• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

6 minutes ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

2 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

2 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

3 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

4 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

5 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

5 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

6 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

7 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

8 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

9 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

editor by editor
December 12, 2024
in ক্ৰীড়া, জীৱনশৈলী
0
২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বকাপ ফুটবলৰ দামামা বাজিলেই৷ কিন্তু ২০২৬চনৰ নহয়৷ ফিফাই ঘোষণা কৰিলে ২০৩৪ চনৰ ফুটবল বিশ্বকাপ ক’ত অনুষ্ঠিত হ’ব৷ ছৌদি আৰবত অনুস্থিত হ’ব ফিফা বিশ্বকাপ ২০৩৪৷ ২০৩০ চনৰ বিশ্বকাপ যৌথভাৱে হ’ব মৰক্কো, স্পেন আৰু পৰ্তুগালৰ৷ এই তিনি দেশৰ সৈতে যৌথভাৱে থাকিব উৰুগুৱে, পেৰাগুৱে আৰু আৰ্জেণ্টিনা৷

ফিফা কংগ্ৰেছৰ সভাত বুধবাৰে ভোটৰ পাছত বিশ্বকাপৰ ভেন্যু নিশ্চিত হৈছে৷ ১৯৩০ চনৰ উৰুগুৱেত প্ৰথমবাৰ বিশ্বকাপ আয়োজিত হৈছিল৷ সেই নিৰিখত বিচাৰ কৰিলে ২০৩০ চনত বিশ্বকাপৰ শতবৰ্ষ৷ সেয়ে মৰক্কো, স্পেইন আৰু পৰ্তুগালৰ ওপৰিও দক্ষিণ আমেৰিকাৰ তিনিখন দেশেও মেচ আয়োজন কৰিব৷ ২০৩০ চনৰ বিশ্বকাপ প্ৰকৃততে তিনি মহাদেশৰ ৬খন দেশে আয়োজন কৰিব৷ ইফালে মধ্যপ্ৰাচ্যৰ দ্বিতীয় দেশ হিচাপে বিশ্বকাপ আয়োজন কৰিব ছৌদী আৰবেও৷ ২০২২ চনত কাটাৰত অনুষ্ঠিত হৈছিল বিশ্বকাপ৷ ২০৩৪ চনত মধ্যপ্ৰাচ্যৰতেই আকৌ অনুষ্ঠিত হ’ব বিশ্বকাপ৷

২০২৩ চনত ফিফাই জনাইছিল যে ২০৩৪ৰ বিশ্বকাপ হ’ব এছিয়া বা ওছেনিয়াত৷ ফিফাৰ এই ঘোষণাৰ পাছতেই আগ্ৰহ প্ৰকাশ কৰে অষ্ট্ৰেলিয়াইয়ো৷ ছৌদী আৰৱত বিশ্বকাপ আয়োজনৰ কথা ঘোষণা হোৱাৰ পাছতেই আৰম্ভ হৈছে একাধিক বিতৰ্কৰো৷ মানৱাধিকাৰ লঙ্ঘনৰ বাবে সকলোৰে ওচৰত নিন্দিত ছৌদি আৰৱ৷ কিন্তু এই বিতৰ্ক দূৰলৈ থেলি ছৌদি সাজু হৈছে বিশ্বকাপ আয়োজনৰ বাবে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

July 11, 2026
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
Next Post
ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.