• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ক লৈ একেটাই ভৱিষ্যদ্বাণী কৰিছিল বাবা ভেংগা আৰু নষ্ট্ৰাডামুছে, প্ৰলয় আহিব পাৰে নতুন বছৰত

২০২৫ক লৈ একেটাই ভৱিষ্যদ্বাণী কৰিছিল বাবা ভেংগা আৰু নষ্ট্ৰাডামুছে, প্ৰলয় আহিব পাৰে নতুন বছৰত

2 years ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

35 minutes ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

2 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

3 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

4 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

5 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

22 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

22 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

23 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

23 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

24 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

1 day ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ক লৈ একেটাই ভৱিষ্যদ্বাণী কৰিছিল বাবা ভেংগা আৰু নষ্ট্ৰাডামুছে, প্ৰলয় আহিব পাৰে নতুন বছৰত

editor by editor
December 31, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
২০২৫ক লৈ একেটাই ভৱিষ্যদ্বাণী কৰিছিল বাবা ভেংগা আৰু নষ্ট্ৰাডামুছে, প্ৰলয় আহিব পাৰে নতুন বছৰত
0
SHARES
617
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ক লৈ একেটাই ভৱিষ্যদ্বাণী কৰিছিল বাবা ভেংগা আৰু নষ্ট্ৰাডামুছে, প্ৰলয় আহিব পাৰে নতুন বছৰত

আগন্তুক ভৱিষ্যতৰ বিষয়ে জানিবলৈ আমাৰ সকলোৰে মনত এক কৌতুহল জাগে। আমাৰ ভৱিষ্যত কেনেকুৱা হ’ব বা দেশ আৰু পৃথিৱীত কি হ’ব? এই সম্পৰ্কে বহু ভৱিষ্যদ্বাণী প্ৰায়ে ভাইৰেল হৈ পৰে। নতুন বছৰক লৈয়ো বহু আশা বহুতৰ।

নতুন  বছৰলৈ মাজত আৰু মাথো কেইটামান ঘণ্টা বাকি, পাছে এই ২০২৫ বৰ্ষৰ সন্দৰ্ভত একেধৰণৰ ভৱিষ্যদ্বাণী ৰাইজৰ মাজত আলোচনাৰ বিষয় হৈয়েই আছে।

এই ভৱিষ্যদ্বাণী বাবা ভেংগা আৰু নষ্ট্ৰাডামুছৰ  আৰু আটাইতকৈ আমোদজনক কথাটো হ’ল দুয়োজনে একেধৰণৰ ভৱিষ্যদ্বাণী কৰিছে ২০২৫ক লৈ।

ইয়াৰ ভিতৰত মানুহৰ সৈতে এলিয়েনৰ সংস্পৰ্শ, ভ্লাদিমিৰ পুটিনক আক্ৰমণৰ চেষ্টা, ইউৰোপত সন্ত্ৰাসবাদী আক্ৰমণ। ইয়াৰে ভিতৰত আটাইতকৈ ভয়ংকৰ কথাটো হ’ল যে দুয়োজন ভাববাদী অৰ্থাৎ বাবা ভেংগা আৰু নষ্ট্ৰাডামুছে ভৱিষ্যদ্বাণী কৰিছে যে ইয়াৰ পিছত ইউৰোপত এখন ডাঙৰ যুদ্ধ হ’ব, যাৰ ফলত বহুত ধ্বংস হ’ব।

বাবা ভেংগাৰ ভৱিষ্যদ্বাণী-
বাবা ভেংগাই ২০২৫ চনত ইউৰোপত এক বিপৰ্যয়জনক যুদ্ধৰ ভৱিষ্যদ্বাণী কৰিছে, যাৰ ফলত ব্যাপক ধ্বংসলীলা আৰু বিপুল প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি হ’ব। তেওঁৰ ভৱিষ্যদ্বাণী অনুসৰি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ বাহিৰেও এই নতুন বছৰ দুয়োখন দেশৰ মাজত নতুন যুদ্ধ আৰম্ভ হ’ব।

নষ্ট্ৰাডামাছৰ ভৱিষ্যদ্বাণী-
একেদৰে নষ্ট্ৰাডামাছেও ইউৰোপৰ বাবে এক ভয়ানক ভৱিষ্যতৰ কল্পনা কৰিছে। তেওঁৰ শতিকা পুৰণি ভৱিষ্যদ্বাণীসমূহে ইংগিত দিয়ে যে মহাদেশখনত ‘বিধ্বংসী যুদ্ধ’ হ’ব আৰু ‘প্ৰাচীন মহামাৰী’ৰ আকৌ এবাৰ বিস্ফোৰণ ঘটিব।

যদিও এই ভৱিষ্যদ্বাণীবোৰক বেলেগ ধৰণে ব্যাখ্যা কৰিব পাৰি, তথাপিও সমগ্ৰ বিশ্বৰ মানুহৰ এই দুই ভৱিষ্যদ্বাণীয়ে দৃষ্টি আকৰ্ষণ কৰিছে। সঁচাকৈয়ে ধ্বংস হব নেকি পৃথিৱীৰ আধা অংশ !

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: baba VengaFuture PredictionFuture PredictornostradamusPredisction 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে
বিনোদন

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

August 29, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত
বাণিজ্য

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
Next Post
অষ্ট্ৰেলিয়াই নিৰ্বাচন কৰিলে বৰ্ষটোৰ শ্ৰেষ্ঠ ‘টেষ্ট দল’, দলৰ অধিনায়ক এজন ভাৰতীয়হে

অষ্ট্ৰেলিয়াই নিৰ্বাচন কৰিলে বৰ্ষটোৰ শ্ৰেষ্ঠ 'টেষ্ট দল', দলৰ অধিনায়ক এজন ভাৰতীয়হে

এই দেশে বিয়লিতে পালিলে নৱবৰ্ষ, কোনো দেশে আকৌ কাইলৈ দিনত হে ভৰি দিব নতুন বছৰত

এই দেশে বিয়লিতে পালিলে নৱবৰ্ষ, কোনো দেশে আকৌ কাইলৈ দিনত হে ভৰি দিব নতুন বছৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.