• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাৰেকৰ্ডৰ ওপৰত দৃষ্টি নিবদ্ধ সঞ্জু চেমছনৰ, শতকৰ হেট্ৰিক অৰ্জন কৰাৰ সম্ভাৱনা

মহাৰেকৰ্ডৰ ওপৰত দৃষ্টি নিবদ্ধ সঞ্জু চেমছনৰ, শতকৰ হেট্ৰিক অৰ্জন কৰাৰ সম্ভাৱনা

1 year ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

11 minutes ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

39 minutes ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

2 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

3 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

13 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

13 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

14 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

14 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মহাৰেকৰ্ডৰ ওপৰত দৃষ্টি নিবদ্ধ সঞ্জু চেমছনৰ, শতকৰ হেট্ৰিক অৰ্জন কৰাৰ সম্ভাৱনা

editor by editor
November 10, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
মহাৰেকৰ্ডৰ ওপৰত দৃষ্টি নিবদ্ধ সঞ্জু চেমছনৰ, শতকৰ হেট্ৰিক অৰ্জন কৰাৰ সম্ভাৱনা
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰেকৰ্ডৰ ওপৰত দৃষ্টি নিবদ্ধ সঞ্জু চেমছনৰ, শতকৰ হেট্ৰিক অৰ্জন কৰাৰ সম্ভাৱনা

বিস্ফোৰক ফৰ্মত থকা সঞ্জু চেমছনৰ পৰা ভাৰতীয় দলটোৱে আন এক মহান ইনিংছ আশা কৰিছে। আজি দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০ মেচ। টিম ইণ্ডিয়াই একেৰাহে দ্বিতীয়বাৰৰ বাবে খেলত জয়ী হৈ বিজয় অভিযান অব্যাহত ৰাখিব বিচাৰিছে।

আজিৰ খেল খন ভাৰতীয় দলৰ বাবে যিদৰে গুৰুত্বপূৰ্ণ , তেনেদৰে সঞ্জু ছেমছনৰ বাবেও অতিকে বিশেষ। কিয়নো আজিৰ খেল খনত যদি সঞ্জুই শতক অৰ্জন কৰে , তেন্তে এক মহা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হব। যি ৰেকৰ্ড আজি পৰ্যন্ত কোনো খেলুৱৈয়ে কৰিবলৈ সক্ষম হোৱা নাই।

অ’পেনাৰ সঞ্জু চেমছনে বিগত দুখন মেচত একেৰাহে দুটা টি-২০ শতক অৰ্জন কৰিছে। যাৰ বাবে আজিৰ খেলখনটো সঞ্জুৰ পৰা শতক আশা কৰিছে ভাৰতীয় দলে। যদিহে আজি তৃতীয়টো শতক অৰ্জন কৰিবলৈ সক্ষম হয় তেন্তে এক মহা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হব সঞ্জু ছেমছনে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা ডাৰবানৰ প্ৰথমখন মেচত চেমছনে ৫০টা বলত ১০৭ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল, যাৰ বাবে ভাৰতে ৬১ ৰানৰ ব্যৱধানত খেলখন বিজয় সাব্যস্ত কৰিছিল। সেয়া আছিল সঞ্জুৰ একেৰাহে দ্বিতীয়টো শতক।

ইয়াৰ পূৰ্বৰ টি-২০ খেল খন সঞ্জুই খেলিছিল বাংলাদেশৰ বিৰুদ্ধে ১২ অক্টোবৰত । সেই খেলখনত সঞ্জুই ১১১ ৰানৰ প্ৰথমটো শতক অৰ্জন কৰিছিল। এইবাৰ আজি তৃতিয়খন টি-২০ খেলিবলৈ গৈ আছে সঞ্জু।

যদি আজি শতক সম্ভৱ হয় , তেন্তে ই ৰেকৰ্ডত পৰিণত হব। যি পূৰ্বে কোনো খেলুৱৈয়ে কৰিবলৈ সক্ষম হোৱা নাই। কেৱল টি-২০ত একেৰাহে দুটা শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত আছে ৩ গৰাকী খেলুৱৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricket RecordIdnian Cricketer RecordIndian CricketRecordSanju Samson
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
Next Post
হৰ্ষণ যোগৰ বাবে ৩ ৰাশিৰ প্ৰেম জীৱনত বাঢ়িব সমস্যা, সম্পৰ্ক ভঙাৰ সম্ভাৱনা!

হৰ্ষণ যোগৰ বাবে ৩ ৰাশিৰ প্ৰেম জীৱনত বাঢ়িব সমস্যা, সম্পৰ্ক ভঙাৰ সম্ভাৱনা!

সুবিধা পাইয়ো দুখনকৈ হলীউডৰ ছবি কিয় নাকচ কৰিছিল ঐশ্বৰ্যই ! বহু পাছত সদৰি হৈছিল কাৰণ

সুবিধা পাইয়ো দুখনকৈ হলীউডৰ ছবি কিয় নাকচ কৰিছিল ঐশ্বৰ্যই ! বহু পাছত সদৰি হৈছিল কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.