• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

1 year ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

6 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

7 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

8 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

8 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

10 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

11 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

11 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

12 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

12 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

13 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

15 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

editor by editor
December 24, 2024
in জীৱনশৈলী
0
১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে
0
SHARES
421
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন৷ এই বছৰ নতুন বছৰ আৰম্ভ হ’ব বুধবাৰে৷ এই বিশেষ দিনটো বাস্তু শাস্ত্ৰত শুভ বুলি বিবেচিত কিছু সামগ্ৰী ঘৰলৈ আনিলে আসন্ন বছৰটো আপোনাৰ বাবে সুখ আৰু সমৃদ্ধিৰ হ’ব৷

সুখ সমৃদ্ধিৰ আশীৰ্বাদ পোৱা যাব

হিন্দু ধৰ্মত বুধবাৰক ভগৱান গণেশৰ দিন হিচাপে ধৰা হয়৷ এই দিনটোত আপুনি গণেশৰ মূৰ্তি ঘৰলৈ আনিব পাৰে৷ এনে কৰিলে বাপ্পাই আপোনাৰ পৰিয়ালক সুখ সমৃদ্ধিৰ আশীৰ্বাদ দিব৷

ঘৰত পজিটিভিটি বাঢ়িব

বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত ময়ূৰৰ পালক ৰখাটো খুবেই শুভ বুলি ধৰা হয়৷ আপুনি নতুন বছৰৰ এই বিশেষ দিনটোত ঘৰত ময়ূৰৰ পাখি আনিব পাৰে৷ বাস্তুমতে ময়ূৰৰ পাখী ঘৰৰ মন্দিৰত বা পূৰ্ব দিশ বা ঈশান কোণত ৰাখিব পাৰে৷

এই সামগ্ৰীসমূহ আনিব পাৰে

বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত দক্ষিণাবৰ্ত শংখ ৰখা অত্যন্ত শুভ৷ আপুনি নতুন বছৰত দক্ষিণাবৰ্ত শংখ ঘৰলৈ আনি মন্দিৰত স্থাপন কৰিব পাৰে৷ ই নতুন বছৰত সুখ সমৃদ্ধি অনাত সহায় কৰিব৷

মূৰ্তি আনক

হিন্দু ধৰ্মত কামধেনু গৰুৰ মূৰ্তিক খুবেই শুভ বুলি ধৰা হয়৷ সেয়ে নতুন বছৰৰ প্ৰথম দিনাই আপুনি কামধেনু গৰুৰ মূৰ্তি ঘৰলৈ আনক৷ ইয়াৰোপৰি হাতীৰ মূৰ্তিও ঘৰত ৰখাটো শুভ বুলি কোৱা হয়৷ শুভ ফলৰ বাবে আপুনি বগা হাতীৰ মুৰ্তি ঘৰলৈ আনিব পাৰে৷

নিগেটিভ এনাৰ্জি থাকিব দূৰৈত

বাস্তু শাস্ত্ৰত কোৱা হয় ঘৰত ঘোৰাৰ নাল ৰাখিলে নিগেটিভ এনাৰ্জি দূৰৈত থাকে৷ এই নাল ঘৰত ৰাখিলে গুড লাক আহে৷ বাস্তুমতে ঘৰৰ মূল দুৱাৰত এয়া লগোৱাটো শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে
জীৱনশৈলী

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

June 18, 2026
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

June 18, 2026
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?
জীৱনশৈলী

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

June 18, 2026
Next Post
বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.