• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ সাফল্য, বিজয়ৰ হেট্ৰিক দলটোৰ

1 year ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

41 minutes ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

1 hour ago
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

1 hour ago
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

2 hours ago
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

2 hours ago
মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

2 hours ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

3 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

3 hours ago
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

4 hours ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

4 hours ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

5 hours ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ সাফল্য, বিজয়ৰ হেট্ৰিক দলটোৰ

editor by editor
November 15, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ সাফল্য, বিজয়ৰ হেট্ৰিক দলটোৰ

মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীত আয়োজক ভাৰতৰ আধিপত্য অব্যাহত আছে। তৃতীয়খন মেচত থাইলেণ্ডক ১৩-০ গ’লত পৰাস্ত কৰি জয়ৰ হেট্ৰিক সম্পূৰ্ণ কৰে টিম ইণ্ডিয়াই। অকলেই পাঁচটা গ’ল দি ভাৰতৰ এই জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল দীপকা ঠাকুৰে।

থাইলেণ্ডৰ দলটোৱে ভাৰতীয় মহিলা দলৰ সন্মুখত একেবাৰেই মূৰ তুলি উঠিব নোৱাৰে। ভাৰতীয় খেলুৱৈসকলে এই খেলখন সম্পূৰ্ণ একপক্ষীয় কৰি ১৩ টা গল দি বিপক্ষক এটাও গল দিবলৈ সুযোগ নিদি জয়ী হয়।

ভাৰতৰ হৈ দীপিকাই ৫টা গ’ল কৰে ক্ৰমে ৩, ১৯, ৪৩, ৪৫ আৰু ৪৫ মিনিটত। আনহাতে প্ৰীতি ডুবে ৯ মিনিট আৰু ৪০ মিনিটত, লালৰেমছিয়ামী ১২ আৰু ৫৬ মিনিটত আৰু মনীষা চৌহানে ৫৫ আৰু ৫৮ মিনিটত দুটাকৈ গ’ল দিয়ে। বিউটি ডুং ডুং ৩০ মিনিটত আৰু নৱনীত কৌৰে ৫৩ মিনিটত এটাকৈ গ’ল দি দলৰ স্কোৰ ১৩ লৈ লৈ যায়।

ইয়াৰ পূর্বে ভাৰতীয় দলটোৱে প্রথমখন খেলত মালয়েছিয়াক পৰাস্ত কৰি জয়েৰে প্রতিযোগিতাখন আৰম্ভ কৰিছিল৷ ভাৰতে মালয়েছিয়াক ৪-০ গ’লত পৰাস্ত কৰিছিল।

তাৰ পাছত ভাৰতীয় মহিলা হকী দলটোৱে দ্বিতীয়খন মেচত দক্ষিণ কোৰিয়াক ৩-২ গ’লত পৰাস্ত কৰে। আৰি কালি তৃতীয়খন খেলত ১৩-০ ব্যৱধানত জয়ী হয়। বৰ্তমানে প্ৰশিক্ষক হৰেন্দ্ৰ সিঙৰ তত্বাৱধানত এই প্ৰতিযোগিতাত ভাৰতীয় মহিলা দলটোৱে সুদক্ষতাৰে খেলি গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asiam Champion thropyHockyHocky TeamIndia Vs ThailandIndian Hocky Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস
জীৱনশৈলী

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

April 20, 2026
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?
জীৱনশৈলী

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

April 20, 2026
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?
জীৱনশৈলী

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

April 20, 2026
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ
জীৱনশৈলী

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

April 20, 2026
Next Post
আজি সন্ধিয়াৰ পৰা ভাগ্য সলনি হৈ পৰিব ৩ ৰাশিৰ, প্ৰকোপ বৃদ্ধি পাব শনি দেৱৰ

আজি সন্ধিয়াৰ পৰা ভাগ্য সলনি হৈ পৰিব ৩ ৰাশিৰ, প্ৰকোপ বৃদ্ধি পাব শনি দেৱৰ

কপিল শৰ্মাৰ কমেডি শ্ব’ হঠাতে কিয় ত্যাগ কৰিছিল নৱজোৎ সিং সিদ্ধুৱে, ৫ বছৰৰ পাছত কৰিলে সদৰি

কপিল শৰ্মাৰ কমেডি শ্ব' হঠাতে কিয় ত্যাগ কৰিছিল নৱজোৎ সিং সিদ্ধুৱে, ৫ বছৰৰ পাছত কৰিলে সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.