• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোদী চৰকাৰে অপমান কৰিলে মনমোহন সিঙক!’ অন্ত্যেষ্টিস্থলক লৈ আঙুলি তুলি কি লিখিছে ৰাহুল গান্ধীয়ে?

‘মোদী চৰকাৰে অপমান কৰিলে মনমোহন সিঙক!’ অন্ত্যেষ্টিস্থলক লৈ আঙুলি তুলি কি লিখিছে ৰাহুল গান্ধীয়ে?

1 year ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

23 minutes ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

1 hour ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

2 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

3 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

3 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

4 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

5 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

6 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

6 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মোদী চৰকাৰে অপমান কৰিলে মনমোহন সিঙক!’ অন্ত্যেষ্টিস্থলক লৈ আঙুলি তুলি কি লিখিছে ৰাহুল গান্ধীয়ে?

‘মোদী চৰকাৰে অপমান কৰিলে মনমোহন সিঙক!’ অন্ত্যেষ্টিস্থলক লৈ আঙুলি তুলি কি লিখিছে ৰাহুল গান্ধীয়ে?

editor by editor
December 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
‘মোদী চৰকাৰে অপমান কৰিলে মনমোহন সিঙক!’ অন্ত্যেষ্টিস্থলক লৈ আঙুলি তুলি কি লিখিছে ৰাহুল গান্ধীয়ে?
0
SHARES
901
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক কেন্দ্ৰই আক্ৰমণ কৰিছে বুলি অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে৷ শনিবাৰে সামাজিকমাধ্যমত লোকসভাৰ বিৰোধী দলনেতাই লিখিছে, ‘আজি দিল্লীৰ নিগমবোধ ঘাট শ্মশানত শেষকৃত্য সম্পন্ন কৰি ভাৰতমাতাৰ মহান সন্তান আৰু প্ৰথম শিখ ধৰ্মাৱলম্বী প্ৰধানমন্ত্ৰী মনমোহন সিঙক অপমান কৰিছে কেন্দ্ৰই৷’
ৰাহুলৰ বক্তব্য, ‘এতিয়ালৈকে দেশৰ সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শেষকৃত্য, তেওঁলোকৰ বাবে নিৰ্দিষ্ট স্মৃতিসৌধ বা অন্ত্যেষ্টিস্থল হ’লেও মনমোহন সিঙৰ ক্ষেত্ৰত সেয়া ব্যতিক্ৰম হৈছে৷ মনমোহন সিঙৰ নিৰ্দিষ্ট কোনো সমাধিস্থলত শেষকৃত্য হ’লে বহু মানুহেই বিনা বাধাই প্ৰাক্তন প্ৰধানমন্ত্ৰীক শেষ শ্ৰদ্ধা জনাব পাৰিলেহেতেন৷’ সেই প্ৰসংগতেই ৰাহুলে সামাজিক মাধ্যমত লিখিছে, ‘মনমোহন সিঙ সৰ্বোচ্চ সন্মান আৰু নিৰ্দিষ্ট সমাধিস্থল পোৱাৰ যোগ্য আছিল৷ চৰকাৰে দেশৰ এই সন্তান সন্তানক সেই সন্মান দেখুৱাব পাৰিলেহেতেন৷
https://x.com/RahulGandhi/status/1872952908502974976

নিগমবোধ ঘাট শ্মশানত মনমোহন সিঙৰ শেষকৃত্যৰ সিদ্ধান্তত আৰম্ভণিৰে পৰাই আপত্তি আছিল কংগ্ৰেছৰ৷ তেওঁলোকৰ প্ৰশ্ন, ইয়াৰ পূৰ্বে দেশৰ কোনো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শেষকৃত্য এই শ্মশানত হৈছে নেকি? কংগ্ৰেছৰ দাবী আছিল, যমুনাৰ তীৰত ৰাজঘাটৰ আশেপাশে কোনো মাটি মনমোহন সিঙৰ শেষকৃত্য হওক৷ তাতেই ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, অটল বিহাৰী বাজপেয়ীৰো স্মৃতিসৌধ আছে৷ নিগমবোধ ঘাটত শেষকৃত্য হ’লেও সেই স্থানত স্মৃতিসৌধ নিৰ্মাণৰ উপযুক্ত নহয় বুলি দাবী তেওঁলোকৰ৷ স্মৃতিসৌধক লৈ বিতৰ্কৰ মাজতেই শুক্ৰবাৰে নিশা এক বিবৃতি প্ৰকাশ কৰিছে অমিত শ্বাহে৷ তেওঁলোকে জনাই যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পৰা মনমোহন সিঙৰ স্মৃতিসৌধ তৈয়াৰৰ বাবে ঠাইৰ অনুমতি বিচৰা হৈছে৷ সেই আবেদন চৰকাৰে গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় স্বৰাষ্ট্ৰমন্ত্ৰীয়ে এই বিষয়ে মনমোহনৰ পৰিয়াল আৰু খাৰ্গেৰ সৈতে কথাও পাতিছে৷ মনমোহন সিঙৰ পৰিবাৰক জনোৱা হৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ স্মৃতিসৌধৰ বাবে ঠাই ঠিক কৰা হৈছে৷ কিন্তু তাৰ পূৰ্বে শেষকৃত্য কৰাটো জৰুৰী৷ সকলো আনুষ্ঠানিকতা শেষ হওক তাৰপিছত এই কাম আৰম্ভ হ’ব৷ ইয়াৰ বাবে এটা ট্ৰাষ্টো তৈয়াৰ কৰা দৰকাৰ৷ সেই ট্ৰাষ্টকেই ঠাই দেখুৱাই দিব কেন্দ্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ
প্ৰযুক্তি

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

April 22, 2026
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!
জীৱনশৈলী

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

April 22, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

April 22, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

April 22, 2026
Next Post
‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল…’, বগা চেলোৱাৰ পিন্ধা গুৰচৰণৰ প্ৰেমত কেনেকৈ পৰিছিল মনমোহন সিঙ?

‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল...’, বগা চেলোৱাৰ পিন্ধা গুৰচৰণৰ প্ৰেমত কেনেকৈ পৰিছিল মনমোহন সিঙ?

মুহুৰ্ততে প্ৰাণবায়ু গ’ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী

মুহুৰ্ততে প্ৰাণবায়ু গ'ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.