• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ

আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ

1 year ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

11 minutes ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

52 minutes ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

1 hour ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

11 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

11 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

11 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

12 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

12 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

13 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

13 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

13 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ

editor by editor
November 13, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ
0
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ

আজি ১৩ নৱেম্বৰ বুধবাৰে দেশৰ লগতে অসমতো উপ-নিৰ্বাচন । দেশৰ ১০খন ৰাজ্যৰ ৩১খন বিধানসভা সমষ্টিত অনুষ্ঠিত হব নিৰ্বাচন। অসমৰ পাঁচখন বিধানসভাৰ আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। ধলাই (সংৰক্ষিত), চিদলী (সংৰক্ষিত), বঙাইগাঁও, বিহালী আৰু চামগুৰি বিধানসভাৰ আসনত অনুষ্ঠিত উপ-নিৰ্বাচন।

শেহতীয়া লোকসভা নিৰ্বাচনত এই আসনসমূহৰ পৰা বিধায়কসকলৰ জয়ৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰয়োজনীয় হৈ পৰিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰে অধিকাংশই প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে।

৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ লাখ ১০ হাজাৰ ৬৬৫ গৰাকী ভোটাৰে। ৫ সমষ্টিত মুঠ ভোটকেন্দ্ৰ এহাজাৰ ৭৮টা।

চামগুৰিত মুঠ ভোটাৰ ১ লাখ ৮০ হাজাৰ ৮৫৪গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৯১ হাজাৰ ৪৯৩ জন আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৮৯ হাজাৰ ৩৫০গৰাকী। ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ২৯২গৰাকী। ভোট কেন্দ্ৰ হ’ল ১৯৭টা।

বিহালীৰ মুঠ ভোটাৰ ১ লাখ ৩২ হাজাৰ ৫৭৯ গৰাকী। বিহালীত পুৰুষ ভোটাৰ ৬৬ হাজাৰ ৩৯ জন। মহিলা ভোটাৰৰ সংখ্যা ৬৬ হাজাৰ ৫৩৯ গৰাকী। বিহালীত ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ১৪৮ গৰাকী। বিহালী সমষ্টিত আছে ১৫৪টা ভোট কেন্দ্ৰ।

বঙাইগাঁৱৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৮২ হাজাৰ ৩৫৪গৰাকী। বঙাইগাঁৱত পুৰুষ ভোটাৰ ৮৯ হাজাৰ ৫১০জন। বঙাইগাঁৱত মহিলা ভোটাৰৰ সংখ্যা ৯২ হাজাৰ ৮৪২ গৰাকী। সমষ্টিটোত ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ১১৪ গৰাকী। বঙাইগাঁও সমষ্টিত আছে ২৪৬টা ভোট কেন্দ্ৰ।

চিদলী সমষ্টিৰ মুঠ ভোটাৰ হ’ল ২ লাখ ১৭ হাজাৰ ২৩৬গৰাকী। চিদলীত পুৰুষ ভোটাৰ ১ লাখ ৭ হাজাৰ ৯২৪ জন। চিদলীত মহিলা ভোটাৰৰ সংখ্যা ১ লাখ ৯ হাজাৰ ৩০৮গৰাকী। চিদলীত ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ৬৭৭গৰাকী। চিদলী সমষ্টিত আছে ২৭৩টা ভোট কেন্দ্ৰ।

ধলাইৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৯৭ হাজাৰ ৬৪২ গৰাকী। ধলাইত পুৰুষ ভোটাৰ ৯৯ হাজাৰ ৭৫৬ জন। মহিলা ভোটাৰৰ সংখ্যা ৯৭ হাজাৰ ৮৮৫গৰাকী। ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ৫৬৫গৰাকী। ভোট কেন্দ্ৰ হ’ল ২০৮টা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5 Constituencyassam by electionassam electionby election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

দৈনিক ৰাশিফল- আজি কাতি মাহৰ শুক্লা দ্বাদশীত হ’ব ৰবি যোগ, ৪ ৰাশিৰ জীৱনলৈ আহিব অপাৰ লাভ

দৈনিক ৰাশিফল- আজি কাতি মাহৰ শুক্লা দ্বাদশীত হ'ব ৰবি যোগ, ৪ ৰাশিৰ জীৱনলৈ আহিব অপাৰ লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.