• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰেইনৰ শৌচালয়ৰ ভিতৰৰ পৰা বন্ধ আছিল দৰ্জা, ৰে’ল আৰক্ষীৰ সন্দেহ, দৰ্জা খুলি দেখি হতভম্ভ

ট্ৰেইনৰ শৌচালয়ৰ ভিতৰৰ পৰা বন্ধ আছিল দৰ্জা, ৰে’ল আৰক্ষীৰ সন্দেহ, দৰ্জা খুলি দেখি হতভম্ভ

2 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

3 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

3 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

4 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

4 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

4 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

5 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

7 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

8 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

8 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

9 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ট্ৰেইনৰ শৌচালয়ৰ ভিতৰৰ পৰা বন্ধ আছিল দৰ্জা, ৰে’ল আৰক্ষীৰ সন্দেহ, দৰ্জা খুলি দেখি হতভম্ভ

editor by editor
December 31, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ট্ৰেইনৰ শৌচালয়ৰ ভিতৰৰ পৰা বন্ধ আছিল দৰ্জা, ৰে’ল আৰক্ষীৰ সন্দেহ, দৰ্জা খুলি দেখি হতভম্ভ
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰেইনৰ শৌচালয়ৰ ভিতৰৰ পৰা বন্ধ আছিল দৰ্জা, ৰে’ল আৰক্ষীৰ সন্দেহ, দৰ্জা খুলি দেখি হতভম্ভ

বহু সময় ধৰি এখন চলন্ত ট্ৰেইনৰ শৌচালয় বন্ধ আছিল। ভিতৰৰ পৰাও নাছিল কোনো সাৰ-সূৰ। লাহে লাহে সন্দেহ ঘনীভূত হৈ পৰাত ৰে’ল আৰক্ষীক খবৰ কৰা হয়। আৰক্ষীয়ে আহি শৌচালয়ৰ দৰ্জা বাহিৰৰ পৰা খুলি দেখি হতভম্ভ।

এই ঘটনা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ। ট্ৰেইনখন এটা ষ্টেছনত ৰখাই তালাচি চলাওতে এই ঘটনা পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি শৌচালয়ৰ ভিতৰত এগৰাকী লোকে গ্ৰহণ কৰে চৰম সিদ্ধান্ত।

ঘটনা পোহৰলৈ অহাৰ পাছতে চাৰিওফালে হাহাকাৰ লাগি যায়। ৰে’ল বিভাগৰ লোকে পাছত ঘটনা সন্দৰ্ভত তদন্ত কৰোতে পোহৰলৈ আহে নিজকে শেষ কৰি দিয়া লোকৰ পৰিচয় আৰু ইয়াৰ পাছৰ কাৰণ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি মিৰ্জাপুৰৰ ৮ যুৱক অন্য ঠাইলৈ গৈ ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পৰ ডিজেল টেংক বনাবৰ বাবে গৈছিল। কাম সমাপন কৰি উভতি আহোতে তাৰেই মাজৰ এগৰাকী বল্লু কোল নামৰ এগৰাকী ২২ বছৰীয়া যুৱকে মাজনিশা লগৰ সকলো শুই থকা সময়ত ট্ৰেইনৰ শৌচালয়ত গৈ খিৰিকিৰ গ্ৰীলত বেল্টেৰে চিপ লৈ নিজকে শেষ কৰি দিয়ে।

পিছদিনা পুৱাৰ ভাগত যেতিয়া শৌচালয়ৰ দৰ্জা বহু সময় ধৰি বন্ধ বুলি জানিব পাৰে, তেতিয়াই দৰ্জা খুলি বল্লুৰ মৃতদেহ উদ্ধাৰ কৰে। জানিব পৰা মতে তীব্ৰ আৰ্থিক সংকটৰ বাবেই বল্লুৱে এই চৰম পন্থা অৱলম্বন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mirzapur Accidenttrain accidentuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
Next Post
মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ সময়ত সূৰ্যৰ দৰে জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য

মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ সময়ত সূৰ্যৰ দৰে জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য

২০২৫ক লৈ একেটাই ভৱিষ্যদ্বাণী কৰিছিল বাবা ভেংগা আৰু নষ্ট্ৰাডামুছে, প্ৰলয় আহিব পাৰে নতুন বছৰত

২০২৫ক লৈ একেটাই ভৱিষ্যদ্বাণী কৰিছিল বাবা ভেংগা আৰু নষ্ট্ৰাডামুছে, প্ৰলয় আহিব পাৰে নতুন বছৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.