• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আবেদন কৰিলেও সকলোৱে নাপাব আধাৰ কাৰ্ড! কোনে কোনে নাপাব আধাৰ? ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ

আবেদন কৰিলেও সকলোৱে নাপাব আধাৰ কাৰ্ড! কোনে কোনে নাপাব আধাৰ? ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ

2 years ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

22 minutes ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

2 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

3 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

3 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

5 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

6 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

15 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

15 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

16 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

16 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আবেদন কৰিলেও সকলোৱে নাপাব আধাৰ কাৰ্ড! কোনে কোনে নাপাব আধাৰ? ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ

আবেদন কৰিলেও নাপাব আধাৰ কাৰ্ড! কোনে কোনে নাপাব আধাৰ? ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ

editor by editor
December 13, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ৰাজনীতি
0
আবেদন কৰিলেও সকলোৱে নাপাব আধাৰ কাৰ্ড! কোনে কোনে নাপাব আধাৰ? ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশত বৃদ্ধি পাইছে সংখ্যালঘূ নিৰ্যাতনৰ ঘটনা৷ চিন্তা বাঢ়িছে সীমান্তবৰ্তী অসম, ত্ৰিপুৰা, পশ্চিমবংগৰ৷ উদ্বেগ বাঢ়িছে অনুপ্ৰৱেশক লৈয়ো৷ ভাৰত-বাংলাদেশৰ উত্তেজনাৰ মাজতেই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব বিশ্ব শৰ্মাই৷ স্পষ্টকৈ জনাইছে যে, NRCৰ বাবে আবেদন নকৰিলে এইবাৰ আৰু আধাৰ কাৰ্য নাপাব৷

কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

বুধবাৰে বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী শৰ্মাই৷ তাতেই মুখ্যমন্ত্ৰীয়ে কৈছে, ‘বিগত দুমাহ অসম, ত্ৰিপুৰাৰ আৰক্ষী আৰু BSFয়ে বহু অনুপ্ৰৱেশকাৰীক আটক কৰিছে৷ বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ বিষয়টো আমাৰ বাবে উদ্বেগৰ বিষয়৷ সেয়ে আমি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবই লাগিব৷’

ৰাজ্য চৰকাৰৰ সিদ্ধান্ত যে এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰ আবেদনকাৰীসকলক চিনাক্ত কৰাৰ বাবে নোডাল সংস্থা গঠন কৰা হ’ব৷ প্ৰতিখন জিলাত এজন অতিৰিক্ত জিলা কমিছনাৰ নিয়োগ কৰা হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘প্ৰাথমিক আবেদনৰ পাছত ইউনিক আইডেণ্টিফিকেছন অথৰিটি অফ ইণ্ডিয়াই নথি পৰীক্ষা কৰি ৰাজ্য চৰকাৰৰ ওচৰলৈ পঠিয়াব৷ স্থানীয় চাৰ্কোল অফিচাৰে প্ৰথমে পৰীক্ষা কৰি আবেদনকাৰী আৰু তেওঁ পিতৃ মাতৃ বা পত্নীৰ নাম এন আৰ চিৰ অন্তৰ্ভুক্ত হয়নে বা এন আৰ চিৰ বাবে আবেদন কৰিছিলনে সেয়া পৰীক্ষা কৰিব৷’ যদি এন আৰ চিৰ বাবে কৰোবাত আবেদন নকৰে তেন্তে আধাৰৰ বাবে অনুৰোধ অবিলম্বে প্ৰত্যাখাত হ’ব আৰু কেন্দ্ৰই এক প্ৰতিবেদন জমা কৰিব লাগিব৷

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘যদি দেখা যায় যে এন আৰ চিৰ বাবে আবেদন কৰা থাকিলে  ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ অনুসৰি চৰজমিন পৰীক্ষাৰ বাবে যাব৷ সংশ্লিষ্ট অধিকাৰিক সম্পূৰ্ণৰূপে নিশ্চিত হোৱাৰ পাছত আধাৰ অনুমোদন কৰা হ’ব৷’ নতুন নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বাবে প্ৰযোজ্য নহ’ব৷ মুখ্যমন্ত্ৰীৰ ঘোষণা, ‘এইধৰণে আমি আমাৰ আধাৰ প্ৰদানৰ ব্যৱস্থাক শক্তিশালী কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছো৷ যাতে কোনো সন্দেহজনক ব্যক্তিয়ে পৰিচয়পত্ৰ পাব নোৱাৰে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!
জীৱনশৈলী

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

June 18, 2026
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

June 18, 2026
Next Post
RBI’ৰ গভৰ্নৰৰ মাহিলী দৰমহা কিমান? অইন কি কি সুবিধা পায় এজন গভৰ্নৰে?

RBI’ৰ গভৰ্নৰৰ মাহিলী দৰমহা কিমান? অইন কি কি সুবিধা পায় এজন গভৰ্নৰে?

যুদ্ধ বাঢ়িব, দেখা যাব ভিন্নগ্ৰহৰ প্ৰাণী! ২০২৫ক লৈ কি কি ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাংগাই?

যুদ্ধ বাঢ়িব, দেখা যাব ভিন্নগ্ৰহৰ প্ৰাণী! ২০২৫ক লৈ কি কি ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাংগাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.