• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

1 year ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

10 minutes ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

1 hour ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

2 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

3 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

5 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

6 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

9 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

19 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

20 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

21 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

editor by editor
November 11, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

আজি ১১ নৱেম্বৰ ২০২৪ সোমবাৰে দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হ’ব ন্যায়াধীশ সঞ্জীৱ খান্না। পুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত তেওঁক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব। দেওবাৰে অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ঠাইত নতুন ন্যায়াধীশ হ’ব ন্যায়াধীশ খান্নাই।

ন্যায়ধীশ সঞ্জীৱ খান্নাৰ কাৰ্যকাল আজি ১১ নৱেম্বৰৰ ২০২৪ৰ পৰা আৰম্ভ হৈ ২০২৫ চনৰ ১৩ মে’লৈকে চলিব। নিৰ্বাচনী বণ্ড আঁচনি শেষ কৰা আৰু ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ দৰে ঐতিহাসিক সিদ্ধান্তৰ অংশ আছিল ন্যায়াধীশ খান্না। চিজেআই হিচাপে তেওঁৰ অগ্ৰাধিকাৰ হৈছে বিচাৰাধীন গোচৰৰ সংখ্যা হ্ৰাস কৰা আৰু ন্যায়ৰ গতি ক্ষিপ্ৰ কৰা।

দিল্লীৰ এক সন্মানীয় পৰিয়ালৰ অন্তৰ্গত ন্যায়াধীশ সঞ্জীৱ খান্নাই তৃতীয় প্ৰজন্মৰ অধিবক্তা হিচাপে কাম কৰি আহিছে। ন্যায়াধীশ হোৱাৰ পূৰ্বে তেওঁ ১৯৮৩ চনত তিছ হাজাৰী আদালতত আইন প্ৰেকটিছ আৰম্ভ কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়তো আইন চৰ্চা কৰিছিল আৰু এতিয়া আগন্তুক ছমাহলৈ দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CJIIndian Chief JusticeIndian JusticeJustice Sanjeeb KhannaSanjeev Khannasupreme courtsupreme court of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

December 17, 2025
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ
জীৱনশৈলী

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

December 17, 2025
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

December 17, 2025
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

December 17, 2025
Next Post
মাজনিশা দুটাকৈ ভূমিকম্পই জোকাৰি যায় এইখন দেশ, বিস্তৰ ক্ষতি, জনসাধাৰণৰ মাজত হাহাকাৰ

বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন