• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জৰিমনাই নহয় হ’ব পাৰে জে’লো… ৰেচন কাৰ্ডভোগীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ! সবিশেষ পঢ়ক

জৰিমনাই নহয় হ’ব পাৰে জে’লো… ৰেচন কাৰ্ডভোগীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ! সবিশেষ পঢ়ক

1 year ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

6 minutes ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

24 minutes ago
জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

51 minutes ago
মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

1 hour ago
মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়

মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়

2 hours ago
ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

3 hours ago
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

3 hours ago
খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

5 hours ago
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

5 hours ago
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

5 hours ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

17 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জৰিমনাই নহয় হ’ব পাৰে জে’লো… ৰেচন কাৰ্ডভোগীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ! সবিশেষ পঢ়ক

জৰিমনাই নহয় হ’ব পাৰে জে’লো! ৰেচন কাৰ্ডভোগীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ, সবিশেষ পঢ়ক

editor by editor
December 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
জৰিমনাই নহয় হ’ব পাৰে জে’লো… ৰেচন কাৰ্ডভোগীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ! সবিশেষ পঢ়ক
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰেচন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল এই দেশৰ বহু পৰিয়াল৷ ৰেচন কাৰ্ডৰ পৰা পোৱা সামগ্ৰীৰেই সংসাৰ চলে বহুজনৰ৷ এই দেশৰ প্ৰত্যেক মানুহে যাতে সঠিকভাৱে খাদ্য খাবলৈ পায় তাৰবাবে বিনামূলীয়াকৈ ৰেচন সামগ্ৰী প্ৰদান কৰে চৰকাৰে৷ কিন্তু শেহতীয়াকৈ ৰেচনক লৈ কঠোৰ হৈছে চৰকাৰ৷

ৰেচন কাৰ্ডক লৈ কি বৃহৎ সিদ্ধান্ত?

২০২০ চনৰ পৰা অৰ্থাৎ কৰোনা কালৰ পৰা এই দেশৰ প্ৰায় ৮০ কোটি মানুহক ফ্ৰিতে ৰেচন দিছে চৰকাৰে৷ যদিও এই সুবিধা সকলোৱে পোৱা নাই তথাপিও লাভৱান হৈছে বহু লোক৷ এই দেশৰ প্ৰত্যেক নাগৰিককে বিনামূলীয়া ৰেচন দিয়া নহয়৷ দৰিদ্ৰসীমাৰ তলত থকা পৰিয়ালক এই সুবিধা প্ৰদান কৰা হয়৷ শেহতীয়াকৈ বহু দৰিদ্ৰ সীমাৰেখাৰ ওপৰত থকা পৰিয়ালেও এই সুবিধা লোৱা দেখা গৈছে৷ শেহতীয়াকৈ এই বিষয়টোক লৈ কঠোৰ হৈছে চৰকাৰ৷

সমীক্ষাত পোৱা গৈছে যে বহু দৰিদ্ৰ সীমাৰেখাৰ ওপৰত থকা পৰিয়ালে প্ৰতাৰণামূলক কৌশলৰ মাধ্যমেৰে বিনামূলীয়া ৰেচনৰ সুবিধা গ্ৰহণ কৰিছে৷ এইবাৰ এইসকল অসাধু মানুহৰ বিৰুদ্ধেই কাঢ়া পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি অসাধুভাৱে ৰেচন সংগ্ৰহ কৰা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ৷ নতুনকৈ আকৌ ভেৰিফিকেছন প্ৰক্ৰিয়াও আৰম্ভ কৰিব চৰকাৰে৷ অসৎ গ্ৰাহকৰ বিৰুদ্ধে এইবাৰ জৰিমনা কাৰ্যকৰী কৰা হ’ব বুলি জনাইছে চৰকাৰে৷ তাৰবাবে ইতিমধ্যেই চৰকাৰৰ তৰফৰ পৰা e-KYC প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷

জনা গৈছে যে প্ৰত্যেক সুবিধাভোগীৰ পৰিচয় এতিয়াৰে পৰা পৰীক্ষা কৰা হ’ব৷ ৰিপৰ্টত কোৱা হৈছে যে কোনো ব্যক্তিয়ে যদি দীৰ্ঘ সময়ৰ বাবে অবৈধভাৱে ৰেচন কাৰ্ডৰ সুবিধা ভোগ কৰি আছে তেন্তে তেওঁলোকে চৰকাৰক মোটা অংকৰ জৰিমনা ধাৰ্য্য কৰিব পাৰে৷ সেয়ে ৰেচন পৰিসেৱাৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত অৱশ্যেই চৰকাৰৰ নিৰ্ধাৰিত নিয়ম মানি চলাৰ কথা কোৱা হৈছে৷ নিৰ্দেশিকাত যি যি নিয়মৰ উল্লেখ আছে সেইসমূহ মানি নচলিলেই ৰেচন কাৰ্ড বাতিল কৰি দিয়া হ’ব পাৰে৷ ইয়াৰ সৈতে মোটা টকাৰ জৰিমনা আৰু জে’ল পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে বুলি জনা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক
জীৱনশৈলী

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

May 15, 2026
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?
জীৱনশৈলী

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

May 15, 2026
জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?
জীৱনশৈলী

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

May 15, 2026
মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?
জীৱনশৈলী

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

May 15, 2026
Next Post
আপুনি SBI ৰ গ্ৰাহক? জানক বন্ধ হৈ যোৱা একাউণ্ট কেনেকৈ এক্টিভ কৰিব?

আপুনি SBI ৰ গ্ৰাহক? জানক বন্ধ হৈ যোৱা একাউণ্ট কেনেকৈ এক্টিভ কৰিব?

ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.