• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ষমতা হাতত নাই, ৰসাতলে সংসাৰো! পত্নীয়েও লগ এৰিলে ছিৰিয়াৰ পলাতক প্ৰেছিডেণ্টৰ, কিয় মুক্তি বিচাৰিছে পত্নী আছামাই?

ক্ষমতা হাতত নাই, ৰসাতলে সংসাৰো! পত্নীয়েও লগ এৰিলে ছিৰিয়াৰ পলাতক প্ৰেছিডেণ্টৰ, কিয় মুক্তি বিচাৰিছে পত্নী আছামাই?

2 years ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

13 minutes ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

2 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

2 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

3 hours ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

3 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

4 hours ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

6 hours ago
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

6 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

6 hours ago
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

7 hours ago
মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

8 hours ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ক্ষমতা হাতত নাই, ৰসাতলে সংসাৰো! পত্নীয়েও লগ এৰিলে ছিৰিয়াৰ পলাতক প্ৰেছিডেণ্টৰ, কিয় মুক্তি বিচাৰিছে পত্নী আছামাই?

ক্ষমতা হাতত নাই, ৰসাতলে সংসাৰো! পত্নীয়েও লগ এৰিলে ছিৰিয়াৰ পলাতক প্ৰেছিডেণ্টৰ, কিয় মুক্তি বিচাৰিছে পত্নী আছামাই?

editor by editor
December 23, 2024
in জীৱনশৈলী
0
ক্ষমতা হাতত নাই, ৰসাতলে সংসাৰো! পত্নীয়েও লগ এৰিলে ছিৰিয়াৰ পলাতক প্ৰেছিডেণ্টৰ, কিয় মুক্তি বিচাৰিছে পত্নী আছামাই?
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সময় ভাল চলি থকা নাই বাছাৰ আল আছাদৰ৷ ক্ষমতা পূৰ্বেই হেৰুৱালে৷ ছিৰিয়া এৰি পলাবলৈ বাধ্য হ’ল তেখেত৷ আশ্ৰয় লৈছে ৰাছিয়াত৷ ৰাছিয়াত থকা অৱস্থাতেই এতিয়া পত্নীয়েও লগ এৰিছে তেওঁৰ৷ বিবাহবিচ্ছেদ বিচাৰিছে বাছাৰৰ পত্নী আছমা আল আছাদে৷ মস্কোৰ জীৱন তেওঁৰ মুঠেও ভাল লগা নাই৷ যাৰবাবে স্বামীক বিচ্ছেদ দি তেওঁ লণ্ডনলৈ যাব বিচাৰে৷
বাছাৰৰ পত্নী আছমা চিৰিয়ান ব্ৰিটিছ বংশোদ্ভূত৷ তেওঁৰ দ্বৈত নাগৰিকত্ব আছে৷ লণ্ডনতেই আছমাৰ জন্ম আৰু বাছাৰো লণ্ডনলৈ পঢ়িবলৈ গৈছিল৷ তাতেই আছামাক লগ পাইছিল বাছাদে৷ ইয়াৰপাছতেই ২০০০ চনত দুজনে বিবাহপাশত আৱদ্ধ হয়৷

বিবাহৰ সময়ত আছমাৰ বয়স আছিল ২৫ বছৰ৷ তেওঁ জে পি মৰ্গানত কাম কৰিছে৷ বিবাহৰ পাছত দুজনেই ছিৰিয়াত স্থায়ীভাৱে থাকিবলৈ লয়৷ বাছাৰ পিতৃৰ পাছতেই ক্ষমতা লাভ কৰে বাছাৰে৷ তেওঁ সৰ্বেসৰ্বা হৈ উঠে ছিৰিয়াৰ৷ তুৰস্ক আৰু আৰৱৰ একাধিক সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি আছামাই ৰাছিয়াৰ আদালতত বিবাহবিচ্ছেদৰ আবেদন কৰিছে৷

বিবাহবিচ্ছেদৰ আবেদন কৰাই নহয় মস্কো এৰাৰো অনুমতি বিচাৰিছে তেওঁ৷ অৱশ্যে বৰ্তমানলৈকে তেওঁ অনুমোদন লাভ কৰা নাই৷ আবেদন বিবেচনা কৰি চাইহে সিদ্ধান্ত দিব ৰাছিয়াৰ কৰ্তৃপক্ষই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

October 27, 2026
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত
জীৱনশৈলী

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

October 26, 2026
Next Post
পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ পাছ-ফেইল নীতি আৰম্ভ! শিক্ষাৰ অধিকাৰ আইনৰ সলনি কৰিছে মোদী চৰকাৰে

পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ পাছ-ফেইল নীতি আৰম্ভ! শিক্ষাৰ অধিকাৰ আইনৰ সলনি কৰিছে মোদী চৰকাৰে

অতিথি ৰাণীৰ পৰা বিশ্বৰ ধনী ব্যক্তিলৈ, খৰচ ৫হাজাৰ কোটি! ৫৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিবলৈ সাজু জেফ বে’জছ

অতিথি ৰাণীৰ পৰা বিশ্বৰ ধনী ব্যক্তিলৈ, খৰচ ৫হাজাৰ কোটি! ৫৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিবলৈ সাজু জেফ বে’জছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.