বহু নাৰী এই গোটত থাকে৷ যদি কোনো মহিলাই তেওঁৰ নিজা কোনো ব্যৱসায় আৰম্ভ কৰে তেন্তে এটা স্বনিৰ্ভৰ গোটৰ মাধ্যমেৰে ব্যৱসায়িক পৰিকল্পনাৰে লোনৰ আবেদন কৰিব পাৰে৷

লাখপতি বাইদেউ যোজনাৰ সুবিধা পাবলৈ আত্মসহায়ক গোটত যোগদান কৰাটো জৰুৰী৷ গোটৰ অন্তৰ্গত মহিলাসকলক চৰকাৰ কৰ্তৃপক্ষৰ পৰা দক্ষতা বিকাশত গুৰুত্ব আৰোপ কৰা হয়৷ প্ৰশিক্ষণো দিয়া হয়৷  তাৰপিছতহে লোনৰ বাবে আবেদন কৰিব পাৰে এগৰাকী মহিলাই৷ চৰকাৰী কৰ্মকৰ্তাই এই আবেদন পৰ্যালোচনা কৰি তাৰপিছত আবেদন মঞ্জুৰ হ’লে ৫লাখ পৰ্যন্ত সুদমুক্ত ঋণ লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
Next Post
৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?

৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?

২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ

২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.