• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰ্থিক লাভ, কেৰিয়াৰত বৃহৎ উন্নতি, জানক ২০২৫ চন কেনে হ’ব মেষ ৰাশিৰ জাতকৰ?

আৰ্থিক লাভ, কেৰিয়াৰত বৃহৎ উন্নতি, জানক ২০২৫ চন কেনে হ’ব মেষ ৰাশিৰ জাতকৰ?

2 years ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

12 minutes ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

44 minutes ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

1 hour ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

2 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

4 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

4 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

5 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

8 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

8 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰ্থিক লাভ, কেৰিয়াৰত বৃহৎ উন্নতি, জানক ২০২৫ চন কেনে হ’ব মেষ ৰাশিৰ জাতকৰ?

আৰ্থিক লাভ, কেৰিয়াৰত বৃহৎ উন্নতি, জানক ২০২৫ চন কেনে হ’ব মেষ ৰাশিৰ জাতকৰ?

editor by editor
December 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আৰ্থিক লাভ, কেৰিয়াৰত বৃহৎ উন্নতি, জানক ২০২৫ চন কেনে হ’ব মেষ ৰাশিৰ জাতকৰ?
0
SHARES
466
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু কেইটামান দিনৰ পাছতেই আৰম্ভ হ’ব ২০২৫ চন৷ নতুন বছৰত ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ জাতকৰ দিন কেনে যাব? জ্যোতিষ গণনা অনুসৰি ২০২৫ চন মেষ ৰাশিৰ জাতকৰ বাবে উন্নতিৰ নানান সুযোগ লৈ আহিব৷ ইয়াৰোপৰি চেলেঞ্জৰ মুখতো পৰিব মেষ ৰাশিৰ জাতকৰ৷

প্ৰেম জীৱন

২০২৫ চনত প্ৰেমৰ সম্পৰ্ক বেছ ভাল হ’ব মেষ ৰাশিৰ জাতকৰ৷ নতুন বছৰত দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদ থাকিব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ শনি, মেষ ৰাশিৰ দ্বাদশ ঘৰত প্ৰৱেশৰ লগে লগে আপুনি ব্যক্তিগত লক্ষ্যৰ পৰা কিছু বিচ্যুত হ’ব পাৰে৷ এই সময়ত সামাজিক পৰিধি বাঢ়িব আৰু সংগীৰ সৈতে ভাল সময় কটাব আপুনি৷

কেৰিয়াৰ আৰু অৰ্থ

শনিক একাদশ ঘৰলৈ নি ২০২৫ চন আৰম্ভ কৰিব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মনৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ নিজৰ আৰ্থিক লক্ষ্যৰ দিশত আৰু এঢাপ আগুৱাই যাব৷ মাৰ্চ মাহত শনিয়ে দ্বাদশ ঘৰত প্ৰৱেশ কৰিলে অহেতুক খৰচ বাঢ়িব৷ আকৌ মে মাহত বৃহস্পতি তৃতীয় ঘৰত আহিলে ব্যৱসায়ত বৃহৎ সাফল্য লাভ কৰিব৷

স্বাস্থ্য

আগন্তুক বছৰত স্বাস্থ্য ভালে থাকিব মেষ ৰাশিৰ জাতকৰ৷ মাৰ্চত শনি দ্বাদশ ঘৰত আহিলে কিছু ক্লান্তি আৰু মানসিক চাপ বাঢ়িব আপোনাৰ৷ পৰ্যাপ্ত বিশ্ৰাম লওক৷ স্বাস্থ্যকৰ খোৱাবোৱা কৰক৷ জুলাই মাহৰ পাছত স্বাস্থ্য কিছু বেয়া হ’ব পাৰে৷

২০২৫ৰ ভাল মাহ

আগন্তুক বছৰ মেষ ৰাশিৰ জাতকৰ যিসমূহ মাহ ভালেৰে পাৰ হ’ব সেয়া হৈছে- জানুৱাৰী, ফেব্ৰুৱাৰী আৰু এপ্ৰিল৷ এই তিনিমাহত আৰ্থিক লাভ হ’ব আপোনাৰ৷ ব্যক্তিগত জীৱনো এই সময়ত ভালেই হ’ব৷ বছৰৰ মাজসময় জুলাই, আগষ্ট মাহত কেৰিয়াৰত উন্নতি কৰিব পাৰে৷

২০২৫ৰ বেয়া সময়

মাৰ্চ আৰু ডিচেম্বৰ মাহ আগন্তুক বছৰৰ সকলোতকৈ বেয়া সময় কটাব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ যেনেকৈ খৰচ বাঢ়িব তেনেকৈয়ে মানসিকভাৱেও বিধ্বস্ত থাকিব৷ ভালৰৈ বাজেট কৰি ধন খৰচ কৰক৷ অন্যথা আৰ্থিক সমস্যাত পৰিব মেষ ৰাশিৰ জাতক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ
বিনোদন

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

July 28, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
Next Post
২০২৯ চনত দেশত একেলগে নিৰ্বাচন হ’ব নেকি ! লোকসভাত দাখিল’এক দেশ এক নিৰ্বাচন’ বিধেয়ক

২০২৯ চনত দেশত একেলগে নিৰ্বাচন হ'ব নেকি ! লোকসভাত দাখিল'এক দেশ এক নিৰ্বাচন' বিধেয়ক

কি এই ডিংগা ডিংগা ভাইৰাছ! যাৰ ভয়ংকৰ সংক্ৰমণত হাহাকাৰ এইখন দেশত

কি এই ডিংগা ডিংগা ভাইৰাছ! যাৰ ভয়ংকৰ সংক্ৰমণত হাহাকাৰ এইখন দেশত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.