• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

2 years ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

21 minutes ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

48 minutes ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

1 hour ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

3 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

4 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

5 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

6 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

7 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

8 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

9 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

editor by editor
November 25, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

অষ্ট্ৰেলিয়াৰ মাটিতে অষ্ট্ৰেলিয়াৰ দৰ্পচূৰ্ণ। ভাৰতীয় খেলুৱৈৰ হাতত আত্মসমৰ্পন কেংগাৰু দলৰ।

পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰে।

প্ৰথম ইনিংছত ভাৰতীয় দলৰ হৈ সৰ্বাধিক নিতিশ কুমাৰ ৰেড্ডীয়ে ৪১ ৰান আৰু ঋষভ পণ্টে ৩৭ ৰান কৰিছিল। আনহাতে জশপ্ৰীত বুমৰাহে ৫ টা উইকেট আৰু হৰ্ষীত ৰাণাই ৩ টা উইকেট দখম কৰিছিল।

বিপৰীতে অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰান কৰিছিল- মিছেল ষ্টাৰ্ক ২৬ ৰান আৰু এলেক্স কেৰী ২১ ৰান। উইকেটৰ ক্ষেত্ৰত জ’থ হেজলউডে ৪ টা আৰু মিছেল মাৰ্চে ২ উইকেট দখল কৰিছিল।

দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ হৈ সৰ্বাধিক ৰান কৰিছিল যশস্বী জযশৱাল ১৬১ , বিৰাট কোহলী ১০০ ৰান। উইকেৰ ক্ষেত্ৰত বুমৰাহ আৰু মহম্মদ চিৰাজে ৩ টা কৈ উইকেট দখল কৰে।

অষ্ট্ৰেলিয়াৰ হৈ দ্বিতীয় ইনিংছত ট্ৰেভিছ হেডে ৮৯ ৰান আৰু মিছেল মাৰ্চে ৪৭ ৰান কৰে। আনহাতে নাথন লেয়নে ২ টা আৰু জোছ হেজলউডে ১ টা উইকেট দখল কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs AustraliaIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

June 17, 2026
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী
বাণিজ্য

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

June 17, 2026
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’
বিশ্ব

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

June 17, 2026
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?
বিনোদন

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

June 17, 2026
Next Post
কাইলৈ ওলোটাকৈ গতি কৰিব বুধ গ্ৰহই, বিশেষ প্ৰভাৱ পৰিব কেৰিয়াৰ,ব্যৱসায় আৰু সম্পৰ্কৰ ওপৰত

কাইলৈ ওলোটাকৈ গতি কৰিব বুধ গ্ৰহই, বিশেষ প্ৰভাৱ পৰিব কেৰিয়াৰ,ব্যৱসায় আৰু সম্পৰ্কৰ ওপৰত

এজন-দুজন নহয় ২৫০০ লোকৰ বিৰুদ্ধে মুঠ ৭ টা গোচৰ ৰুজু, আজিয়ো দেশজুৰি চৰ্চিত সেই ঘটনা

এজন-দুজন নহয় ২৫০০ লোকৰ বিৰুদ্ধে মুঠ ৭ টা গোচৰ ৰুজু, আজিয়ো দেশজুৰি চৰ্চিত সেই ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.