• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুদৰ হাৰ ৮.২শতাংশ, কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিনিয়োগ কৰক এই চৰকাৰী প্ৰকল্পত

সুদৰ হাৰ ৮.২শতাংশ, কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিনিয়োগ কৰক এই চৰকাৰী প্ৰকল্পত

1 year ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

12 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

12 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

13 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

14 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

14 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

14 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

15 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

17 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

17 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

18 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

19 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুদৰ হাৰ ৮.২শতাংশ, কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিনিয়োগ কৰক এই চৰকাৰী প্ৰকল্পত

সুদৰ হাৰ ৮.২শতাংশ, কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিনিয়োগ কৰক এই চৰকাৰী প্ৰকল্পত

editor by editor
December 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সুদৰ হাৰ ৮.২শতাংশ, কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিনিয়োগ কৰক এই চৰকাৰী প্ৰকল্পত
0
SHARES
435
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দব্যমূল্য আকাশলংঘী৷  সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ লক্ষ্যৰে বিকল্পৰ সন্ধান কৰিছে অভিভাৱকেও৷ বেচৰকাৰী বহু প্ৰকল্পত কন্যা সন্তানৰ বাবে ধন জমাব পাৰে৷ কিন্তু বেছিভাগেই সুৰক্ষাৰ কথা ভাৱি বেচৰকাৰী প্ৰকল্পত বিনিয়োগ কৰিব নিবিচাৰে৷ এইক্ষেত্ৰত নিশ্চিত টকাৰ গেৰেণ্টি থকাত সুকন্যা সমৃদ্ধি যোজনা বহুতেই গ্ৰহণ কৰে৷

সুকন্য সমৃদ্ধিত ১৫ বছৰ ধৰি টকা জমা কৰিব পাৰে৷ কন্যা সন্তানৰ শিক্ষাক উৎসাহিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনত সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছিল৷ এই প্ৰকল্পৰ ম্যাদ শেষ হ’লে মূলধন আৰু প্ৰাপ্ত সুদ উভয়েই কৰমুক্ত হ’ব৷ প’ষ্ট অফিচ বা HDFC বেংক, AXIS বেংক, ICICI বেংকসহ ৰাষ্ট্ৰায়ত্ব বেংকসমূহৰ পৰা এই প্ৰকল্পত আবেদন কৰা সম্ভৱ৷ অভিভাৱকে ১০ বছৰ বা তাতকৈ কম বয়সীয়া কন্যাৰ বাবে এই প্ৰকল্পত বিনিয়োগ কৰিব পাৰে৷

সুকন্যা সমৃদ্ধি যোজনাৰ বিনিয়োগৰ সৰ্বনিম্ন পৰিমাণ হৈছে বাৰ্ষিক ২৫০ টকা আৰু সৰ্বোচ্চ ১.৫ লাখ টকা৷ ১৫ বছৰৰ বাবে এই প্ৰকল্পৰ অৰ্থ জমা কৰিব পাৰে৷ ইয়াৰ লক ইন পিৰিয়ড ২১ বছৰ৷ অৰ্থাৎ জমাৰ পৰিমাণ সুদসহ ২১ বছৰ পাছত মেছিউৰ হ’ব৷ যদি একাউণ্ট হোল্ডাৰে মেচিউৰিটি পিৰিয়ডৰ আগতেই বিয়া কৰে তেতিয়া এই ক্ষেত্ৰত একাউণ্টটো বন্ধ হৈ যাব৷

প্ৰকল্পৰ নিৰ্দেশিকা অনুসৰি সুকন্যা সমৃদ্ধি যোজনাৰ এগৰাকী কন্যা সন্তানৰ বাবে এটা একাউণ্টহে খোলা সম্ভৱ৷ একে পৰিয়ালৰ দুগৰাকী ভিন্ন কন্যাৰো একাউণ্ট খুলিব পাৰে৷ যমজ কন্যাৰ ক্ষেত্ৰটো দুটা ভিন্ন একাউণ্ট খুলিব পাৰে৷ যদি কোনোৱে সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টত বছৰত নূন্যতম ২৫০ টকা জমা দিব নোৱাৰে তেন্তে একাউণ্টটো ডিফল্ট হিচাপে বিবেচিত হ’ব৷ যি পুনৰায় সক্ৰিয় কৰাৰ বাবে আপুনি একাউণ্ট খোলাৰ ১৫ বছৰৰ ভিতৰত ২৫০ টকা আৰু বাৰ্ষিক টকা পৰিশোধ নকৰিলে অতিৰিক্ত ৫০টকা দিব লাগিব৷

যিকোন ফিক্সড ডিপজিটৰ তুলনাত সুকন্যা সমৃদ্ধি যোজনাত সুদৰ হাৰ বেছি৷ এই বছৰৰ অক্টোবৰ ডিচেম্বৰ ত্ৰিমাহিকত এই প্ৰকল্পৰ অধীনত ৮.২শতাংশ পৰ্যন্ত ৰিটাৰ্ন পাইছে৷ আপুনি যদি এই প্ৰকল্পত ১৫ বছৰৰ বাবে প্ৰতিমাহে ৩ শকৈ টকা জমা কৰে তেন্তে মেচিউৰিটিত আপুনি  ১,৪৩,৬৪২ টকা পাব৷ ইয়াৰ মানে ১ বছৰত মুঠ ৪৫০০০ টতা পৰ্যন্ত বিনিয়োগ কৰে তেন্তে আপুনি পাব ৯৮, ৬৮২টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?
বিনোদন

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

May 23, 2026
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?
প্ৰযুক্তি

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

May 23, 2026
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
Next Post
৫বছৰ ধৰি মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰে? SIP নে RD বেছি লাভজনক?

৫বছৰ ধৰি মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰে? SIP নে RD বেছি লাভজনক?

জানমনিৰ বিয়া! ৰিয়েল লাইফত বিয়াত বহিল শ্যামন্তিকা শৰ্মা? দৰা কোন?

জানমনিৰ বিয়া! ৰিয়েল লাইফত বিয়াত বহিল শ্যামন্তিকা শৰ্মা? দৰা কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.