• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ২৫ বছৰতেই পৃথিৱীয়ে আমুৱালে? লাখ লাখ অনুৰাগীক কন্দুৱাই গুচি গ’ল জনপ্ৰিয় ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ

মাত্ৰ ২৫ বছৰতেই পৃথিৱীয়ে আমুৱালে? লাখ লাখ অনুৰাগীক কন্দুৱাই গুচি গ’ল জনপ্ৰিয় ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ

2 years ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

48 minutes ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

2 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

3 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

4 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

4 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

6 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

7 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

9 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

9 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ২৫ বছৰতেই পৃথিৱীয়ে আমুৱালে? লাখ লাখ অনুৰাগীক কন্দুৱাই গুচি গ’ল জনপ্ৰিয় ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ

মাত্ৰ ২৫ বছৰতেই পৃথিৱীয়ে আমুৱালে? লাখ লাখ অনুৰাগীক কন্দুৱাই গুচি গ’ল জনপ্ৰিয় ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ

editor by editor
December 28, 2024
in জীৱনশৈলী
0
মাত্ৰ ২৫ বছৰতেই পৃথিৱীয়ে আমুৱালে? লাখ লাখ অনুৰাগীক কন্দুৱাই গুচি গ’ল জনপ্ৰিয় ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মাত্ৰ ২৫ বছৰ বয়সতেই পৃথিৱীক বিদায় জনালে RJ সিমৰণ সিঙে৷ প্ৰত্যেকটো দিশৰ পৰা তেওঁৰ আত্মহত্যাৰ কাৰণ উনুকিয়াই চাইছে গুৰুগ্ৰাম আৰক্ষীয়ে৷ অত্যন্ত কম বয়সতেই প্ৰচুৰ খ্যাতি অৰ্জন কৰিছিল সিমৰণে৷ কেইবা লক্ষ্য ফলৱাৰ্ছ আছিল সামাজিক মাধ্যমত৷ ইমান খ্যাতি আৰু সাফল্য অহা সত্ত্বেও কিয় এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে সিমৰণে?
কিবা মানসিক চাপ আছিল নেকি সিমৰণৰ? নে কিবা মনোকষ্টত ভূগি আছিল সিমৰণে? সেই প্ৰশ্নৰ উত্তৰ বিচাৰি ব্যস্ত হৈ আছে আৰক্ষী৷ অত্যন্ত বুদ্ধিমতী আৰু প্ৰতিভাবান আছিল ২৫ বছৰ বয়সীয়া সিমৰণ৷ সেয়ে তেওঁৰ এই পৰিণতি মানি ল’ব পৰা নাই তেওঁৰ ভক্ত আৰু ফলোৱাৰ্ছে৷
গুৰগাওঁৰ ছেক্টৰ ৪৭ৰ কোঠা নম্বৰ ৫৯ত আছিল সিমৰণ৷ বৃহস্পতিবাৰে সন্ধিয়া নিজা ৰূমতেই আত্মহত্যা কৰিছে তেওঁ৷ সিমৰণ প্ৰকৃততে জম্মুৰ নানক নগৰৰ বাসিন্দা আছিল৷ জম্মুৰ চেন্ট্ৰেল ইউনিভাৰ্ছিটিত পঢ়াশুনা কৰিছিল তেওঁ৷ সেই বিশ্ববিদ্যালয়ৰ পৰাই কেম্পাছ প্লেছমেণ্টো পাইছিল আৰু ৰেডিঅ’ মিৰ্চিতো চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷ সকলোতকৈ ডাঙৰ কথাটো হৈছে যে সমগ্ৰ জম্মুৱেই সিমৰণৰ কণ্ঠৰ ভক্ত আছিল৷ তেওঁ বেছ খ্যাতিও লাভ কৰিছিল সিমৰণ সিঙৰ কোৱা হৈছিল জম্মু কি ধড়কন নামেৰে৷
ৰেডিঅ’ৰ কাম কৰাৰ সময়তেই সামাজিক মাধ্যমত সিমৰণে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল৷ ইয়াৰ পাছতেই ইনফ্লুয়েন্সাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ৷ জম্মু ৰেডিঅ’ মিৰ্চিৰ চাকৰি এৰি ২০২১ চনত হাৰিয়ানাও গুৰগাওঁলৈ আহে সিমৰণ৷ তাতেই কেইগৰাকীমান বন্ধুৰ সৈতে মিলি ভাড়াত এটি বাংলো লৈছিল তেওঁ৷ একাধিক ব্ৰেণ্ডৰ সৈতেও কলাবোৰেট কৰি কাম কৰিছিল সিমৰণ সিঙে৷ বিভিন্ন ব্ৰেণ্ডৰ সৈতে তেওঁ ৰীলো বনাইছিল৷ কেতিয়াবা কেতিয়াবা ধেমেলিয়া কনটেন্টো বনাইছিল সিমৰণে৷
সেই সিমৰণেই বিগত ২৬ ডিচেম্বৰৰ সন্ধিয়া আত্মহননৰ পথ বাছি লৈছে সিমৰণে৷ যি জনাৰ পাছতেই শোকস্তব্ধ হৈ পৰিছে অনুৰাগীসকল৷ কেৱল সেয়াই নহয় সিমৰণৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাহ আৰু ওমৰ আব্দুল্লাহেও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

October 5, 2026
Next Post
ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

আপোনাৰ মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

আপোনাৰ মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.