• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশজুৰি চাঞ্চল্য, দুৰ্নীতিৰ বাতৰি কৰি প্ৰাণ হেৰুৱালে সাংবাদিক মুকেশে, ঘটনা জানিলে শিয়ঁৰি উঠিব আপুনি

1 year ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

9 minutes ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

36 minutes ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

1 hour ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

2 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

3 hours ago
ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

4 hours ago
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশজুৰি চাঞ্চল্য, দুৰ্নীতিৰ বাতৰি কৰি প্ৰাণ হেৰুৱালে সাংবাদিক মুকেশে, ঘটনা জানিলে শিয়ঁৰি উঠিব আপুনি

editor by editor
January 6, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
দেশজুৰি চাঞ্চল্য, দুৰ্নীতিৰ বাতৰি কৰি প্ৰাণ হেৰুৱালে সাংবাদিক মুকেশে, ঘটনা জানিলে শিয়ঁৰি উঠিব আপুনি
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি চাঞ্চল্য, দুৰ্নীতিৰ বাতৰি কৰি প্ৰাণ হেৰুৱালে সাংবাদিক মুকেশে, ঘটনা জানিলে শিয়ঁৰি উঠিব আপুনি

দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা বৰ্তমানে সৰ্বত্ৰে বিদিত । দুৰ্নীতি খোলচা কৰি, সেই বাতৰি কৰি খলকনি লগাই শেষত প্ৰাণ হেৰৱালে সাংবাদিক মুকেশ চন্দ্ৰাকৰে। আজি প্ৰকাশ পোৱা মৰোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টে শিয়ঁৰাই তুলিছে হাজাৰ জনক।

চত্তীশগড়ৰৰ বীজাপুৰ জিলাত সাংবাদিক মুকেশৰ সৈতে সংঘটিত হৈছে বৰ্বৰতাৰ সীমা চেৰাই যোৱা অতিকে নিদাৰুণ ঘটনা। অতি বৰ্বৰতাৰে প্ৰাণ কাঢ়ে মুকেশৰ। ঠিকাদাৰ সুৰেশ চন্দ্ৰাকৰে অতি নিৰ্দয়তাৰে প্ৰাণ লয় ২৮ বৰ্ষীয় মুকেশৰ।

ঠিকাদাৰৰ কেলেংকাৰী উদঙাই দিয়া ছত্তীশগড়ৰ সাংবাদিক মুকেশ চন্দ্ৰকাৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনেই প্ৰমাণ কৰিছে যে তেওঁক কিমান নিৰ্মমভাৱে হত্যা কৰা হৈছিল।

২৮ বছৰীয়া মুকেশৰ মৃতদেহ চেপ্টিক টেংকত উদ্ধাৰ হোৱাৰ পিছত তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকসকলো হতভম্ব হৈ পৰে। চিকিৎসকসকলে কয় যে তেওঁলোকৰ ১২ বছৰীয়া কেৰিয়াৰত কেতিয়াও এনে বৰ্বৰতাৰ ঘটনা দেখা নাছিল।

ঘটনাৰ মূল অভিযুক্ত সুৰেশ

প্ৰতিবেদনত প্ৰকাশ পাইছে যে মুকেশক দুজন বা তাতকৈ অধিক লোকে একেলগে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ সময়ত মুকেশৰ মূৰত ১৫টা গভীৰ আঘাত ধৰা পৰিছে। ডিঙিৰ হাড় ভাঙি গৈছে, হৃদযন্ত্ৰ ফাটি গৈছে। হাঁওফাঁও ৪ টুকুৰা হৈ ফাটি গৈছে। ৰাজহাড় ৫ ঠাইত ভাঙি গৈছে। হাতৰ হাড় দুটুকুৰা হৈ ভাঙিছে।

উল্লেখ্য যে ১ জানুৱাৰীৰ পৰা ৩ দিন ধৰি নিৰুদ্দেশ হৈ থকা মুকেশৰ মৃতদেহ যেতিয়া ৩ জানুৱাৰী তাৰিখে চেপ্টিক টেংকত উদ্ধাৰ হৈছিল তেতিয়া তেওঁৰ অৱস্থা আৰক্ষীয়েও সহজে চাব পৰা নাছিল। কাপোৰৰ পৰাহে পৰিয়ালে মৃতদেহটো মুকেশ বুলি চিনাক্ত কৰে।

আৰক্ষীয়ে বৰ্তমানে ঘটনাৰ সৈতে জড়িত ৩ গৰাকীক আটক কৰাৰ লগতে পলাতক অৱস্থাত থকা ঘটনাৰ মূল অভিযুক্ত সুৰেশ চন্দ্ৰাকৰকো আটক কৰিবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chatishgarah caseJournalist Mukesh casejournalist murderMukesh Chandrakar Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

May 4, 2026
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

May 4, 2026
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব
জীৱনশৈলী

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

May 4, 2026
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?
জীৱনশৈলী

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

May 4, 2026
Next Post
ফেচবুক-ইষ্টাগ্ৰাম ব্যৱহাৰ কৰিলেই পাব শাস্তি, ১০ দেশত নিষিদ্ধি ছচিয়েল মিডিয়া

ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন