• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি শপত পাঠ লোৱা দুই নেতাৰ সম্পত্তি, কাৰোবাৰ ৪ কোটিৰ ধাৰ, কাৰোবাৰ ১ কোটিৰো অধিক সোণ

আজি শপত পাঠ লোৱা দুই নেতাৰ সম্পত্তি, কাৰোবাৰ ৪ কোটিৰ ধাৰ, কাৰোবাৰ ১ কোটিৰো অধিক সোণ

2 years ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

21 minutes ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

35 minutes ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

57 minutes ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

2 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

2 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

3 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

4 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

5 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

5 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

23 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি শপত পাঠ লোৱা দুই নেতাৰ সম্পত্তি, কাৰোবাৰ ৪ কোটিৰ ধাৰ, কাৰোবাৰ ১ কোটিৰো অধিক সোণ

editor by editor
November 28, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আজি শপত পাঠ লোৱা দুই নেতাৰ সম্পত্তি, কাৰোবাৰ ৪ কোটিৰ ধাৰ, কাৰোবাৰ ১ কোটিৰো অধিক সোণ
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি শপত পাঠ লোৱা দুই নেতাৰ সম্পত্তি, কাৰোবাৰ ৪ কোটিৰ ধাৰ, কাৰোবাৰ ১ কোটিৰো অধিক সোণ

আজি দেশৰ দুগৰাকী বিশেষ ৰাজনীতিকে নিজ নিজ ক্ষেত্ৰত শপত পাঠ পঢ়ে। ইয়াৰে এজনে মুখ্যমন্ত্ৰী হিচাপে, এজনে সাংসদ হিচাপে। ইয়াৰে এজন নেতাৰ ৪ কোটি টকাৰ ধাৰ, এজন নেতাৰ ১ কোটি টকাৰ সোণ। দুয়ো পিতৃৰ ফালৰ পৰা লাভ কৰিছে ৰাজনীতি। এজনৰ পিতৃ আছিল দেশৰ প্ৰধানমন্ত্ৰী এজনৰ পিতৃ আছিল তিনিবাৰৰ মুখ্যমন্ত্ৰী।

হয়, ইয়াত আজি শপত পাঠ লোৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণ আৰু আনহাতে সাংসদ হিচাপে ৰাজনীতিৰ কেৰিয়াৰ আৰম্ভ কৰা গান্ধী পৰিয়ালৰ প্ৰিয়ংকা গান্ধীৰ কথা কোৱা হৈছে।

প্ৰিয়ংকা গান্ধীয়ে ৱায়নাডৰ পৰা সাংসদ হিচাপে জয়ী হৈ আজি ২৮ নৱেম্বৰ তাৰিখে শপত লয়। আনহাতে ঝাৰখণ্ডৰ চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লয় হেমন্ত সোৰেণে।

পাছে দুয়োগৰাকী নেতাৰ কাৰ কিমান সম্পত্তীৰ!

এই ক্ষেত্ৰত প্ৰিয়ংকা গান্ধীৰ সম্পত্তিৰ কথা কবলৈ গ’লে- প্ৰিয়ংকাৰ ৪.২৪ কোটিতকৈ অধিক মূল্যৰ স্থাৱৰ সম্পত্তি আৰু ৭.৭৪ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে। উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে ২.১০ কোটি টকাৰ স্থাৱৰ সম্পত্তি। প্ৰিয়ংকাৰ শপতনামাত ১৫.৭৫ লাখতকৈ অধিক টকাৰ দায়বদ্ধতাও ঘোষণা। প্ৰিয়ংকাৰ হাতত আছে ৮ লাখ টকাৰ এখন হোণ্ডা চি আৰ ভি গাড়ী, যিখন গাড়ী তেওঁক স্বামীয়ে উপহাৰ দিছিল। লগতে তেওঁৰ হাতত আছে ১.১৫ কোটি টকাৰ সোণ আৰু ২৯ লাখ টকাৰ ৰূপ।

হেমন্ত সোৰেণৰ সম্পত্তি- ঝাৰখণ্ডৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী সোৰেণৰ মুঠ সম্পত্তি২৫.৩৩ কোটি টকা। ইয়াৰ উপৰি ৩.৯২ কোটি টকৰা ধাৰ। কেইবাখনো নামি-দামী বাহনৰো মালিক সোৰেণ। ১৭ লাখ টকাৰ সোম-হীৰা, ১১ কোটিৰ মাটি, কোটি টকীয়া ঘৰ। পত্নীৰ নামত সম্পত্তি বেলেগ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hemanta SorenIndian Politicspoliticspriyanka gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি
ভাৰত

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

October 12, 2026
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!
বিজ্ঞান

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

October 12, 2026
Next Post
প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবেই প্ৰেমিকে সংঘটিত কৰে শিহৰণকাৰী ঘটনা, দেশজুৰি চাঞ্চল্য

প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবেই প্ৰেমিকে সংঘটিত কৰে শিহৰণকাৰী ঘটনা, দেশজুৰি চাঞ্চল্য

কাইলৈ শোভান যোগ আৰু অতিগন্দ যোগৰ বিশেষ প্ৰভাৱ, মা লক্ষ্মীৰো প্ৰিয় দিন, ৫ ৰাশিৰ জীৱনত…

কাইলৈ শোভান যোগ আৰু অতিগন্দ যোগৰ বিশেষ প্ৰভাৱ, মা লক্ষ্মীৰো প্ৰিয় দিন, ৫ ৰাশিৰ জীৱনত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.