• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ বাবেই বিশেষ সিদ্ধান্ত, বান্ধৱীক বিয়া পাতিবলৈ বহু টকা খৰচ কৰি শিবাংগী হ’ল ৰানো

প্ৰেমৰ বাবেই বিশেষ সিদ্ধান্ত, বান্ধৱীক বিয়া পাতিবলৈ বহু টকা খৰচ কৰি শিবাংগী হ’ল ৰানো

2 years ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

1 hour ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

2 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

2 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

3 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

3 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

3 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

4 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

5 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

5 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

6 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

7 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমৰ বাবেই বিশেষ সিদ্ধান্ত, বান্ধৱীক বিয়া পাতিবলৈ বহু টকা খৰচ কৰি শিবাংগী হ’ল ৰানো

editor by editor
December 22, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰেমৰ বাবেই বিশেষ সিদ্ধান্ত, বান্ধৱীক বিয়া পাতিবলৈ বহু টকা খৰচ কৰি শিবাংগী হ’ল ৰানো
0
SHARES
299
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ বাবেই বিশেষ সিদ্ধান্ত, বান্ধৱীক বিয়া পাতিবলৈ বহু টকা খৰচ কৰি শিবাংগী হ’ল ৰানো

এখন গহনা দোকানত প্ৰথম সাক্ষাৎ। তাৰ পৰাই বন্ধুত্ব, সেই বন্ধুত্ব গৈ পাছত প্ৰেম, শেশত বিবাহৰ সিদ্ধান্ত। এতিয়ালৈকে আন বহু প্ৰেম কাহিনীৰ দৰেই দুয়োৰে প্ৰেম আগবাঢ়ে। দিনে দিনে অধিক গাঢ় হৈ গৈ থাকে দুয়োৰে মাজৰ প্ৰেম। কিন্তু এই প্ৰেমত আছিল বহু বাধা। কাৰণ দুয়ো প্ৰেমিক আছিল যুৱতী।

সেয়ে লয় এক বিশেষ সিদ্ধান্ত। দুয়োৰে মাজৰ এগৰাকী যুৱতীয়ে নিজৰ লিংগ সলনি কৰাৰ সিদ্ধান্ত লয়। মহিলাৰ মানুহৰ পৰা পুৰুষলৈ ৰূপান্তৰিত হয়। প্ৰেমক পূৰ্ণতা দিয়াৰ উদ্দেশ্যেই গ্ৰহণ কৰে এই সিদ্ধান্ত। মুঠ তিনিটাকৈ অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ লিংগ সলনি কৰি এজন পুৰুষলৈ সলনি হৈ প্ৰেমিকাৰ সৈতে বিয়াত বহে।

উত্তৰ প্ৰদেশৰ কনৌজৰ এই প্ৰেম কাহিনী এতিয়া সৰ্বত্ৰে চৰ্চিত। দুই যুৱতীৰ নাম শিৱাংগী (৩২) আৰু জ্যোতি(২৫)। দুয়োৰে বিয়াৰ ফটো আৰু ভিডিঅ’ বোৰো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

https://x.com/AnilYadavmedia1/status/1870304459860963430

জানিব পৰা অনুসৰি শিৱাংগীৰ পিতৃৰ এখন গহনা বিপণী আছে। তাতেই ২০২০ চনত জ্যোতিৰ সৈতে প্ৰথম দেখা আৰপ সাধাৰণ বাৰ্তালাপ হৈছিল শিৱাংগীৰ। তেতিয়া জ্যোতিৰ এখন বিউটি পাৰ্লাৰ আছিল। জ্যোতি শিৱাংগীৰ দোকানলৈ গহনা কিনিবলৈ আহিছিল। শিৱাংগীয়ে প্ৰথম দৃষ্টিতে জ্যোতিক ভাল পায়।

ইয়াৰ পিছতে তেওঁলোকৰ বন্ধুত্ব গভীৰ হৈ পৰে। লাহে লাহে দুয়ো দুয়োৰে প্ৰেমত পৰে। পৰিয়ালৰ সন্মতি সাপেক্ষে বিয়া পাতিবলৈও সিদ্ধান্ত লয় দুয়ো। কিন্তু ভাৰতত সমলিংগ বিবাহ বৈধ নহয়।

সেয়ে শিৱাংগীয়ে নিজৰ লিংগ সলনি কৰিবলৈ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়। অস্ত্ৰোপচাৰৰ জৰিয়তে শিবাংগী হৈ পৰে পুৰুষ। নামো সলনি কৰি লয় শিৱাংগীয়ে। পৰিয়ালৰ সূত্ৰ অনুসৰি আৰু এটা অস্ত্ৰোপচাৰ এতিয়াও বাকী আছে শিৱাংগীৰ। কিন্তু শিৱাংগীৰ জীৱন ইতিমধ্যে পুৰুষসুলভ হৈ পৰিছে।

এতিয়া কেৱল শিৱাংগী -জ্যোতিৰ এটাই সপোন, সুখেৰে পাৰ হওক তেঁওলোকৰ সংসাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: KannujSameuttar pradeshviral photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
Next Post
নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৰেপিড’ চালকসহ যুৱতীৰ

নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ৰেপিড' চালকসহ যুৱতীৰ

দৈনিক ৰাশিফল- আজি কৃষ্ণ অষ্টমিত শোভান যোগ, কাৰ ভাগ্যত কি আছে

দৈনিক ৰাশিফল- আজি কৃষ্ণ অষ্টমিত শোভান যোগ, কাৰ ভাগ্যত কি আছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.