• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ICCৰ বৰ্ষ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত ১ জন ভাৰতীয়, বঁটা পোৱাৰ পূৰ্ণ সম্ভাৱনা

ICCৰ বৰ্ষ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত ১ জন ভাৰতীয়, বঁটা পোৱাৰ পূৰ্ণ সম্ভাৱনা

2 years ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

38 minutes ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

1 hour ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

2 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

2 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

4 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

5 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

5 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

6 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

7 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

8 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

8 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ICCৰ বৰ্ষ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত ১ জন ভাৰতীয়, বঁটা পোৱাৰ পূৰ্ণ সম্ভাৱনা

editor by editor
December 31, 2024
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ICCৰ বৰ্ষ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত ১ জন ভাৰতীয়, বঁটা পোৱাৰ পূৰ্ণ সম্ভাৱনা
0
SHARES
334
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ICCৰ বৰ্ষ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত ১ জন ভাৰতীয়, বঁটা পোৱাৰ পূৰ্ণ সম্ভাৱনা

আইচিচিৰ বছৰৰ পুৰুষৰ টেষ্ট ক্ৰিকেটাৰ হিচাপে ৪ গৰাকী খেলুৱৈক মনোনীত কৰা হৈছে। য’ত আছে ভাৰতৰ এজন খেলুৱৈ, ইংলেণ্ডৰ ২ জন আৰু শ্ৰীলংকাৰ এজন খেলুৱৈ। এই চাৰিজন খেলুৱৈয়ে নিজৰ নিজৰ দলৰ হৈ টেষ্ট ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে।

ভাৰতৰ ফালৰ পৰা এই তালিকাত অন্তৰ্ভুক্ত হৈছে বলিঙেৰে ৰেকৰ্ডৰ উপৰি ৰেকৰ্ড গঢ়া যশপ্ৰীত বুমৰাহৰ নাম।

কেলেণ্ডাৰ বছৰত এইবাৰ যশপ্ৰীত বুমৰাহ ধুমুহাৰ দৰে হৈ পৰিছে বিৰোধীৰ বাবে। এইটো বছৰত বুমৰাহে এইবাৰ ১৩খন টেষ্ট মেচ খেলিছে য’ত তেওঁ বলিং কৰাৰ সময়ত ৭১টা উইকেট দখল কৰিছে। বৰ্তমানে বুমৰাহ অষ্ট্ৰেলিয়াত বিধ্বংসী বলিং কৰি আছে। এতিয়ালৈকে এই ছিৰিজত সৰ্বাধিক উইকেট দখল কৰা বলাৰ বুমৰাহ।

এই তালিকাত স্থান পোৱা অন্য তিনিগৰাকী হৈছে-

জো ৰুট-
কেলেণ্ডাৰ বছৰত এইবাৰ জো ৰুটে ১৭খন মেচ খেলিছে, য’ত ৰুটে বেটিং কৰাৰ সময়ত ১৫৫৬ ৰান সংগ্ৰহ কৰিছে। য’ত ৬ শতিকা আৰু ৫টা অৰ্ধশতিকা অন্তৰ্ভুক্ত। ইংলেণ্ডৰ বাহিৰতো ৰুটৰ উজ্জ্বল প্ৰদৰ্শন দেখা গৈছে। এইবাৰ পাকিস্তানৰ বিৰুদ্ধে ২৬২ ৰানৰ স্মৰণীয় ইনিংছ খেলিছিল ৰুটে। যিটো তেওঁৰ টেষ্ট কেৰিয়াৰৰ ষষ্ঠটো দ্বৈত শতক আছিল।

কামিন্দু মেণ্ডিছ
শ্ৰীলংকাৰ বেটছমেন কামিন্দু মেণ্ডিছেও এইবাৰ যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। এইবাৰ এটা কেলেণ্ডাৰ বছৰত কামিন্দু মেণ্ডিছে ৯খন খেলত ১০৪৯ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ গড় হৈছে ৭৪.৯২। আনহাতে নিউজিলেণ্ডৰ বিৰুদ্ধে কামিন্দু মেণ্ডিছে দুখন মেচত একেৰাহে ২টা ডাবল শতক অৰ্জন কৰিছিল।

হেৰী ব্ৰুক
ইংলেণ্ডৰ বেটছমেন হেৰী ব্ৰুক এই কেলেণ্ডাৰ বৰ্ষত ১২খন টেষ্ট মেচ খেলিছে। বেটিং কৰাৰ সময়ত য’ত হেৰী ব্ৰুক ১১০০ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁৰ গড় হৈছে ৫৫। য’ত তিনিটা অৰ্ধ শতক আৰু এটা ত্ৰিশ শতক অন্তৰ্ভুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Best Test PlayerscricketIndian CricketJasprit BoomrahTest Match
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

October 16, 2026
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!
বাণিজ্য

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

October 16, 2026
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ
জীৱনশৈলী

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

October 16, 2026
Next Post
আপুনিও UPI ব্যৱহাৰ কৰে নেকি, ১ জানুৱাৰীৰ পৰা সলনি হ’ব নিয়ম, আজিয়ে জানি লওক

আপুনিও UPI ব্যৱহাৰ কৰে নেকি, ১ জানুৱাৰীৰ পৰা সলনি হ'ব নিয়ম, আজিয়ে জানি লওক

ট্ৰেইনৰ শৌচালয়ৰ ভিতৰৰ পৰা বন্ধ আছিল দৰ্জা, ৰে’ল আৰক্ষীৰ সন্দেহ, দৰ্জা খুলি দেখি হতভম্ভ

ট্ৰেইনৰ শৌচালয়ৰ ভিতৰৰ পৰা বন্ধ আছিল দৰ্জা, ৰে'ল আৰক্ষীৰ সন্দেহ, দৰ্জা খুলি দেখি হতভম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.